সমললৈ যাওক

আলতাফ মজিদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আলতাফ মজিদ
জন্ম অসম, ভাৰত
মৃত্যু ১৩ এপ্ৰিল, ২০১৬
অন্য নাম ৰিজা
নাগৰিকত্ব ভাৰত ভাৰতীয়
পেচা অভিযন্তা, চলচ্চিত্ৰ সমালোচক, চলচ্চিত্ৰ পৰিচালক, সাংস্কৃতিক কৰ্মী
দাম্পত্যসঙ্গী জেবিন আহমেদ
আত্মীয়-স্বজন এহছান মজিদ

আলতাফ মজিদ (ইংৰাজী: Altaf Mazid) অসমৰ এগৰাকী চলচ্চিত্ৰ সমালোচক, চলচ্চিত্ৰ পৰিচালক আৰু সাংস্কৃতিক কৰ্মী৷ তেখেত ‘চুটি ছবি’ নিৰ্মাণৰ বাবে বিখ্যাত৷ প্ৰথম অসমীয়া বোলছবি জয়মতীৰ নষ্ট হ'ব ধৰা প্ৰিণ্টটো এখেতে ভাল কৰাই সংৰক্ষণ কৰে৷[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

এখেত অসম চৰকাৰৰ জনস্বাস্থ্য বিভাগত অভিযন্তা হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল৷

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

মজিদে পৰিচালনা বা প্ৰযোজনা কৰা কিছু চুটিছবি আৰু তথ্যচিত্ৰৰ নাম হ'ল-[1]

বৰ্ষ ছবিৰ নাম ভাষা ইংৰাজী নাম বিষয় টোকা
১৯৯২ব্যক্তিগত আৰু গোপনীয়,অসমীয়াPersonal and Confidentialপৰীক্ষামূলক কাহিনীচিত্ৰ
১৯৯৮জীৱনঅসমীয়াLifeপৰীক্ষামূলক কাহিনীচিত্ৰ
২০০১লাখটকীয়াত গোলামঅসমীয়াClosed-door-and-stuff-inside-the magazine Syndromeপৰীক্ষামূলক তথ্যচিত্ৰ
২০০২আৱাৰ কমন ফিউচাৰঅসমীয়াOur Common Futureতথ্যচিত্ৰ
২০০৪দ্য জয় অৱ গিভিংঅসমীয়াThe Joy of Givingতথ্যচিত্ৰ
২০০৪লাছ ভেগাছতঅসমীয়াIn Las Vegasপৰীক্ষামূলক কাহিনীচিত্ৰ
২০০৫ভাল খবৰঅসমীয়াGood newsপৰীক্ষামূলক তথ্যচিত্ৰ
২০০৭ক্ৰেজি অন ৰকচ্অসমীয়াCrazy on the Rocksতথ্যচিত্ৰ
২০০৮কুনিৰ কুটিল দশাঅসমীয়াThe elbow in exileপৰীক্ষামূলক তথ্যচিত্ৰ
২০০৮বলিয়া পিতাইৰ চহকী চোতালঅসমীয়াA duet with the river godতথ্যচিত্ৰ
২০১০চিত্ৰ সূত্ৰঅসমীয়াThe Image Threadsকাহিনীচিত্ৰবিপিন বিজয় পৰিচালিত এই ছবিখনৰ সহযোগী প্ৰযোজক আছিল
২০১৪ৰহস্যৰ বিতচকুঅসমীয়াSeven hundred zero zero sevenপৰীক্ষামূলক তথ্যচিত্ৰ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 Ahmed, Shaheen (April 13, 2016). "ALTAF MAZID – A TRIBUTE". www.raiot.in. Archived from the original on 2016-04-13. https://web.archive.org/web/20160413143716/http://raiot.in/altaf-mazid-a-tribute/। আহৰণ কৰা হৈছে: 2016-04-13.