সমললৈ যাওক

কৃত্ৰিম উপগ্ৰহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কৃত্ৰিম উপগ্ৰহ (ইংৰাজী: satellite) হৈছে মহাকাশলৈ বৈজ্ঞানিক পদ্ধতিৰে উৎক্ষেপণ কৰা উপগ্ৰহ। বিভিন্ন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা আৰু বৈজ্ঞানিক সা-সুবিধা লাভৰ বাবে ইয়াক উৎক্ষেপণ কৰা হয়। মহাকাশলৈ প্ৰথমে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিছিল ছোভিয়েট ইউনিয়নে। ১৯৫৭ চনৰ ৪ অক্টোবৰত উৎক্ষেপণ কৰা স্পুটনিক-১ নামৰ উপগ্ৰহটোৱেই প্ৰথমটো কৃত্ৰিম উপগ্ৰহ।

NASA's Earth-observing fleet as of June 2012.

দেশভিত্তিক প্ৰথম উৎক্ষেপণ সমূহ

[সম্পাদনা কৰক]
দেশভিত্তিক প্ৰথম উৎক্ষেপিত কৃত্ৰিম উপগ্ৰহ
ক্ৰম দেশবছৰৰকেটৰ নামকৃত্ৰিম উপগ্ৰহৰ নাম
1  ছ'ভিয়েট সংঘ১৯৫৭স্পুটনিক-পিএচ (ৰকেট)স্পুটনিক-১
2  আমেৰিকা যুক্তৰাষ্ট্ৰ১৯৫৮জুনো-১এক্সপ্লোৰাৰ-১
3  ফ্ৰান্স১৯৬৫ডায়ামাণ্টএষ্টাৰিস্ক
4  জাপান১৯৭০ল্যাম্বডা-৪এচ (ৰকেট)ওচুমি
5  চীন১৯৭০লং মাৰ্চ-১ডং ফ্যাং হং-১
6  যুক্তৰাজ্য১৯৭১ব্ল্যাক এযাৰোপ্ৰোচপেৰো এক্স-৩
7  ভাৰত১৯৮০চেটেলাইট লাঞ্চ ভিহাইকেল (এচএলভি)ৰোহিণী
8  ইজৰাইল১৯৮৮চ্যভিতওফেক-১
_  ৰাছিয়া[1]১৯৯২সোয়ুজ-ইউক'চ'ম'চ 2175
9  ইউক্ৰেইন[1]১৯৯২চাইক্লোন-৩ষ্ট্ৰেলা
10  ইৰান২০০৯ছাফিৰ-২অ'মিড
An animation depicting the orbits of GPS satellites in medium Earth orbit.
A full-size model of the Earth observation satellite ERS 2

ভাৰতৰ কৃত্ৰিম উপগ্ৰহ

[সম্পাদনা কৰক]

ভাৰতৰ কৃত্ৰিম উপগ্ৰহসমূহ প্ৰধানকৈ তিনি প্ৰকাৰৰ :

  1. বৈজ্ঞানিক অনুসন্ধানমূলক
  2. ভাৰতীয় জাতীয় কৃত্ৰিম উপগ্ৰহ (INSAT)
  3. দূৰসংবেদী উপগ্ৰহ (IRS)[1]

ভাৰতৰ কৃত্ৰিম উপগ্ৰহসমূহ

[সম্পাদনা কৰক]
ক্ৰম উপগ্ৰহৰ নাম প্ৰক্ষেপণ যান তাৰিখ কাৰ্য বা উপগ্ৰহৰ শ্ৰেণী ফলাফল ISROৰ লিংক
আৰ্য্যভট্ট USSR ১৯-৪-৭৬ বৈজ্ঞানিক সফল
ভাস্কৰ-১ USSR ৭-৬-৭৯ পৃথিৱী পৰ্যবেক্ষণ সফল
ৰোহিণী SLV-3 ১০-৮-৭৯ পৃথিৱী পৰ্যবেক্ষণ ব্যৰ্থ
ৰোহিণী SLV-3 ১৮-৭-৮০ পৃথিৱী পৰ্যবেক্ষণ সফল
ৰোহিণী SLV-3 ৩১-৫-৮১ বৈজ্ঞানিক অধ্যয়ন সফল Archived 2010-09-26 at the Wayback Machine
এপল্ Ariane ১৯-৬-৮১ যোগাযোগ সফল
ভাস্কৰ-২ USSR ২০-১১-৮১ পৃথিৱী পৰ্যবেক্ষণ সফল
INSAT-1A BLTA ১০-৪-৮২ বহুমুখী ব্যৰ্থ
ৰোহিণী SLV-3 ১৭-৪-৮৩ বৈজ্ঞানিক সফল
১০ INSAT-1B Space shuttle ৩০-৮-৮৩ বহুমুখী সফল
১১ SROSS-I ASLV ২৪-৩-৮৭ প্ৰযুক্তিমূলক ব্যৰ্থ
১২ IRS-1A USSR ১৭-৩-৮৮ দূৰসংবেদী সফল
১৩ SROSS-II ASLV ১৩-৭-৮৮ প্ৰযুক্তিমূলক ব্যৰ্থ
১৪ INSAT-1C Ariane ২১-৭-৮৮ বহুমুখী ব্যৰ্থ
১৫ INSAT-1D DELTA ১২-৬-৯০ বহুমুখী সফল Archived 2014-10-17 at the Wayback Machine
১৬ IRS-1B USSR ২৯-৮-৯১ দূৰসংবেদী সফল
১৭ INSAT-2DT Ariane-44L H10 ২৬-২-৯২ সফল
১৮ SROSS-C ASLV ২০-৫-৯২ বৈজ্ঞানিক সফল Archived 2011-03-20 at the Wayback Machine
১৯ INSAT-2A DELTA ১০-৭-৯২ বহুমুখী সফল
২০ INSAT-2B Ariane ২৩-৭-৯৩ বহুমুখী সফল Archived 2011-03-19 at the Wayback Machine
২১ IRS-1E PSLV-D1 ২০-৯-৯৩ দূৰসংবেদী ব্যৰ্থ Archived 2011-03-17 at the Wayback Machine
২২ SROSS-C2 ASLV ৪-৫-৯৪ বৈজ্ঞানিক সফল Archived 2011-03-19 at the Wayback Machine
২৩ IRS-P2 PSLV-D2 ১৫-১০-৯৪ দূৰসংযোগ সফল
২৪ INSAT-2C Ariane-44L H10-3 ০৭-১২-১৯৯৫ বহুমুখী সফল
২৫ IRS-1C USSR ২৮-১২-৯৫ দূৰসংবেদী সফল
২৬ IRS-P3 PSLV-D3 ২১-৩-৯৬ দূৰসংবেদী সফল
২৭ INSAT-2D Ariane ৪-৬-৯৭ দূৰসংযোগ সফল
২৮ IRS-1D PSLV ২৯-৯-৯৭ দূৰসংবেদী সফল
২৯ INSAT-2E Ariane ৩-৪-৯৯ বহুমুখী সফল
৩০ IRS-P4 PSLV-C2 ২৬-৫-৯৯ সাগৰীয় অধ্যয়ন সফল
৩১ INSAT-3B Ariane-5 ২২-৩-২০০০ বহুমুখী সফল
৩২ GSAT-1 GSLV-D1 ১৮-৪-২০০১ সফল Archived 2014-01-13 at the Wayback Machine
৩৩ TES PSLV-C3 ২২-১০-২০০১ সফল Archived 2010-06-12 at the Wayback Machine
৩৪ INSAT-3C Ariane-42L H10-3 ২৪-১-২০০২ সফল
৩৫ Kalpana-1 (METSAT) PSLV-C4 ১২-৯-২০০২ সফল
৩৬ INSAT-3A Ariane-5G ১০-৪-২০০৩ সফল
৩৭ GSAT-2 GSLV-D2 ০৮-৫-২০০৩ সফল Archived 2009-10-12 at the Wayback Machine
৩৮ INSAT-3E Ariane-5G ২৮-৯-২০০৩ সফল
৩৯ RESOURCESAT-1 (IRS-P6) PSLV-C5 ১৭-১০-২০০৩ সফল Archived 2010-11-25 at the Wayback Machine
৪০ EDUSAT GSLV-F01 ২০-১০-২০০৪ সফল
৪১ HAMSAT PSLV-C6 ০৫-৫-২০০৫ সফল Archived 2010-09-26 at the Wayback Machine
৪২ CARTOSAT-1 PSLV-C6 ০৫-৫-২০০৫ সফল
৪৩ INSAT-4A Ariane-5GS ২২-১২-২০০৫ সফল
৪৪ INSAT-4C GSLV-F02 ১০-৭-২০০৬ ব্যৰ্থ Archived 2010-11-25 at the Wayback Machine
৪৫ CARTOSAT-2 PSLV-C7 ১০-১-২০০৭ সফল Archived 2010-11-25 at the Wayback Machine
৪৬ (SRE-1) PSLV-C7 ১০-১-২০০৭ সফল
৪৭ INSAT-4B Ariane-5ECA ১২-৩-২০০৭ সফল
৪৮ INSAT-4CR GSLV-F04 ২-৯-২০০৭ সফল
৪৯ CARTOSAT-2A PSLV-C9 ২৮-৪-২০০৮ সফল Archived 2012-01-06 at the Wayback Machine
৫০ IMS-1 PSLV-C9 ২৮-৪-২০০৮ সফল
৫১ Chandrayaan-1 PSLV-C11 ২২-১০-২০০৮ সফল Archived 2011-03-17 at the Wayback Machine
৫২ RISAT-2 PSLV-C12 ২০-৪-২০০৯ সফল Archived 2010-06-12 at the Wayback Machine
৫৩ ANUSAT PSLV-C12 ২০-৪-২০০৯ সফল Archived 2011-03-17 at the Wayback Machine
৫৪ Oceansat-2 (IRS-P4) PSLV-C14 ২৩-৯-২০০৯ সফল Archived 2009-09-26 at the Wayback Machine
৫৫ GSAT-4 GSLV-D3 ১৫-৪-২০১০ ব্যৰ্থ
৫৬ CARTOSAT-2B PSLV-C15 ১২-৭-২০১০ সফল Archived 2013-01-21 at the Wayback Machine
৫৭ GSAT-5P / INSAT-4D GSLV-F06 ২৫-১২-২০১০ ব্যৰ্থ
৫৮ RESOURCESAT-2 PSLV-C16 ২০-৪-২০১১ সফল
৫৯ GSAT-8 / INSAT-4G Ariane-5 VA-202 ২১-৫-২০১১ সফল
৬০ GSAT-12 PSLV-C17 ১৫-৭-২০১১ সফল
৬১ Megha-Tropiques PSLV-C18 ১২-১০-২০১১ সফল Archived 2011-10-15 at the Wayback Machine
৬২ RISAT-1 PSLV-C19 ২৬-৪-২০১২ সফল Archived 2013-10-29 at the Wayback Machine
৬৩ GSAT-10 Ariane-5 VA-209 ২৯-৯-২০১২ সফল

[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. “ভাৰতৰ মহাকাশ কাৰ্যসূচী আৰু আৰ্থসামাজিক উন্নতি”, যাদৱ শৰ্মা, বিজ্ঞান জেউতি, ৩৫/৩, অক্টোৱৰ-নৱেম্বৰ, ২০০০
  2. “ভাৰতৰ মহাকাশ কাৰ্যসূচী আৰু আৰ্থসামাজিক উন্নতি”, যাদৱ শৰ্মা, বিজ্ঞান জেউতি, ৩৫/৩, অক্টোৱৰ-নৱেম্বৰ, ২০০০

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]