বাৰ্তা:অসম বাৰ্তা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


বিশ্বাসযুগ্য নহয়[সম্পাদনা কৰক]

বিশ্বাসযুগ্য নহয়

তথ্য উৎস আৰু প্ৰথম প্ৰকাশ সম্পৰ্কে[সম্পাদনা কৰক]

অসম বাৰ্তা আৰু আমাৰ সময় নামৰ বাতৰি কাকত দুখনে প্ৰত্যেকে নিজকে “অসম বিলাসিনীৰ পিছত মাজুলিৰ পৰা প্ৰকাশিত দ্বিতীয়খন সাপ্তাহিক বাতৰি কাকত” বুলি দাবী কৰিছে। কিন্তু দুয়োখন কাকতৰে কোনো বিশ্বাসযোগ্য তথ্য−উৎস নাই। যিহেতু নিজৰ ৱেবছাইটৰ তথ্যক ৱিকিত প্ৰাধান্য দিয়া নহয়, সেয়ে দুয়োখন কাকতৰে প্ৰবন্ধ পৃষ্ঠাৰ পৰা এই বিষয়টো আঁতৰাই দিবলৈ আহ্বান জনালোঁ। দিব্য দত্ত (বাৰ্তা) 13:44, 1 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
 কৰা হ'ল --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 14:14, 1 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

'অসম বাৰ্তা' কাকতৰ RNI Title পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন হৈছে। কিন্তু 'আমাৰ সময়'ৰ পঞ্জীয়নৰ কোনো তথ্য নাই। যিহেতু ভাৰতবৰ্ষত RNIৰ পঞ্জীয়ন প্ৰক্ৰিয়াই বাতৰি কাকত এখনৰ তথ্য দিয়ে আৰু ৰাখে, গতিকে 'অসম বাৰ্তা' এই ক্ষেত্ৰত সম্পূৰ্ণ বৈধ বুলি ভাবো। 'অসম বাৰ্তা'ৰ RNI Title : ASSASS01389 Riyan sukur (বাৰ্তা) 16:44, 11 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আমি কোনোখন কাকতকে অবৈধ বুলি কোৱা নাই। কোনখন কাকত প্ৰথম সেই বিষয়টোৰ কথাহে কৈছোঁ। যিহেতু, সেইটো বিতৰ্কৰ বিষয়, সেয়ে সেই বিষয়টো ৱিকিত স্থান নিদিয়াই উচিত। দিব্য দত্ত (বাৰ্তা) 16:49, 11 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]