প্ৰবন্ধ-ৰ এই অনুচ্ছেদ বা অংশটি (যিটোsection'ৰ লগত সংযুক্ত, সেইবোৰৰ) ম্যাদ উকলি গৈছে। অনুগ্ৰহ কৰি সাম্প্ৰতিক ঘটনা বা নতুনকৈ উপলব্ধ তথ্য সংযোগ কৰি প্ৰবন্ধ উন্নত কৰক।
২৪ পৃষ্ঠাৰ এই সাপ্তাহিক কাকতখনে বিভিন্ন স্থানীয়, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বাতৰি পৰিৱেশন কৰে। ইয়াৰ লগতে শিল্প-সাহিত্য, অৰ্দ্ধ-আকাশ, বিনোদন, ক্ৰীড়া আদি নিয়মীয়া পৃষ্ঠাসমূহত ধাৰাবাহিক উপন্যাস, গল্প-কবিতা আৰু প্ৰৱন্ধকে আদি কৰি ভিন্নধৰণৰ লেখা প্ৰকাশ কৰে। শিশুসকলৰ বাবে সাদিনৰ চোতাল পৃষ্ঠা অন্যতম সংযোজন।