আৰ্যভট্ট (কৃত্ৰিম উপগ্ৰহ)
অৱয়ব
| নিয়ন্ত্ৰক | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা |
|---|---|
| COSPAR ID | 1965-033A |
| SATCAT no. | 7752 |
| অভিযানৰ সময় | ৪ দিন |
| মহাকাশযানৰ বৈশিষ্টসমূহ | |
| উত্ক্ষেপিত ভৰ | ৩৬০ কিলোগ্ৰাম[1] |
| ক্ষমতা | ৪৬ ৱাট |
| অভিযানৰ আৰম্ভণি | |
| উৎক্ষেপণৰ তাৰিখ | ১৯ এপ্ৰিল, ১৯৭৫, ০৭:৩০UTC[2] |
| ৰকেট | কছমছ-৩ এম |
| উৎক্ষেপণ স্থলী | কাপুষ্টিন য়াৰ |
| অভিযানৰ সামৰণি | |
| অন্তিম যোগাযোগ | ২৪ এপ্ৰিল, ১৯৭৫ |
| Decay date | ১০ ফেব্ৰুৱাৰী, ১৯৯২ |
| কক্ষীয় পৰিমাপসমূহ | |
| প্ৰসংগ প্ৰণালী | ভূ-কেন্দ্ৰিক |
| Regime | নিম্ন ভূ-কক্ষপথ |
| Peri altitude | ৫৬৮ কিল'মিটাৰ (৩৫৩ মাইল) |
| Apo altitude | ৬১১ কিল'মিটাৰ (৩৮০ মাইল) |
| Inclination | ৫০.৬° |
| পৰ্যায়কাল | ৯৬.৪৬° |
| Epoch | ১৯ মে', ১৯৭৫[3] |
| Error: no value specified for required parameter "apsis" | |
আৰ্যভট্ট (হিন্দী: आर्यभट) ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ।[1] ভাৰতৰ বিখ্যাত জ্যোতিৰ্বিদ আৰ্যভট্টৰ নামেৰে এই উপগ্ৰহটোৰ নামকৰণ কৰা হৈছিল।[4]
উৎক্ষেপণ
[সম্পাদনা কৰক]১৯৭৫ চনৰ ১৯ এপ্ৰিলত কাপুষ্টিন য়াৰৰ পৰা কছমছ-৩ এম উৎক্ষেপণ যানখনৰ সহায়ত ভাৰতে আৰ্যভট্ট উপগ্ৰহ উৎক্ষেপণ কৰিছিল। আৰ্যভট্ট উপগ্ৰহ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Aryabhata" in The New Encyclopædia Britannica. Chicago: Encyclopædia Britannica Inc., 15th edn., 1992, Vol. 1, p. 611.
- ↑ McDowell, Jonathan. "Launch Log". Jonathan's Space Page. http://planet4589.org/space/log/launchlog.txt। আহৰণ কৰা হৈছে: 22 January 2014.
- ↑ McDowell, Jonathan. "Satellite Catalog". Jonathan's Space Page. http://planet4589.org/space/log/satcat.txt। আহৰণ কৰা হৈছে: 22 January 2014.
- ↑ "Aryabhata - The first indigenously built satellite". http://www.isro.org/satellites/aryabhata.aspx.