বাৰ্তা:আৰ্জেন ৰ'বেন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইং ৱিকিৰ মতে তেওঁৰ নামৰ ডাচ্চ উচ্চাৰণ "আৰ্জেন ৰ'বেন'হে। — গীতাৰ্থ বৰদলৈ (talk) 08:16, 19 জুন 2014 (UTC)

মই অসমীয়া বাতৰিকাকতত "আৰিয়েন" বুলি পাইছিলো, যোৱাকালি অষ্ট্ৰেলিয়া বনাম হলেণ্ড খেলখনত আৰয়ান/আৰিয়েন বুলি ধাৰাভাষ্যকাৰ জনে কোৱা যেন অনুমান হ'ল। এই লিংটো চাবচোন। Saidul Islam 08:48, 19 জুন 2014 (UTC)
ইং ৱিকিত দিয়া আই পি এ আৰু উচ্চাৰণৰ ফাইলটো চোৱাচোন। সেইটো অনুসৰণ কৰাই উচিত হ'ব। ধাৰভাষ্যকাৰক বিশ্বাস কৰিব নোৱাৰি। তেওঁলোকে স্থানীয় উচ্চাৰণ নকয়। 'Mexico'-ৰ স্থানীয় উচ্চাৰণ মেসিক', কিন্তু তেওঁলোকে মেক্সিক' বুলিহে কয়। — গীতাৰ্থ বৰদলৈ (talk) 10:58, 19 জুন 2014 (UTC)
ঠিক কৰিলো Saidul Islam 12:25, 19 জুন 2014 (UTC)