অৰ্জুন (ফিৰোজ খান)
অৱয়ব
| অৰ্জুন (ফিৰোজ খান) | |
|---|---|
| জন্ম | ফিৰোজ খান |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | |
| পেচা | অভিনয় |
| সক্ৰিয় হৈ থকা সময় | ১৯৮৪ - বৰ্তমান |
| জনা যায় | মহাভাৰতৰ অৰ্জুন |
| সন্তান | ৩ |
অৰ্জুন ফিৰোজ খান (ইংৰাজী: Arjun Firoz Khan) এগৰাকী ভাৰতীয় অভিনেতা, যিয়ে বি. আৰ. চোপ্ৰাৰ হিন্দী মহাকাব্যৰ টেলিভিচন ধাৰাবাহিক মহাভাৰতত অৰ্জুনৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।[1] এই ভূমিকাত সাফল্য পোৱাৰ পিছত, ফিৰোজ খানে পেশাগতভাৱে তেওঁৰ নাম অৰ্জুনলৈ পৰিৱৰ্তন কৰিছিল।[2] তেওঁ কেইখনমান হিন্দী ভাষাৰ চলচ্চিত্ৰটো অভিনয় কৰিছে।
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]ফিৰোজ খানৰ জন্ম ১৯ জানুৱাৰীত এটি মুছলমান পৰিবাৰত হয়। তেওঁ মুম্বাইৰ Smt. MMK College of Commerce and Economics -ৰ ছাত্ৰ আছিল। পিছত তেওঁ ইংলেণ্ডৰ অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ যায় য’ৰপৰা তেওঁ পঢ়াশুনা সম্পূৰ্ণ কৰে।[3]
তেওঁ কাশ্মীৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁ তিনিটা সন্তান গৰাকী- এগৰাকী ল’ৰা আৰু দুগৰাকী ছোৱালী। তেওঁৰ পুত্ৰ জিব্ৰান খানো এগৰাকী অভিনেতা।[4]
ফিল্ম’গ্ৰাফী
[সম্পাদনা কৰক]চলচ্চিত্ৰ
[সম্পাদনা কৰক]| চন | শিৰোনাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ১৯৮৪ | মঞ্জিল মঞ্জিল | ৰূপেশ | |
| ১৯৮৫ | জবৰদস্ত | বিক্ৰম সিং | |
| ১৯৮৬ | স্বাতী | মনোহৰ যোশী | |
| ১৯৮৬ | মাজলুম | ৰাজন বিজয় সিং | |
| ১৯৮৮ | কোঁৱৰলাল | জগ্গন সিং | |
| ১৯৮৮ | কয়মত সে কয়মত তক | ৰতন সিং | |
| ১৯৮৮ | খাত্ৰো কে খিলাড়ী | অৰ্জুন সিং | |
| ১৯৮৮ | জুংগল কী বেতী | ||
| ১৯৮৯ | আজীব ইতেফক | গায়ক | অতিথি চৰিত্ৰ |
| ১৯৯০ | সেৰ দিল | বলাৎকাৰী | |
| ১৯৯১ | নায়া জাহেৰ | ইন্সপেক্টৰ বিক্ৰম | |
| ১৯৯২ | কল কী আৱাজ | ডিএছপি সিং | |
| ১৯৯২ | জিগাৰ | দুৰ্যোধন | |
| ১৯৯২ | তিৰংগা | ৰসিক নাথ গুণ্ডাস্বামী | |
| ১৯৯৩ | আদমী | ত্ৰিকালচ্ গুন | |
| ১৯৯৩ | ফুল ঔৰ অংগৰ | কালিচৰণ | |
| ১৯৯৪ | মিঃ আজাদ | হিৰাভাত মিশ্ৰৰ পুত্ৰ | |
| ১৯৯৪ | ব্ৰহ্মা | সুন্দেৰ | |
| ১৯৯৪ | আ গালে লগ জা | সিকেন্দাৰ খান্না | |
| ১৯৯৫ | কলিযুগ কে অৱতাৰ | বিকি | |
| ১৯৯৫ | কৰণ অৰ্জুন | নাহৰ সিং | |
| ১৯৯৬ | হম হ্যে খলনায়ক | চলচ্চিত্ৰ পৰিচালক (চৰিত্ৰ) | |
| ১৯৯৬ | সাজান চালে সসুৰাল | ঠাকুৰৰ পুত্ৰ | |
| ১৯৯৬ | ৰঙবাজ | গোগা | |
| ১৯৯৬ | হেল্লো ডেড্ডী | Ji Jo | কন্নড় চলচ্চিত্ৰ |
| ১৯৯৭ | মোহাব্বাত | গুন | |
| ১৯৯৭ | দো আখে বাৰাহ হাঠ | পুলিচ ইন্সপেক্টৰ | |
| ১৯৯৭ | ৰাজা কী আয়েগী বাৰাত | পুলিচ ইন্সপেক্টৰ ফিৰোজ খান | অতিথি চৰিত্ৰ |
| ১৯৯৭ | বিশ্ববিধাতা | গুন | |
| ১৯৯৮ | বাৰুদ | সিংঘালচ মেন | |
| ১৯৯৮ | মেহন্দী | বিল্লু (ইউনুছ/হিজৰা) | |
| ১৯৯৮ | মাফিয়া ৰাজ | জেকী জেক্যল | |
| ১৯৯৯ | মা কসম | ইন্সপেক্টৰ ঘোষাল | |
| ১৯৯৯ | হোগী প্যাৰ ৰী জীত | অৰ্জুন সিং | |
| ২০০০ | দাদা | গুন | |
| ২০০০ | জ্বৱালামুখী | নাগাৰ্জুন | |
| ২০০১ | জড়ি নং ১ | মোণ্টি | |
| ২০০১ | অৰ্জুন দেৱা | জাহাংগীৰ খান | |
| ২০০২ | ৰিস্তেয় | ট্ৰেইনাৰ এণ্ড ফ্ৰেইণ্ড | |
| ২০০৩ | কুটুম্বা | জয়াৰাজ পাটিল | কন্নড় চলচ্চিত্ৰ |
| ২০০৪ | চান্দ সা ৰৌচন চেহৰা | ||
| ২০০৬ | য়েহ ৰাত | য়োগৰাজ | |
| ২০১৩ | য়ামলা পাগলা দীৱানা ২ | শিখ ইন্সপেক্টৰ ইন লণ্ডন | |
| ২০১৩ | মহাভাৰত ঔৰ বাৰবাৰেক | অৰ্জুন | |
| ২০১৬ | আই ডণ্ট ৱাটচ্ টিভি | নিজে | ৱেব চিৰিজ |
টেলিভিচন
[সম্পাদনা কৰক]| চন | ধাৰাবাহিক | চৰিত্ৰ | চেনেল | টোকা |
|---|---|---|---|---|
| ১৯৮৮-১৯৯০ | মহাভাৰত | অৰ্জুন | ডিডি নেশ্যনেল | |
| ১৯৯৬ | যুগ | পেটাৰ গোমচ্ | ডিডি নেশ্যনেল | |
| ১৯৯৭ | বেতাল পচীসী | Magician | ডিডি নেশ্যনেল | |
| ১৯৯৭-১৯৯৮ | মহাভাৰত কথা | অৰ্জুন | ডিডি নেশ্যনেল | |
| ২০০০-২০০১ | বিষ্ণু পুৰাণ | জমদগ্নি | ডিডি নেশ্যনেল | |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "A film on Mahabharata". The Times of India. 20 January 2012. Archived from the original on 2013-09-19. https://web.archive.org/web/20130919142942/http://articles.timesofindia.indiatimes.com/2012-01-20/tv/30646770_1_marathi-films-film-industry-small-screen। আহৰণ কৰা হৈছে: 2012-04-18.
- ↑ "Mahabharat's Arjun Firoz Khan Says Changing His Name Gave Him Everything He'd Dreamed of". News18.com. 27 April 2020. https://www.news18.com/news/movies/mahabharats-arjun-firoz-khan-says-changing-his-name-gave-him-everything-hed-dreamed-of-2594135.html। আহৰণ কৰা হৈছে: 2020-04-30.
- ↑ "Alumni". Smt. MMK College of Commerce & Economics. Archived from the original on 2012-06-18. https://web.archive.org/web/20120618171406/http://www.mmkcollege.org/alumni-esteemed.asp। আহৰণ কৰা হৈছে: 2012-04-18.
- ↑ "'Mahabharat' fame Arjun's son Jibraan Khan to make his Bollywood debut in 'Bramhastra'?". RepublicWorld. 22 May 2020. Archived from the original on 5 November 2020. https://web.archive.org/web/20201105065032/https://m.republicworld.com/entertainment-news/television-news/mahabharat-fame-arjuns-son-jibraan-to-make-his-debut-in-bramhastra.html। আহৰণ কৰা হৈছে: 7 June 2020.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- অৰ্জুন সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।