সাতসৰী (আলোচনী)
(সাতসৰীৰ পৰা পুনঃনিৰ্দেশিত)
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
![]() সাতসৰীৰ ল’গ’ | |
সম্পাদক | অনুৰাধা শৰ্মা পূজাৰী |
---|---|
পূৰ্বৰ সম্পাদক | হোমেন বৰগোহাঞি |
প্ৰকাশনৰ হাৰ | মাহেকীয়া |
প্ৰকাশক | যতীন চৌধুৰী, জয়ন্ত বৰুৱা |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
সাতসৰী গুৱাহাটীৰ পৰা মাহেকীয়াভাৱে প্ৰকাশিত এখন অসমীয়া ভাষাৰ আলোচনী। সাদিন প্ৰকাশৰ ভিন্নবিষয়ৰ আলোচনীখনৰ বৰ্তমানৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী। বৰ্তমানৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্য। ২০০৫ চনত এই আলোচনীখনৰ প্ৰথম প্ৰকাশ হয়। প্ৰথম সম্পাদক আছিল হোমেন বৰগোহাঞি। ২০২০ চনত আলোচনীখনৰ ষষ্ঠদশ বছৰত চলি আছে।
|