সমললৈ যাওক

উত্তৰ গাৰো পাৰ্বত্য জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উত্তৰ গাৰো পাৰ্বত্য জিলা
উত্তৰ গাৰো
মেঘালয়ৰ উত্তৰ গাৰো পাৰ্বত্য জিলাৰ অৱস্থান
মেঘালয়ৰ উত্তৰ গাৰো পাৰ্বত্য জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য মেঘালয়
মুখ্যালয় ৰেচুবেলপাৰা
চৰকাৰ
 • Vidhan Sabha constituencies
কালি
 • মুঠ
১,১১৩ বৰ্গকিমি (৪৩০ বৰ্গমাইল)
জনসংখ্যা
 (2001)
 • মুঠ
১,১৮,৩২৫
 • ঘনত্ব ১১০/km (২৮০/sq mi)

উত্তৰ গাৰো পাৰ্বত্য (ইংৰাজী: North Garo Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা।[1] জিলাৰ সদৰ ৰেচুবেলপাৰাত অৱস্থিত।[2] জিলাখনৰ আয়তন ১,১১৩ বৰ্গ কিলোমিটাৰ আৰু ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ১,১৮,৩২৫ জন।

উত্তৰ গাৰো পাৰ্বত্য জিলাখন পূব গাৰো পাৰ্বত্য জিলাৰ পৰা নিৰ্মাণ কৰা হৈছিল। জনসাধাৰণৰ সুবিধাৰ্থে আৰু উন্নত প্ৰশাসনৰ বাবে মেঘালয়ৰ ৰাজ্যপালে পূব গাৰো পাৰ্বত্য জিলাৰ উক্ত ৰেচুবেলপাৰা চিভিল চাব-ডিভিজনক এটি পূৰ্ণাঙ্গ জিলা হিচাবে উন্নীত কৰাৰ বাবে জৰুৰী বুলি মন কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

ৰেচুবেলপাৰা উত্তৰ গাৰো পাৰ্বত্য জিলাৰ জিলা সদৰ।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]


এই প্ৰবন্ধটো এই মেঘালয়ভূগোল সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।