সমললৈ যাওক

অসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অসমৰ বাতৰি কাকত আৰু আলোচনীসমূহৰ পৰা পুনঃনিৰ্দেশিত)

অসমীয়া বাতৰি কাকত

অসমীয়া দৈনিক

নিম্নোক্ত তালিকাখনত ঘাইকৈ অসমৰ বা-বাতৰিক কেন্দ্ৰ কৰি অসমীয়া ভাষাত প্ৰকাশিত বিভিন্ন বাতৰি কাকতসমূহৰ নাম আৰু চমু বৰ্ণনা বৰ্নানুক্ৰমিকভাৱে লিখা হৈছে :-

নামইংৰাজী নামসম্পাদকপ্ৰথম প্ৰকাশচলিত / স্থগিতৱেবছাইট
অৰুণোদইArunodoiনাথান ব্ৰাউন (প্ৰতিষ্ঠাপক সম্পাদক)১৮৪৬, জানুৱাৰীস্থগিত (১৮৮২)উপলদ্ধ নহয়
আসাম বিলাসিনী১৮৭১স্থগিত (১৮৮৩)উপলদ্ধ নহয়
আসাম মিহিৰ১৮৭২স্থগিত (১৮৭৩)উপলদ্ধ নহয়
আসাম দৰ্পণ১৮৭৪স্থগিত (১৮৭৫)উপলদ্ধ নহয়
চন্দ্ৰোদয়১৮৭৬স্থগিতউপলদ্ধ নহয়
আসাম দীপক১৮৭৬স্থগিতউপলদ্ধ নহয়
গোৱালপাৰা হিতসাধিনী১৮৭৬স্থগিত (১৮৭৮)উপলদ্ধ নহয়
আসাম নিউজ১৮৮২স্থগিত (১৮৮৫)উপলদ্ধ নহয়
আসাম বন্ধু১৮৮৫স্থগিত (১৮৮৬)উপলদ্ধ নহয়
মৌThe Beeহৰনাৰয়ণ বড়া১৮৮৬স্থগিত (১৮৮৭)উপলদ্ধ নহয়
অসম আদিত্যAsom Adityaচলিতasomaditya.com
অসমীয়া খবৰAsomiya Khoborবিশ্বজিৎ দাস২০০১, নৱেম্বৰ ৬চলিতassamiyakhabor.com
অসমীয়া প্ৰতিদিন[1]Axomiya Pratidinনিত্য বৰা১৯৯৫, মাৰ্চ ৩চলিতepaper.asomiyapratidin.in
আজিAajiঅজিত কুমাৰ ভূঞা২০০০, মাৰ্চ ২২স্থগিতউপলদ্ধ নহয়
আজিৰ অসমAajir Axom১৯৮৭, আগষ্ট ১৫উপলদ্ধ নহয়
আজিৰ দৈনিক বাতৰিAajir Dainik Batoriমিহিৰ দেউৰী২০০৫, জানুৱাৰী ২৩স্থগিতউপলব্ধ নহয়
আজিৰ বাতৰিAajir Batoriধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী১৯৯১, ডিচেম্বৰ ১৬স্থগিতউপলদ্ধ নহয়
আমাৰ অসমAmar Asom/Aamar Axomপ্ৰশান্ত ৰাজগুৰু১৯৯৭, এপ্ৰিল ২১চলিতamarasom.glpublications.in
এদিনৰ সংবাদ[2]Adinor sambadঅদীপ কুমাৰ ফুকনউপলদ্ধ নহয়
গণ অধিকাৰGana Adhikarড॰ জাকিৰ হুছেইন২০১১চলিতepaper.ganaadhikar.com
দৈনিক অগ্ৰদূতDainik Agradootকনকসেন ডেকাআৰম্ভণিৰ বৰ্ষচলিতdainikagradoot.in
দৈনিক অসমDainik Asamপ্ৰফুল্ল গোবিন্দ বৰুৱা১৯৬৫, আগষ্ট ৪চলিতdainikasam
দৈনিক জনমভূমি[3]Dainik Janambhumiউৎপল বৰুৱা১৯৭২, জুন ১চলিতdainikjanambhumi.co.in
দৈনিক জনসাধাৰণJanasadharanশিৱনাথ বৰ্মন২০০৩, জানুৱাৰী ১স্থগিতউপলব্ধ নহয়
নতুন দৈনিকNatun Dainik স্থগিতউপলদ্ধ নহয়
নিয়মীয়া বাৰ্তা[4]Niyomiya Bartaনৰেশ কলিতাচলিতniyaomiyabarta.com
দৈনন্দিন বাৰ্তাDainandin Bartaশংকৰ গোহাঞি২০১০ চলিতdainandinbartagroup.in

অন্যান্য ভাষাত প্ৰকাশিত

সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল সামৰি প্ৰকাশ পোৱা বা-বাতৰিক কেন্দ্ৰ কৰি অন্যান্য ভাৰতীয় ভাষাত প্ৰকাশিত বিভিন্ন বাতৰি কাকতসমূহৰ নাম আৰু চমু বৰ্ণনা বৰ্নানুক্ৰমিকভাৱে লিখা হৈছে :-:-

নামইংৰাজী নামভাষাপ্ৰথম প্ৰকাশচলিত / স্থগিতৱেবছাইট
দ্য আছাম ট্ৰিবিউনThe Assam Tribuneইংৰাজী ভাষা১৯৩৯, আগষ্ট ৪চলিতhttp://www.assamtribune.com/scripts/detailsnew.asp?id=dec1011 Archived 2011-12-10 at the Wayback Machine
দ্যা ছেণ্টিনেলThe Sentinelইংৰাজী ভাষা১৯৮৩চলিতhttp://www.sentinelassam.com/
দা নৰ্থ ইষ্ট টাইমছ্The North East Timesইংৰাজী ভাষাচলিতhttp://net.glpublications.in/
দৈনিক পূৰ্বোদয়Dainik Purvodayহিন্দী ভাষাচলিতhttp://www.dainikpurvoday.com/
দৈনিক প্ৰান্তজ্যোতিDainik Prantojyotiবাংলা ভাষাচলিতhttp://dainikprantojyoti.com/
দৈনিক যুগশঙ্খDainik Jugasankhaবাংলা ভাষাচলিতhttps://jugasankhaepaper.com/ Archived 2021-04-21 at the Wayback Machine
প্ৰাতঃ খবৰPratah Khabarহিন্দী ভাষাচলিতhttp://patahkhabar.in/[সংযোগবিহীন উৎস]
পূৰ্বাঞ্চল প্ৰহৰীPurbanchal Prohoriহিন্দী ভাষাচলিতhttp://pp.glpublications.in/
দৈনিক সাময়িক প্ৰসঙ্গDainik Samayik Prasangaবাংলা ভাষাচলিতhttps://samayikprasanga.in/epaper.php Archived 2021-05-31 at the Wayback Machine

সাপ্তাহিক[5]

নামইংৰাজী নামসম্পাদকপ্ৰথম প্ৰকাশচলিত / স্থগিতৱেবছাইট
অসম বাণীAsam Baniদিলীপ চন্দনচলিতwww.asambani.com
প্ৰাগজ্যোতিষPragjyotishধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী২০০৯স্থগিত
সাদিন[6]Saadinতিলক হাজৰিকা১৯৮৮চলিতhttp://www.pratidinassam.com/sadin/index.html Archived 2008-04-15 at the Wayback Machine

প্ৰমুখ আলোচনীসমূহ

সাহিত্য আলোচনী

নামইংৰাজী নামপ্ৰথম প্ৰকাশসম্পাদকচলিত / স্থগিতটোকা
গৰীয়সী[7]Goriyoshiধ্ৰুৱজ্যোতি বৰাচলিতসাহিত্যালোচনী
জোনাকীJonaki১৮৮৯চন্দ্ৰকুমাৰ আগৰৱালাস্থগিতপ্ৰথম অসমীয়া মাহেকীয়া আলোচনী
তৃষ্ণাতুৰTrishnaturউদাহৰণস্থগিতবিনোদনধৰ্মী আলোচনী
নতুন আৱিষ্কাৰNatun Aviskar১৯৮৮শান্তনু তামূলীবিজ্ঞান আলোচনী
নতুন সৃজনNatun Srijanবিজ্ঞান আলোচনী
নন্দিনী[7]Nandini২০০০মাইনী মহন্তচলিতমহিলাৰ আলোচনী
প্ৰকাশPrakash১৯৭৫মিহিৰ দেউৰীচলিত
প্ৰান্তিকPrantik১৯৮১প্ৰদীপ বৰুৱাচলিতসাহিত্যালোচনী
প্ৰিয় সখী[8]Priyo Xokhi২০০০শশী ফুকন (মুখ্য সম্পাদক), জীমণি চৌধুৰী (সম্পাদক)[7]চলিতমহিলাৰ আলোচনী[9]
বাৰ ওঠৰBara Otharaডাঃ জয়ন্ত বিশ্ব শৰ্মাচলিতকিশোৰ-কিশোৰীৰ আলোচনী
বাঁহীBanhi১৯০৯স্থগিতটোকা
বিচ্চুৰিত বৰ্ণালীBicchurito Bornali২০০৯মহিলাৰ আলোচনী
বিজ্ঞান জেউতিBigyan Jeutiবিজ্ঞান আলোচনী
বিজ্ঞান সুৰভিBigyan Surabhiবিজ্ঞান আলোচনী
বিস্ময়[7][8]Bismoi১৯৬৯শশী ফুকনস্থগিতবিনোদনধৰ্মী আলোচনী
মায়াMayaস্থগিতবিনোদনধৰ্মী আলোচনী
সাতসৰী[7]Satsori২০০৫অনুৰাধা শৰ্মা পূজাৰী, পূৰ্বৰ সম্পাদক -হোমেন বৰগোহাঞিচলিতসাহিত্যালোচনী
স্বাস্থ্য আৰু দীৰ্ঘ জীৱনSwastyaউদাহৰণচলিতস্বাস্থ্যভিত্তিক আলোচনী
শ্ৰীময়ী[7]Srimoyee১৯৮৭বেণী মাধৱস্থগিতমহিলাৰ আলোচনী
ৰহস্যRahashyaউদাহৰণস্থগিতবিনোদনধৰ্মী আলোচনী
ৰোমাঞ্চ[7]Rommance১৯৯৯মুকুল কলিতাস্থগিতবিনোদনধৰ্মী আলোচনী
মৌMouডিচেম্বৰ, ১৮৮৬ চনস্থগিতউপলদ্ধ নহয়
সাম্প্ৰতিক জনমতSampratik Janamat২০১৭ৰুবী ফুকনচলিতঅসমীয়া মাহেকীয়া বাৰ্তালোচনী

শিশু আলোচনী

নামইংৰাজী নামপ্ৰথম প্ৰকাশসম্পাদকচলিত / স্থগিতৱেবছাইট
অকণিৰ অগ্ৰদূত[7]Akonir Agradoot১৯৯৫ৰমেন শইকীয়া, অসীম কুমাৰ বৰাস্থগিতউপলদ্ধ নহয়
চান্দামামাChandamamaস্থগিতউপলদ্ধ নহয়
টিংকলTinkleউদাহৰণৰজনী থিনদাথচলিতউপলদ্ধ নহয়
নতুন আৱিষ্কাৰNotun Abiskarউদাহৰণশান্তনু তামূলীচলিতউপলদ্ধ নহয়
শিশু ৰত্নShishu Ratnaনৱেম্বৰ, ২০০৪ চনগোবিন চন্দ্ৰ নাথস্থগিতউপলদ্ধ নহয়
মৌচাকMouchaqএপ্ৰিল, ১৯৮৪ চনশান্তনু তামূলীচলিতmouchaq.in Archived 2020-04-07 at the Wayback Machine
সঁফুৰাSofuraএপ্ৰিল, ১৯৮২ চনঅমল দত্তচলিতsofura.org
ৰংমেলাRongmelaউদাহৰণঅৰুণ ভাগৱতীচলিতউপলদ্ধ নহয়

কালক্ৰমিক তালিকা

নামপ্ৰথম প্ৰকাশসম্পাদকটোকা
বৰ্ণালী১৯৮১পুণ্যৰাম নেওগ
উদগীৰণ১৯৮১জ্ঞানশংকৰ খাকলাৰী
এন ই প্লেনটেশ্বন নিউজ১৯৮১-১৯৮২জগদীশ ফুকন
কিশলয়১৯৮১ফুল বৰা
নৱ দিগন্ত১৯৮১ঈশ্বৰপ্ৰসাদ চৌধুৰী
লোকায়ত১৯৮১হোমেন বৰগোহাঞি
কাঁচিয়লি১৯৮১লীলাধৰ হাজৰিকা
খ্ৰীষ্টজ্যোতি১৯৮১টংকেশ্বৰ বৰুৱা
জোনাক১৯৮১নিবেদিতা হাজৰিকা, জিনু গোস্বামী
ঋতায়ণ১৯৮১সত্যপ্ৰসাদ কলিতা
আশীৰ্বাদ১৯৮১লক্ষ্মীনাৰায়ন বৰ্মন
নৱ-অৰুণোদয়১৯৮১দীপক কাকতি
অস্তিত্বৰ চেতনা১৯৮১নৱজ্যোতি নাথ
কণ্ঠস্বৰ১৯৮১নৃপেন শইকীয়া
অধিকাৰ১৯৮১
পাণ্ডুলিপি১৯৮১
ব্যতিক্ৰম১৯৮১নলীন কোঁৱৰ
ৰংঘৰ১৯৮১শশী ফুকন
বৰ্তমান গণ-আন্দোলন আৰু ছাত্ৰ আন্দোলন১৯৮১প্ৰবীণ লহকৰ
জনবাণী১৯৮১প্ৰমোদ বৰ্মন
কামৰূপা১৯৮১সুৰেশ গোস্বামী
নতুন বাঁহী১৯৮১জয়ন্ত ৰংপী
জুনুকা১৯৮১নৰেন্দ্ৰ কুমাৰ দাস
ৰ’দালি১৯৮২পদুমী গগৈ
সঁফুৰা১৯৮২-৯৬ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
জাগৰণ১৯৮২যুগল কুমাৰ শইকীয়া
সংবাদ-বিচিত্ৰা১৯৮২ৰূপহ চলিহা
প্ৰতিধ্বনি১৯৮২মৃদুল বৰুৱা
কনষ্ট্ৰাকছন ট্ৰিবিউন১৯৮২ড॰ হেমকান্ত বৰুৱা
অভিযান১৯৮২বীৰেণ চন্দ্ৰ দাস
সংগম১৯৮২শৈলেন দাস, জবিউল আলি
আহ্বান১৯৮২মহম্মদ গিয়াছুদ্দিন
প্ৰকাশন১৯৮২কুমুদ গোস্বামী
অসম কণ্ঠ১৯৮২ডাঃ নেছাৰ আহমেদ
কৰ্ম যুগ১৯৮২খগেন বায়ন
দোকমোকালি১৯৮২দেৱব্ৰত শৰ্মা
শ্ৰমজীৱী১৯৮২অচ্যুত কুমাৰ শৰ্মা
যুগ১৯৮৩ড॰ নৱ হাজৰিকা
সেউজী তল১৯৮৩আনন্দ শৰ্মা
অৰিন্দম১৯৮৩দিলীপ চন্দন শৰ্মা, ভৃংগেশ্বৰ শৰ্মা, প্ৰদীপ শৰ্মা
কালান্তৰ১৯৮৩উৎপল ভূঞা
আজিৰ কবিতা১৯৮৩মদন শৰ্মা
অধিকাৰ১৯৮৩অনুপ ফুকন
অসমী১৯৮৩পৰম শংকৰ দত্ত
অংকুৰ১৯৮৩কামেশ্বৰ বৰ্মন
টি ছেট১৯৮৩অৰূপ কুমাৰ দত্ত
জনসংস্কৃতি১৯৮৩ড॰ জয়ন্ত ৰংপী
আইদেউৰ জোনাকী বাট১৯৮৩ৰাজু বৰুৱা, অৰ্পণা মহন্ত
অনাৰু১৯৮৩মানৱ কুমাৰ ৰামচিয়াৰী
ভূমিকা১৯৮৩শান্তনু তামোলী
খেল-ধেমালী১৯৮৩ফণী শৰ্মা
সংযোগ১৯৮৩অৰুপ কুমাৰ দত্ত
অভিযাত্ৰী১৯৮৩উদ্ভৱ পাঠক
কৃষক বন্ধু১৯৮৩প্ৰসন্ন দত্ত
তদন্ত১৯৮৩ঘন হাজৰিকা
চিত্ৰজ্যোতি১৯৮৩অপূৰ্ব শৰ্মা
প্ৰতীতি১৯৮৩নবীন বৰুৱা, প্ৰদীপজ্যোতি মহন্ত
জনশিখা১৯৮৩পুতুল কলিতা
মেজাংকৰি১৯৮৩শংকৰ কাকতি, অক্ষয় নাথ
জনবিজ্ঞান১৯৮৩ড॰ পৰমানন্দ মহন্ত
এনাজৰী১৯৮৪ঊষা শইকীয়া
কণ্ঠস্বৰ১৯৮৪এম আব্দুল মজিদ খান
দধিচী১৯৮৪সুৰজিত গোস্বামী
প্ৰতিধ্বনি১৯৮৪ড॰ ভূপেন হাজৰিকা
সীৰলু১৯৮৪নৱকান্ত বৰুৱা
সীমান্ত১৯৮৪বিশ্বেশ্বৰ হাজৰিকা
জনজাতি১৯৮৪লক্ষ্মীনাথ পাংগিং
সমদল১৯৮৪মনোৰঞ্জন শৰ্মা
অভিযান১৯৮৪জ্ঞানেন চৌধুৰী
ত্ৰিশংকু১৯৮৪চৈয়দ আব্দুল মালিক
দূত১৯৮৪মতিউৰ ৰহমান
চিত্ৰদূত১৯৮৪দিব্যজ্যোতি লহকৰ
মৌচাক১৯৮৪শান্তনু তামোলী
শিক্ষা বিকাশ১৯৮৪মহিৰুদ্দিন মজুমদাৰ
মণিহাৰ১৯৮৪নানু দত্ত
সংঘ বাৰ্তা১৯৮৪অসম মহিলা সংঘৰ মুখপত্ৰ
জ্ঞানপীঠ১৯৮৪বসন্ত দাস
নিজৰা১৯৮৪বিদ্যুত কুমাৰ শৰ্মা
ককাদেউতা১৯৮৪দুলাল চন্দ্ৰ বৰঠাকুৰ
পথিক১৯৮৪পথিক গোষ্ঠী
প্ৰতিকল্প১৯৮৪নন্দলাল সেনগুপ্ত
অনন্য১৯৮৪হেমচন্দ্ৰ বৰা
গমুগ১৯৮৪খগেন পেগু
লুইতৰ পৰা মিচিচিপি১৯৮৪সঞ্জীৱ বৰুৱা
আমি সাতভনী১৯৮৪শ্যাম বৰা
ডনগমুছা১৯৮৪পি মাৰউইন
অনুপম১৯৮৪অনিল কুমাৰ ডেকা
সমলয়১৯৮৫জনাৰ্দন মহন্ত, আনন্দ দত্ত
জনজ্যোতি১৯৮৫
দৃষ্টি১৯৮৫ড॰ দীনেশচন্দ্ৰ গোস্বামী
শতৰূপ১৯৮৫আভা বৰা
আৱাহন (পুনৰ প্ৰকাশ)১৯৮৫দিলীপ কুমাৰ শৰ্মা
প্ৰতিধ্বনি১৯৮৫ড॰ ভূপেন হাজৰিকা
অভিমত১৯৮৫
প্ৰহৰী১৯৮৫কমল গগৈ
অপৰূপা১৯৮৫ব্ৰজেন বৰুৱা
উত্তৰণ১৯৮৫
আজিৰ সময়১৯৮৫ধ্ৰুৱজ্যোতি বৰা
ফ্ৰণ্টিয়াৰ ছান১৯৮৫ৰনবীৰ ৰয়
নৱদূত১৯৮৫উমাকান্ত শৰ্মা
সাময়িকী১৯৮৫বিধান চন্দ্ৰ দেৱ
ৰসৰাজ১৯৮৫মদন চন্দ্ৰ মেধি
ফুল১৯৮৬নলিনীপ্ৰভা ডেকা
অনুভূতি১৯৮৬আৰতি হাজৰিকা
নিৰিবিলি১৯৮৬অমিয় কুমাৰ ভাণ্ডাৰ কায়স্থ
একলব্য১৯৮৬অমৰজ্যোতি গগৈ, দেৱব্ৰত শৰ্মা
নতুন প্ৰকাশ১৯৮৬কেশৱ হাজৰিকা
প্ৰাংগন১৯৮৬
আমাৰ এ পি এল১৯৮৬ভবেশ বৰুৱা
কণ কণ১৯৮৬ৰঞ্জু হাজৰিকা
নদী১৯৮৬পুতুল হাজৰিকা
প্ৰতিশ্ৰুতি১৯৮৬গুণমনি বৰা
জন অনুভূতি১৯৮৬প্ৰবীণ বৰ্মন (মুখ্য সম্পাদক)
আমাৰ প্ৰতিশ্ৰুতি১৯৮৬পৱিত্ৰ কুমাৰ নাথ
সঁজাল১৯৮৬হিতেন্দ্ৰ কুমাৰ গগৈ, দীপক গগৈ
অনিৰুদ্ধ১৯৮৬মুনীন শৰ্মা
ৰূপান্তৰ১৯৮৬মুক্তি গগৈ, কন্দৰ্প কুমাৰ বৰবৰুৱা
অভিষেক১৯৮৬সুব্ৰত দাস, সুবীৰৰঞ্জন দাস
ঐক্যন১৯৮৭শান্তনু কৌশিক বৰুৱা
ছাত্ৰ প্ৰতিনিধি১৯৮৭গোবিন্দমোহন গোস্বামী
জ্ঞানদীপ১৯৮৭ছবিৰ হুছেইন
নতুন সীৰলু১৯৮৭নৱকান্ত বৰুৱা (মুখ্য সম্পাদক)
ফিৰিঙতি১৯৮৭প্ৰভাত চন্দ্ৰ শৰ্মা, মনোৰঞ্জন শৰ্মা
বিজ্ঞান সঁফুৰা১৯৮৭কুলৰঞ্জন ডেকা
মইনা১৯৮৭ভাগ্যলক্ষ্মী মহন্ত
মুকুতা১৯৮৭কুমুদ গোস্বামী
ঋতু১৯৮৭ভুৱনেশ্বৰ শৰ্মা
সাতসৰী১৯৮৭কমলকুমাৰী বৰুৱা
অনুভূতি১৯৮৭নীলিমা শৰ্মা
প্ৰেৰণা১৯৮৭নিৰদ দাস, হৰমোহন চহৰীয়া, গোপাল শৰ্মা
জনকল্লোল১৯৮৭শুক্লেশ্বৰ মেধি
নাট্যান্দোলন১৯৮৭আলি হাইদৰ
ইস্পাতৰ ফুল১৯৮৭সবিতা লহকৰ
শ্ৰীময়ী১৯৮৭বেণী মাধৱ
প্ৰত্যুষ১৯৮৭কেশৱ গগৈ
সময়ৰ কবিতা১৯৮৭ৰমেন শইকীয়া
মানস১৯৮৭সঞ্জীৱ কুমাৰ বৰকাকতি
সংস্কৃতি পল্লৱ১৯৮৭জনাৰ্দন ভূঞা, জগত বৰা
গিৰিজনি১৯৮৭ৰমাকান্ত বৰবৰুৱা
সমকাল১৯৮৭হোমেন বৰগোহাঞি
নৱপ্ৰভাত১৯৮৭বেণুধৰ কলিতা
আটলাণ্টা১৯৮৭আজিম হাজৰিকা
সচেতনা১৯৮৭গায়ত্ৰী হাজৰিকা
সময় সংহিতা১৯৮৭ধ্ৰুৱজ্যোতি বৰা
বলয়১৯৮৭ৰিজু হাজৰিকা
বৰপীঠ১৯৮৭গণেশ দাস
ইস্তাহাৰ১৯৮৭সোণেশ্বৰ পাটোৱাৰী
লুইত১৯৮৭অৱনী চক্ৰৱৰ্তী
জিলমিল১৯৮৭কুমাৰ দীপক
ধৰিত্ৰী১৯৮৮ৰঞ্জুমণি গগৈ
গণকণ্ঠ১৯৮৮অশোক দাস
নি ৰাফৌদায়১৯৮৮সুবুংসা মৌসাহাৰী
নতুন আৱিষ্কাৰ১৯৮৮শান্তনু তামোলী
নতুন কবিতা১৯৮৮ৰাম গগৈ
মান্দুলী১৯৮৮সাৱিত্ৰী গগৈ
খাসিনি১৯৮৮গুনেশ্বৰ মৌসাহাৰি
ৰংবিৰং১৯৮৮লাৱণ্য গোস্বামী
ৰূপান্তৰ১৯৮৮কনক কলিতা
মণিহাৰ১৯৮৮
জীৱন জেউতি১৯৮৮জবিউল জাহাদ্দিৰ
কল্পদ্ৰুম১৯৮৮কুমাৰ অনুকূল দাস
দিকপাল১৯৮৮এম আব্দুল মজিদ (মু. সা.)
স্বাস্থ্য চিন্তা১৯৮৮ডাঃ নগেন দত্ত, শান্তনু তামোলী
অনন্যা১৯৮৮মুনীন্দ্ৰ মহন্ত
ঋত্বিক১৯৮৮শ্যামাপ্ৰসাদ শৰ্মা
কলম১৯৮৮এ আৰ বৰা
ৰিগি-ৰিগাং১৯৮৮অমৰেন্দ্ৰ স্বৰ্গীয়াৰী
আকাল১৯৮৮ধীৰাজ কুমাৰ ডেকা
সাৰথি১৯৮৮জীৱেশ্বৰ দাস
কলিয়া ভোমোৰা১৯৮৮উপেন্দ্ৰ বৰকটকী
আজিৰ শিক্ষা সংবাদ১৯৮৮
অধিনায়ক১৯৮৯যোগেশ দাস
গাণ্ডীৱ (কাব্যালোচনী)১৯৮৯কুকি পূজাৰী
মনোহৰা১৯৮৯নীলিমা গোস্বামী
প্ৰাচ্য ভাৰতী১৯৮৯নগেন গোস্বামী
অৱতাৰ১৯৮৯সুমন্ত চলিহা
জনগণ১৯৮৯
আংতং১৯৮৯কুমুদ চন্দ্ৰ ডেকা
সুবাস১৯৮৯ববিতা কোঁৱৰ, প্ৰদীপ কুমাৰ মৰাণ
চন্দ্ৰমা১৯৮৯উষা ডেকা
চিলাৰায়১৯৮৯নিত্যা দত্ত
জ্ঞানকোষ১৯৮৯কুমাৰ নিৰঞ্জন
ডেকা অসম১৯৮৯ক্ষিতিশ চন্দ্ৰ ফুকন
ত্ৰিনয়ন১৯৮৯ৰমেন শইকীয়া
গুণগুণনি১৯৮৯আফাতাবুল হুছেইন
অন্তৰংগ১৯৮৯
সপ্তৰ্ষি
সূৰুজ১৯৮৯অশ্বিনী কুমাৰ শৰ্মা (মুঃ সঃ)
জৱাহৰ জেউতি১৯৮৯অন্নপূৰ্ণা বৰুৱা
অসম১৯৮৯মহেশ্বৰ চুতীয়া
স্বাধীনতা১৯৮৯সিদ্ধাৰ্থ ফুকন
গণ কবিতা১৯৮৯ধ্ৰুৱ কুমাৰ তালুকদাৰ
মণি-কাঞ্চন১৯৮৯সঞ্জীৱ কুমাৰ তালুকদাৰ
সূত্ৰধাৰ১৯৮৯হোমেন বৰগোহাঞি
নীলকণ্ঠ১৯৮৯ৰাণা আহমেদ বৰা
সংযোগ১৯৮৯নিত্যানন্দ বৰা
অন্বেষণ১৮৯০বিবেকা হাজৰিকা
আজোকবাৰ্তা১৮৯০নৰেন্দ্ৰ দেৱ শাস্ত্ৰী
আধাৰ১৮৯০গীতা হাতীকাকতি
সহযাত্ৰী১৮৯০জ্যোতিৰেখা হাজৰিকা
গুঞ্জন১৮৯০প্ৰেম গগৈ
শাশ্বত১৮৯০ৰমেন মেধি
জ্ঞান-বিজ্ঞান১৮৯০জ্যোতি ফুকন
জন সৈনিক১৮৯০ৰাজকমল
ডেউকা১৮৯০দুদুল মণি শৰ্মা
অন্বেষা১৮৯০প্ৰশান্ত কুমাৰ চুতিয়া
গুমুৰ১৮৯০অখ্ৰাং দৈমাৰী
দখিনপাৰ১৮৯০সৰ্বেশ্বৰ মজুমদাৰ
নতুন যুগৰ অগ্নিবান১৮৯০সুশীল ৰাজখোৱা
বিকল্প১৯৯০ব্ৰজকিশোৰ শইকীয়া
উদাংস্ৰি১৯৯০ৰূপনাথ মৌসাহাৰী
মৌ-কোঁহ১৯৯০বেদান্ত কুমাৰ বৰা
ৰ’দালী১৯৯০পূৰ্ণিমা কোঁৱৰ
ফুলনি১৯৯০বুবুল চন্দ্ৰ ডেকা
সংবাদ আৰু সাংবাদিক১৯৯০দিলীপ কুমাৰ বৰুৱা
সমন্বয় সংবাদ১৯৯০অৰূপ কুমাৰ শৰ্মা
সালংকৃতা১৯৯০হিৰণময়ী দত্ত, মাধুৰী কলিতা চৌধুৰী
জোনাক১৯৯০হৰেকৃষ্ণ বৰ্মন
ফুলনি১৯৯০প্ৰণৱজ্যোতি নেওগ
পষেক১৯৯০নীল গোহাঁই
অংগীকাৰ১৯৯০অৰুণ বৰুৱা
গুঞ্জন১৯৯০প্ৰেম গগৈ
জ্ঞানোদয়১৯৯০শৰৎ ৰাজখোৱা
প্ৰৰণা (নৱ-প্ৰেৰণা)১৯৯০ৰূপহ চলিহা
সিংহদ্বাৰ১৯৯০প্ৰদীপ গগৈ
পূবালী১৯৯০বেণী মাধৱ
সূৰ্যমুখী১৯৯০গজেন শইকীয়া
নতুন দিন১৯৯০মতিউৰ ৰহমান
সুবাসিত সান্নিধ্য১৯৯০বন্তিশিখা পাঠক
হেৰিটেজ১৯৯০সুকুমাৰ বাগছী
ঊষা১৯৯০ৰুণুমী বৰা
অংকুৰণ১৯৯০গোপাল চন্দ্ৰ বেজবৰুৱা
আন্দোলন১৯৯০কন্দৰ্প শইকীয়া
সাময়িক১৯৯০মলয়া খাউণ্ড
অধিকাৰ১৯৯১দীপিকা পৰদেশী
কাব্যপ্ৰৱাহ১৯৯১জনাৰ্দন মহন্ত
কিশোৰ১৯৯১-৯২হোমেন বৰগোহাঞি
সংগীত১৯৯১প্ৰতিম নেওগ
ষ্টেটফেড বাতৰি১৯৯১জগদীশ বৰুৱা
বিজ্ঞান প্ৰৱাহ১৯৯১ডাঃ এ কে জিয়াউদ্দিন আহমেদ
জোৎস্না১৯৯১ঘন কান্ত ডেকা
শলিতা১৯৯১চণ্ডিচৰণ দাস
আলোচনা১৯৯১
ন-সতীৰ্থ১৯৯১তিলোত্তমা ভূঞা
সমন্বয় বাৰ্তা১৯৯১অৰুণ দাস
প্ৰগতি১৯৯১
কবি সন্মিলন১৯৯১
কবচ১৯৯১প্ৰদীপ চন্দ্ৰ হাজৰিকা
জিজ্ঞাস১৯৯১প্ৰদীপ কুমাৰ মেধি
কাকডোঙা১৯৯১ফুলেন কুমাৰ বৰা
বেদৱতী১৯৯১প্ৰদীপ কুমাৰ শৰ্মা
ছন্দশিল্প১৯৯১প্ৰফুল্লপ্ৰাণ মহন্ত
পষেকীয়া মাজুলী১৯৯১ৰঞ্জিত কুমাৰ ভূঞা
কিশলয়১৯৯১ৰঘুনাথ কাগয়ুং
জ্ঞানজ্যোতি১৯৯১ৰাতুল হাজৰিকা
মহুৰা১৯৯১বোকাজান লেখিকা সামাৰোহ সমিতিৰ মুখপত্ৰ
আমি১৯৯১মঞ্জুলা হাজৰিকা
ই-পি-চি-বি নিউজ লেটাৰ১৯৯১মোহিনী কুমাৰ শৰ্মা
চন্দ্ৰ মল্লিকা১৯৯১কমল চন্দ্ৰ তালুকদাৰ
পদধ্বনি১৯৯১খগেন মেধি
হেঙুল১৯৯২গোবিন্দ্ৰ চন্দ্ৰ নাথ
আংলং১৯৯২প্ৰদীপ চন্দ্ৰ হাজৰিকা
পানচৈ১৯৯২মহেন্দ্ৰ সোণোৱাল নাৰেংগী আঞ্চলিক
সাহিত্য সভাৰ মুখপত্ৰ১৯৯২বসন্ত কলিতা
মাজুলী১৯৯২দিলীপ দাস
অনিৰ্বান১৯৯২পুতুল হাজৰিকা
হামদেৰ আৱাজ১৯৯২অমল কুমাৰ হৰ
অনুবাদ১৯৯২কবিন ফুকন (মু. স.)
অংকুৰণ১৯৯২প্ৰতাপজ্যোতি বৰা
পাৰিজাত সংবাদ১৯৯২কৃষ্ণ বৰগোহাঞি
ন-পথিকৃৎ১৯৯২ত্ৰিৰংকু
আমাৰ লেখা১৯৯২নতুন সাহিত্য পৰিষদ
সতীৰ্থ১৯৯২উপেন্দ্ৰ নাথ শৰ্মা
উন্মেষ১৯৯২গৌতমানন্দ গোস্বামী
প্ৰতীক১৯৯২বিপিন চন্দ্ৰ ডেকা
পাটকাই১৯৯২থানুৰাম ৰাইডিংগীয়া
পথিকৃত১৯৯৩তৰুণ কোঁৱৰ
ৰত্নগৰ্ভা১৯৯৩নিবাৰণ বৰা
বহ্নিশিখা১৯৯৩জয়জ্যোতি গগৈ
শংখধ্বনি১৯৯৩বৰ্ণালী বৰা, ডালিমী নাথ
সঁজাল১৯৯৩প্ৰশান্ত কুমাৰ কলিতা, ৰাজীৱ কুমাৰ দত্ত
পুৱতি১৯৯৩কমল কছাৰী, হৰেণ চন্দ্ৰ নাথ
কবিতাকাশ১৯৯৩আফতাবুল হুছেইন
পখিলা১৯৯৩মৃণাল বৰকটকী
চিত্ৰাংগদা১৯৯৩গুল পাঠক
গৰীয়সী১৯৯৩চন্দ্ৰপ্ৰসাদ শইকীয়া
কথা১৯৯৩ৰঞ্জিত কুমাৰ দেৱ গোস্বামী (মুখ্য সম্পাদক), শোণিতবিজয় দাস (সম্পাদক)
পৃথ্বি১৯৯৩
প্ৰাচীৰ১৯৯৩মফিজুৰ ৰহমান
সূৰ্য১৯৯৩দীপংকৰ দেৱশৰ্মা
আছাম এমপ্লইমেণ্ট১৯৯৩ডি-ডি শৰ্মা
সন্ধানী১৯৯৩দিগন্ত কুমাৰ বৰা
নতুন আশা১৯৯৩জ্যোতিৰ্ময় হাজৰিকা
স্বৰূপা১৯৯৩শশীপ্ৰভা দাস
বিদ্যাৰ্থী১৯৯৩ত্ৰৈলোক্য মোহন নাথ
গণপত্ৰিকা১৯৯৩গকুল বৰা (মু. স.)
নৱ দৃষ্টি১৯৯৩স্মৃতি কুমাৰ সিংহ
নতুন প্ৰৱাহ১৯৯৩ভাৰত তামোলী ফুকন
সেউজ চিন্তা১৯৯৩অৰুণ চাংকাকতি
উত্তৰ-পূৱ ভাৰতৰ নাৰী১৯৯৩মিনেশ্বৰী দৈমাৰী পামেগাম
ঋতুৰ ফুল১৯৯৩বীৰেণ ফুকন
ন-পথ১৯৯৩গুণকান্ত গগৈ
ফেৰংগাদাও১৯৯৩বীৰেণ কাথ হাজৰিকা
লাইপুলীয়া১৯৯৩বসন্ত মংগল দত্ত, বিপুল শৰ্মা
পাহাৰী সংবাদ১৯৯৩মাণিক দেউৰী
উদীয়মান১৯৯৩জিতেন দাস, অনন্ত দাস
ন-শক্তি১৯৯৩কুমুদ চন্দ্ৰ তালুকদাৰ
বড়োলেণ্ড ৰাদাব১৯৯৩স্বামব্লা বসুমতাৰী
সাৰথি১৯৯৩তাজুদ্দিন আহমেদ
আসাম সন্ধান১৯৯৩ডি ডি শৰ্মা
বিজয়িনী১৯৯৩মঞ্জুৰা বৰবৰা
সমন্বয়১৯৯৩বাছা বৰা
সেউজ অনুভূতি১৯৯৩প্ৰণামী চুতীয়া
অসমৰ বাতৰি কাকতৰ ডেৰশ বছৰীয়া জয়ন্তী বাৰ্তা১৯৯৩প্ৰফুল্ল চন্দ্ৰ বৰুৱা
অসম মাতৃ১৯৯৩ৰতিকান্ত বৰা
জনজাগৰণ১৯৯৩কমল হায়দৰ
তপোবন১৯৯৪ৰাতুল ভাগৱতী
পাঞ্চজন্য১৯৯৪ৰমানন্দন বৰা
আগান১৯৯৪প্ৰৰাগ কুমাৰ দাস
ফিৰিঙতি১৯৯৪অৰুণ মহন্ত
নতুন পৰিচয়১৯৯৪যাদৱ বৰা
সংবাদ বিবিধা১৯৯৪সুচন্দ্ৰা দাস
লাং চিং১৯৯৪ভূপেন দাস
প্ৰতিশ্ৰুতি১৯৯৪পংকজ চৌধুৰী
সেউজ সংবাদ১৯৯৪আলফ্ৰেড ৰহমান
সোমবাৰ১৯৯৪মুকুট শৰ্মা
বিশ্ব ক্ৰীড়াংগন১৯৯৪কুমাৰ দাস
জখলা১৯৯৪দ্বিজেন দাস
ন-কলাখাৰ১৯৯৪বুবুল চন্দ্ৰ ডেকা
কালৰ কথা১৯৯৪ভীমসেন সিংহ
আমাৰ খবৰ১৯৯৪বিকাশ গোস্বামী
নৰ্থ-ইষ্টাৰ্ণ হুজ হু১৯৯৪দীপাংক শইকীয়া
হিদায়েৎ১৯৯৪কোৰামত আলী
খোজ১৯৯৪যোগেন তামোলী
দি নৰ্থ-ইষ্টাৰ্ণ হুজ হু১৯৯৪শচীন ফুকন
সূচনা১৯৯৪হাৰনুল ৰছিদ
নতুন ধাৰা১৯৯৪কণমানি কাকতি
জাননী১৯৯৪অৰ্চনা গগৈ
কিশলয়১৯৯৪প্ৰণৱজ্যোতি শইকীয়া, লাচিত বৰা
গণকণ্ঠ১৯৯৪জিতেন্দ্ৰ দাস
অধিকাৰ১৯৯৪হাফিজ আহমেদ
নৰ্থ-ইষ্ট পিপলছ১৯৯৪প্ৰাজনা আনন্দ
ফিৰিঙতি১৯৯৪
অবিকল১৯৯৫সতীশ ভট্টাচাৰ্য
প্ৰৱাহ১৯৯৫জ্যোতিষ ভট্টচাৰ্য
পাহাৰী দৰ্পন১৯৯৫মণিশংকৰ পুৰকায়স্থ
মহানগৰ১৯৯৫অৰূপা বৰুৱা
ই মুখ১৯৯৫বাহাৰুল ইছলাম
পূৰ্ণিমা১৯৯৫ড॰ পি বিৰমানী
বৰ্তমান১৯৯৫প্ৰণয় ৰয়
সুৰভি১৯৯৫প্ৰতাপজ্যোতি বৰা
প্ৰত্যয়১৯৯৫সুৰজিত বৰুৱা
প্ৰাচ্যলিপি১৯৯৫দীপাংক দাস
শব্দভেদী১৯৯৫আফতাবুল হুছেইন
অকণিৰ অগ্ৰদূত১৯৯৫ৰমেন শইকীয়া
মইনা১৯৯৫অতুল বৰা
স্বৰাজ১৯৯৫দুৰ্লভ চন্দ্ৰ মহন্ত
কবিতা১৯৯৬শোণিতবিজয় দাস
সুৰভি১৯৯৬প্ৰতাপজ্যোতি বৰা
প্ৰত্যয়১৯৯৮মনোৰম গগৈ
নতুন পদাতিক১৯৯৮ড॰ হীৰেণ গোহাঁই
মায়া১৯৯৯পবিত্ৰ মাৰ্ঘেৰিটা
ৰোমাঞ্চ১৯৯৯মুকুল কলিতা
প্ৰিয় সখী২০০০শশী ফুকন (মুখ্য সম্পাদক), জীমণি চৌধুৰী (সম্পাদক)
নন্দিনী২০০০মাইনী মহন্ত
জিলিঙনি২০০০প্ৰদীপ কুমাৰ মেধি (অবৈ)
স্বাস্থ্য চৰ্চা২০০০ডাঃ আশ্বৰাফুল আলম
হিয়া২০০০ৰঞ্জু হাজৰিকা
নাইনথ কলম২০০১সৌমেন ভৰতীয়, প্ৰুন বৰ্মন, অভিজিত চক্ৰৱৰ্তী
ৰ’দ কাঁচিয়লি২০০১জেহিৰুল হুছেইন
জোনাক২০০১প্ৰকাশ শৰ্মা
ৰং২০০১মাধুৰ্য মণ্ডিত বৰুৱা
প্ৰান্তশ্ৰী২০০২কুমুদ গোস্বামী
অনুভৱ২০০২দিপাঞ্জলি নাথ
সঁফুৰা (পুনৰ প্ৰকাশ)২০০২ভবেন্দ্ৰ নাথ শইকীয়া
ৰংমেলা২০০২অৰুণ ভাগৱতী
সুবাস২০০২জোনজ্যোতি দত্তবৰা
শিক্ষা২০০৩ইউ কে হৰ্ষবৰ্ধন
খোজ২০০৩ৰাজীৱ গগৈ
৩০ দিন২০০৩পবিত্ৰ কুমাৰ ডেকা
বান্ধৱ২০০৩বিনয় মোহন শইকীয়া (অবৈ)
পাৰিজাত২০০৩বাহাৰুদ্দিন শইকীয়া
নিবেদন২০০৩অৰিন্দম বৰকটকী
কথা গুৱাহাটী২০০৪ৰঞ্জিত কুমাৰ দেৱগোস্বামী (মু. স.), শোণিত বিজয় দাস (স.)
দিগ্ দৰ্শন২০০৩পংকজ কুমাৰ দাস
মুহূৰ্ত২০০৪প্ৰণৱ কুমাৰ বৰ্মন
চিত্ৰালী২০০৪ৰেজেক আলি আহমেদ
নতুন ৰাগিনী২০০৪অলকা বৰুৱা
পটভূমি২০০৪ৰবীন্দ্ৰ বৰা
অসমীয়া সা ৰে গা মা২০০৪পবিত্ৰ মাৰ্ঘেৰিটা
জোনাকী বাট২০০৪জুনু বৰা
সাধনা২০০৪প্ৰণয় বৰদলৈ
সপ্তৰ্ষি২০০৪হিৰণ্যময়ী বৰুৱা
অকণিৰ হঁহি২০০৪হিৰণ্যময়ী বৰুৱা
প্ৰিয়ামণি২০০৪দিলীপ নাথ
হেঁপাহ২০০৪ৰাম হাজৰিকা
জোনাক২০০৪গগণ চন্দ্ৰ অধিকাৰী
মাহেকীয়া কেৰিয়াৰ গাইড২০০৪প্ৰীতিমা কৌশিক বৰুৱা
ৰংমন২০০৫প্ৰণয় বৰদলৈ
স্বাস্থ্য আৰু পৰিচৰ্চা২০০৫ডাঃ প্ৰদীপ বৰুৱা
সাতসৰী২০০৫হোমেন বৰগোহাঞি
জীৱন২০০৫সুৰেশ ৰঞ্জন গদুকা
অন্তৰা২০০৫জ্যোতিৰেখা হাজৰিকা
আৰক্ষীৰ পৃথিৱী২০০৬সুদীপ প্ৰকাশ বৰুৱা
সপৰিবাৰ২০০৮হেমচন্দ্ৰ দলে
সমীক্ষণ২০০৮জোনজ্যোতি দত্তবৰা
বিচ্চুৰিত বৰ্ণালী২০০৯
জাৰ্নেলিষ্ট২০০৯
আধাৰ২০০৯ডাঃ বলীন খাৰখৰীয়া (মু. স.), হেমেন শইকীয়া (স.)
অনুভৱ (কাব্যালোচনী)২০১০বাব্‌লু প্ৰসাদ বৰুৱা
পোন্ধৰ২০১০অৰুণ দত্ত
বাক্ (সাহিত্য আলোচনী)২০১৫বাব্‌লু প্ৰসাদ বৰুৱা

লগতে চাওক


তথ্য সংগ্ৰহ

  1. w3newspapers.com আহৰণ: ২৭-০৯-২০১২
  2. Adinor Sambad[সংযোগবিহীন উৎস], আহৰণ: ২৮-০৯-২০১২
  3. Articles related to "Assamese newspapers", আসাম স্পাইডাৰ ডট কম, আহৰণ: ২৮-০৯-২০১২
  4. অনলাইন শিৱসাগৰ ডট কম[সংযোগবিহীন উৎস] আহৰণ: ২৭-০৯-২০১২
  5. onlinesivasagar.com Archived 2012-06-23 at the Wayback Machine আহৰণ: ২৭-০৯-২০১২
  6. assaminfo.in Archived 2012-10-14 at the Wayback Machine আহৰণ: ২৭-০৯-২০১২
  7. 1 2 3 4 5 6 7 8 আশীৰ পৰৱৰ্তী অসমীয়া আলোচনী : এক অসম্পূৰ্ণ আলোচনা (১) – লিখক: শান্তনু কৌশিক বৰুৱা, ৱেবছাইট: কিতাপ ডট ক’ ডট ইন, আহৰণ: ৩০-০৯-২০১২
  8. 1 2 Articles related to "Assamese Magazine", উৎস: আসাম স্পাইডাৰ ডট কম, আহৰণ: ২৮-০৯-২০১২
  9. প্ৰিয় সখী Archived 2012-09-20 at the Wayback Machine ৱেবছাইট, আহৰণ: ২৯-০৯-২০১২


বাহ্যিক সংযোগ