ইফতাৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
ইফতাৰ (আৰবী: إفطار ইফ্ত্বাৰ্) হৈছে, ৰমজান মাহত মুছলিমসকলে গোটেই ৰোজা ৰখাৰ পাছত সূৰ্যাস্তৰ সময়ত যি খাদ্য গ্ৰহণ কৰা হয়। ৰমাদ্বান মাহত সকলোৱেই একেলগে বহি ইফতাৰ গ্ৰহণ কৰে। খেজুৰ খাদ্যৰ দ্বাৰা ইফতাৰ আৰম্ভ কৰা ছুন্নত।