উৰ্ফি জাভেড
অৱয়ব
| উৰ্ফি জাভেদ | |
|---|---|
২০২৪ চনত উৰ্ফি জাভেদ | |
| জন্ম | ১৫ অক্টোবৰ, ১৯৯৭ (২৮ বছৰ) লক্ষ্ণৌ, উত্তৰ প্ৰদেশ, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০১৬–বৰ্তমান |
| জনা যায় | বৰে ভৈয়া কী দুলহানিয়া |
উৰ্ফি জাভেদ এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী। এ এল টি বালাজীত প্ৰচাৰিত "বৰে ভৈয়া কী দুলহানিয়া" ধাৰাবাহিকত অবনী পন্তৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত। তদুপৰি ব্যতিক্ৰমী সাজ-সজ্জাৰ বাবে তেওঁ সততে চৰ্চাত থকা দেখা যায়।[1]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]উৰ্ফি জাভেদৰ জন্ম হৈছিল ১৯৯৭ চনৰ ১৫ অক্টোবৰত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত। লক্ষ্ণৌৰ নামেৰে নামকৰণ কৰা চিটি মণ্টেছৰী স্কুলৰপৰা তেওঁ স্কুলীয়া জীৱন সম্পূৰ্ণ কৰিছিল। পিছলৈ লক্ষ্ণৌৰ এমিটি বিশ্ববিদ্যালয়ৰপৰা গণ যোগাযোগ বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে।[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Urfi Javed Shocks & Mocks Her Haters With A Strange T-Shirt!" (en-US ভাষাত). Daily Research Plot. 2022-05-19. Archived from the original on 2022-05-19. https://web.archive.org/web/20220519071030/https://dailyresearchplot.com/2022/05/19/urfi-javed-shocks-mocks-her-haters-with-a-strange-t-shirt/। আহৰণ কৰা হৈছে: 2022-05-20.
- ↑ Cyril, Grace (29 November 2021). "Who is Urfi Javed and why is everyone talking about her?". India Today. https://www.indiatoday.in/television/celebrity/story/who-is-urfi-javed-and-why-is-everyone-talking-about-her-1882145-2021-11-29.