এদিনৰ সংবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এদিনৰ সংবাদ
প্ৰকাৰ দৈনিক বাতৰিকাকত
ফৰমেট ডাঙৰ পৃষ্ঠা
সম্পাদক প্ৰধান অদীপ কুমাৰ ফুকন[1]
প্ৰতিষ্ঠা ২৯ অক্টোবৰ, ২০০৬
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম
ৱেবছাইট https://www.adinorsombad.com

এদিনৰ সংবাদ হ'ল অসমৰ গুৱাহাটীৰপৰা প্ৰকাশিত এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। ২০০৬ চনৰ ২৯ অক্টোবৰ তাৰিখে কাকতখন প্ৰথম প্ৰকাশ পায়।[2] অদীপ কুমাৰ ফুকন কাকতখনৰ সম্পাদক।

সমল[সম্পাদনা কৰক]

বিভিন্ন পৃষ্ঠা আৰু শিতানেৰে সৈতে কাকতখনে কিতাপৰ খবৰেৰে 'গ্ৰন্থ পৃষ্ঠা', হাস্য-ব্যংগ শিতান 'ব্ৰেকফাষ্ট', সাক্ষাৎকাৰ ভিত্তিক 'মনৰ খিৰিকী', অসমৰ বিভিন্ন স্থান বিষয়ক 'পৰিক্ৰমা', জনজাতীয় জীৱন বিষয়ক 'সমাজ' আৰু তথ্য আৰু মনোৰঞ্জন বিষয়ক পৃষ্ঠা 'তথ্যৰঞ্জন' প্ৰকাশ কৰে। [2]

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Adinor Sambad, আহৰণ: ২৮-০৯-২০১২
  2. 2.0 2.1 শান্তনু কৌশিক বৰুৱা (ডিচেম্বৰ, ২০২০). অসম ইয়েৰ বুক, ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৬৪৪. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.