আৰ্জেন ৰ'বেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা


আৰ্জেন ৰ'বেন

২০১২ চনত বেয়াৰ্ন মিউনিখৰ(Bayern Munich)
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নামআৰ্জেন ৰ'বেন[1]
জন্ম২৩ জানুৱাৰী, ১৯৮৪ (৪০ বছৰ)
জন্মস্থানবেডুম, নেডাৰলেণ্ডচ্‌
উচ্চতা1.80 মিটাৰ (U=ft}})[2]
খেলা স্থানমিডফিলদাৰ
ক্লাবৰ তথ্য
বৰ্তমানৰ ক্লাববেয়াৰ্ন মিউনিখ
সংখ্যা১০
যুৱ কেৰিয়াৰ
১০৮৯-১৯৯৬ভিভি বেডুম
১৯৯৬-২০০০গ্ৰনিংগেন(Groningen)
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
২০০০-২০০২গ্ৰনিংগেন(Groningen)৫০(৮)
২০০২-২০০৪পি এছ ভি(PSV)৫৬(১৭)
২০০৪-২০০৭চেলচি(Chelsea)৬৭(১৫)
০০৭-২০০৯ৰিয়েল মাদ্ৰিদ৫০(১১)
২০০৯–বেয়াৰ্ন মিউনিখ১০৬(৫৬)
ৰাষ্ট্ৰীয় দল
১৯৯৯নেডাৰ্লেণ্ডচ্‌ অনুৰ্দ্ধ ১৫(০)
১৯৯৯-২০০১নেডাৰ্লেণ্ডচ্‌ অনুৰ্দ্ধ ১৬১১(৪)
২০০০নেডাৰ্লেণ্ডচ্‌ অনুৰ্দ্ধ ১৭(১)
২০০১-২০০২নেডাৰ্লেণ্ডচ্‌ অনুৰ্দ্ধ ১৯(২)
২০০১-২০০৩নেডাৰ্লেণ্ডচ্‌ অনুৰ্দ্ধ ২১(১)
২০০৩–নেডাৰ্লেণ্ডচ্‌ জাতীয় দল৭৬(২৬)
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ 15:31, 10 May 2014 (UTC)।


‡ National team caps and goals correct as of 18 June 2014

আৰ্জেন ৰ'বেন(জন্ম ২৩ জানুৱাৰী, ১৯৮৪) হৈছে এজন প্ৰখ্যাত ডাচ্চ ফুটবলাৰ। তেওঁ নেডাৰলেণ্ডচ্‌ জাতীয় দল আৰু জৰ্মানীৰ বুন্দেছলিগা(Bundesliga) লীগৰ ক্লাব বেয়াৰ্ন মিউনিখৰ এজন গুৰুত্বপূৰ্ণ খেলুৱৈ। ৰ'বেনে ইউৰো ২০০৪, ইউৰো ২০০৮, ইউৰো ২০১২ আৰু ফিফা বিশ্বকাপ ২০০৬, ২০১০, ২০১৪ত ভাগ লৈছে। যদিও তেওঁক ফৰৱাৰ্ডৰ খেলুৱৈ হিচাপে ধৰা হয়, তেওঁ ফৰৱাৰ্ডৰ পিছফালে উইংগাৰ হিচাপেহে খেলে। ৰ'বেনক তেওঁৰ অপুৰ্ব ড্ৰিবিং শৈলী, দ্ৰুতি, ক্ৰচিংৰ ক্ষমতা আৰু সোঁ উইংৰ পৰা লোৱা দীৰ্ঘ দুৰত্বৰ বাঁও ভৰিৰ সঠিক শ্বট বোৰৰ বাবে জনা যায়।

ৰ'বেনে ২০০১ চনত ইৰেডিৱাইজী(Eredivisie) চিজনত গ্ৰনিংগেনৰ হৈ খেলি বছৰটোৰ খেলুৱৈৰ(player of the year) সন্মান লাভ কৰি প্ৰখ্যাত হৈ পৰিছিল। ইয়াৰ দুবছৰ পিছত তেওঁ পি এচ ভি(PSV Eindhoven) লৈ আহে আৰু ইয়াত তেওঁ নেডাৰলেণ্ডচ্‌ৰ বছৰটোৰ যুৱ খেলুৱৈ(Netherlands' Young Player of the Year) সন্মান লাভ কৰে আৰু এটা ইৰেডিৱাইজী সন্মান পাবলৈ সক্ষম হয়।[3] ইয়াৰ পিছৰটো চিজন কেইটামান আগশাৰীৰ ইংলিছ ক্লাবৰ হৈ খেলি তেওঁ ২০০৪ চনত চেলচি(Chelsea) লৈ আহে।

আঘাতৰ সমস্যাৰ কাৰণে ৰ'বেনৰ চেলচিত অভিষেক ঘটোৱাত কিছু পলম হৈছিল, কিন্তু সুস্থ হোৱাৰ পিছত তেওঁৰ সহায়ত চেলচিয়ে একেৰাহে দুটাকৈ প্ৰিমিয়াৰ লীগ(Premier League)ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু ২০০৫ চনৰ নৱেম্বৰত তেওঁ প্ৰিমিয়াৰ লীগৰ মাহটোৰ খেলুৱৈৰ(FA Premier League Player of the Month) সন্মান লাভ কৰিছিল।[4][5]ইয়াৰ পিছত অঘাতৰ সমস্যাত ভোগা ৰ'বেনে ইংলেণ্ডত তৃতীয় চিজনৰ পিছত ৩৫ মিলিয়ন ইউৰোৰ এক চুক্তিৰ বিনিময়ত স্পেনিছ ক্লাব ৰিয়েল মাদ্ৰিডলৈReal Madrid যায়। ২০০৯ চনৰ আগষ্টত তেওঁ ২৫ মিলিয়ন ইউৰোৰ এক চুক্তিৰে বেয়াৰ্ন মিউনিখলৈ আহে[6] আৰু প্ৰথমখন খেলতে দুটাকৈ গ'ল দিয়ে। তেওঁৰ প্ৰথমটো চিজনতে বেয়াৰ্ন মিউনিখে লীগৰ খিতাপ দখল কৰিবলৈ সক্ষম হ'য় য'ত বিজয়ী গ'লটো ৰ'বেন দিছিল। চেম্পিয়ন লীগৰ ফাইনেল(Champions League final) খেলখনত তেওঁ মেন অৱ দ্য মেচ হৈছিল। ক্লাবৰ প্ৰথমটো চিজনৰ পিছত তেওঁ জাৰ্মানীৰ বছৰটোৰ ফুটবলাৰৰ(Footballer of the Year in Germany) সন্মান লাভ কৰিছিল।

কেৰিয়াৰ পৰিসংখ্যা[সম্পাদনা কৰক]

===ক্লাব পৰিসংখ্যা===
17 May 2014. অনুসৰি[7]
Club performance League Cup League Cup Continental Other Total
Club League Season Apps Goals Apps Goals Apps Goals Apps Goals Apps Goals Apps Goals
Netherlands League KNVB Cup Europe Other Total
FC Groningen Eredivisie 2001–02 28 6 6 4 34 10
PSV Eindhoven 2002–03 33 12 3 0 4 1 1 0 41 13
2003–04 23 6 2 0 8 2 1 1 34 9
England League FA Cup League Cup Europe Other Total
Chelsea Premier League 2004–05 18 7 2 0 4 1 5 1 29 9
2005–06 28 6 4 1 1 0 6 0 1 0 40 7
2006–07 21 2 4 0 3 0 7 1 1 0 36 3
Spain League Copa del Rey Europe Other Total
Real Madrid La Liga 2007–08 21 4 2 1 5 0 0 0 28 5
2008–09 29 7 0 0 6 1 2 0 37 8
Germany League DFB-Pokal Europe Other Total
Bayern Munich Bundesliga 2009–10 24 16 3 3 10 4 37 23
2010–11 14 12 1 1 2 0 0 0 17 13
2011–12 24 12 3 2 9 5 36 19
2012–13 16 5 5 4 9 4 1 0 30 13
2013–14 28 11 5 4 10 4 2 2 45 21
Career totals Netherlands 84 24 11 4 12 3 2 1 109 32
England 67 15 10 1 8 1 18 2 2 0 105 19
Spain 50 11 2 1 11 1 2 0 65 13
Germany 106 56 17 14 40 17 3 2 166 89
Career statistics 307 106 40 20 8 1 81 23 9 3 445 153

আন্ত:ৰাষ্ট্ৰীয়[সম্পাদনা কৰক]

আন্ত:ৰাষ্ট্ৰীয় পৰিসংখ্যা[সম্পাদনা কৰক]

২০১০ চনৰ বিশ্বকাপৰ পিছত ৰ'বেন আমষ্টাৰ্ডামৰ এখন নাৱত

[8]

Netherlands national team
Year Apps Goals
2003 3 1
2004 8 2
2005 6 3
2006 10 2
2007 4 0
2008 6 2
2009 8 1
2010 7 4
2011 1 0
2012 10 2
2013 10 5
2014 4 4
Total 77 26

আন্ত:ৰাষ্ট্ৰীয় গ'ল[সম্পাদনা কৰক]

Score and result lists Netherlands goals first
Goal Date Venue Opponent Score Result Competition
1. 11 October 2003 Philips Stadion, Eindhoven, Netherlands  মলডভা 5–0 5–0 UEFA Euro 2004 qualifying
2. 18 February 2004 Amsterdam ArenA, Amsterdam, Netherlands  আমেৰিকা যুক্তৰাষ্ট্ৰ 1–0 1–0 Friendly
3. 17 November 2004 Mini Estadi, Barcelona, Spain  আন্দৰা 2–0 3–0 2006 FIFA World Cup qualification
4. 4 June 2005 De Kuip, Rotterdam, Netherlands  ৰোমানিয়া 1–0 2–0 2006 FIFA World Cup qualification
5. 17 August 2005 De Kuip, Rotterdam, Netherlands  জাৰ্মানী 1–0 2–2 Friendly
6. 2–0
7. 11 June 2006 Zentralstadion, Leipzig, Germany  ছাৰ্বিয়া আৰু মণ্টেনিগ্ৰো 1–0 1–0 2006 FIFA World Cup
8. 16 August 2006 Lansdowne Road, Dublin, Republic of Ireland  আয়াৰলেণ্ড 2–0 4–0 Friendly
9. 1 June 2008 De Kuip, Rotterdam, Netherlands  ৱেলছ 2–0 2–0 Friendly
10. 13 June 2008 Stade de Suisse, Bern, Switzerland  ফ্ৰান্স 3–1 4–1 UEFA Euro 2008
11. 10 June 2009 De Kuip, Rotterdam, Netherlands  নৰৱে 2–0 2–0 2010 FIFA World Cup qualification
12. 5 June 2010 Amsterdam ArenA, Amsterdam, Netherlands  হাংগেৰী 3–1 6–1 Friendly
13. 6–1
14. 28 June 2010 Moses Mabhida Stadium, Durban, South Africa  শ্ল'ভাকিয়া 1–0 2–1 2010 FIFA World Cup
15. 6 July 2010 Cape Town Stadium, Cape Town, South Africa  উৰুগুৱে 3–1 3–2 2010 FIFA World Cup
16. 29 February 2012 Wembley Stadium, London, England  ইংলেণ্ড 1–0 3–2 Friendly
17. 3–2
18. 7 June 2013 Gelora Bung Karno Stadium, Jakarta, Indonesia  ইণ্ডোনেছিয়া 3–0 3–0 Friendly
19. 6 September 2013 A. Le Coq Arena, Tallinn, Estonia  এষ্ট’নিয়া 1–0 2–2 2014 FIFA World Cup qualification
20. 11 October 2013 Amsterdam ArenA, Amsterdam, Netherlands  হাংগেৰী 8–1 8–1 2014 FIFA World Cup qualification
21. 15 October 2013 Şükrü Saracoğlu Stadium, Istanbul, Turkey  তুৰস্ক 0–1 0–2 2014 FIFA World Cup qualification
22. 16 November 2013 Cristal Arena, Genk, Belgium  জাপান 2–0 2–2 Friendly
23. 4 June 2014 Amsterdam ArenA, Amsterdam, Netherlands  ৱেলছ 1–0 2–0 Friendly
24. 13 June 2014 Arena Fonte Nova, Salvador, Brazil  স্পেইন 2–1 5–1 2014 FIFA World Cup
25. 5–1
26 18 June 2014 Estádio Beira-Rio, Porto Alegre, Brazil  অষ্ট্ৰেলিয়া 1–0 3–2 2014 FIFA World Cup

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "FIFA Club World Cup Morocco 2013: List of Players" (PDF). FIFA. 7 December 2013. পৃষ্ঠা 5. http://www.fifadata.com/document/FCWC/2013/pdf/FCWC_2013_SquadLists.pdf। আহৰণ কৰা হৈছে: 7 December 2013. 
  2. "Player Profile". Bayern Munich. http://www.fcbayern.de/en/teams/first-team/arjen-robben/। আহৰণ কৰা হৈছে: 24 April 2014. 
  3. "UEFA Champions League – Players – Robben". uefa.com. Archived from the original on 27 September 2008. http://www.uefa.com/competitions/UCL/Players/Player=57134/index.html। আহৰণ কৰা হৈছে: 3 August 2008. 
  4. "Arjen Robben". ChelseaFC.com. Archived from the original on 16 June 2008. http://www.chelseafc.com/page/ThePlayers/0,,10268~28226,00.html। আহৰণ কৰা হৈছে: 3 August 2008. 
  5. "FA Premier League Seasonal awards 2004/05". Premierleague.com. Archived from the original on 20 June 2007. https://web.archive.org/web/20070620104736/http://www.premierleague.com/fapl.rac?command=setSelectedId&nextPage=enNewsLatest&id=678429&type=com.fapl.website.news.NewsItem&categoryCode=NewsSpecialFeatures&breadcrumb=sfsub_breadcrumb। আহৰণ কৰা হৈছে: 3 August 2008. 
  6. "Real cash in on Dutch duo". sky sports. 28 August 2009. http://www.skysports.com/story/0,19528,11827_5520653,00.html। আহৰণ কৰা হৈছে: 30 August 2009. 
  7. "Robben, Arjen" (German ভাষাত). kicker.de. http://www.kicker.de/news/fussball/bundesliga/vereine/1-bundesliga/2013-14/bayern-muenchen-14/28673/spieler_arjen-robben.html। আহৰণ কৰা হৈছে: 10 May 2014. 
  8. আৰ্জেন ৰ'বেন at National-Football-Teams.com