অৰ্ণৱ, আস্থা আৰু JEC

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰ্ণৱ, আস্থা আৰু JEC  
লেখক ইন্দ্ৰাণী শৰ্মা
দেশ ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশক আঁক-বাক প্ৰকাশন
প্ৰকাশ ৩ নৱেম্বৰ ২০১৯
মিডিয়া প্ৰকাৰ মুদ্ৰণ

অৰ্ণৱ, আস্থা আৰু জে ই চি (নামটো ষ্টাইলাইজ কৰা হৈছে: অৰ্ণৱ, আস্থা আৰু JEC) ইন্দ্ৰাণী শৰ্মাৰ দ্বাৰা ৰচিত এখন জনপ্ৰিয় উপন্যাস। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পটভূমিত অৰ্ণৱ আৰু আস্থা বৰুৱাৰ কাল্পনিক প্ৰেমকাহিনীৰে ৰচিত এই উপন্যাসখনে অতি কম সময়ৰ ভিতৰতে Social Media-ত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়।[উদ্ধৃতিৰ প্ৰয়োজন] তেওঁৰ ৱেবছাইট www.indranee.orgত এই উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰকাশ কৰিছিল।[1]

প্ৰকাশ[সম্পাদনা কৰক]

লেখিকাৰ নিজা ৱেবচাইট আৰু ফেইচবুকৰ এটা গ্ৰুপত খণ্ড খণ্ডকৈ প্ৰকাশ পোৱাৰ পাছত ২০১৯ চনৰ নৱেম্বৰত আঁ‌ক-বাক প্ৰকাশনে উপন্যাসখন কিতাপ আকাৰে প্ৰকাশ কৰি উলিয়ায়।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]