দৈনিক গণ অধিকাৰ অসমৰ এখন অসমীয়া দৈনিক বাতৰি কাকত। এই কাকতখন গুৱাহাটী আৰু শিলচৰৰ পৰা প্ৰকাশিত হয়। কাকতখনৰ মুখ্য কাৰ্য্যালয় গুৱাহাটীৰ হাতীগাঁৱত অৱস্থিত। গণ অধিকাৰ প্ৰথম প্ৰকাশ পায় ১৯৯৪ চনত পষেকীয়া কাকত হিচাপে। এইখন কাকতৰ মুখ্য সম্পাদক ড॰ জাকিৰ হুছেইন আৰু ইউনিটী মিডিয়া এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড হৈছে কাকত খনৰ প্ৰকাশক।[উদ্ধৃতিৰ প্ৰয়োজন]
দৈনিক গণ অধিকাৰৰ ইণ্টাৰনেট সংস্কৰণ আৰম্ভ হয় ২০১১ চনৰ এপ্ৰিলৰ পৰা। বৰ্তমানেও কাকতখন কোনোধৰণৰ বিৰতি নোহোৱাকৈ প্ৰকাশ পাই আছে।
|
|---|
| | বাতৰি কাকত |
- অৰুণোদই,
- অসম বাণী,
- অসমীয়া খবৰ,
- অসমীয়া প্ৰতিদিন,
- আজি,
- আজিৰ অসম,
- আমাৰ অসম,
- জনসাধাৰণ,
- জনমভূমি,
- দৈনন্দিন বাৰ্তা,
- দৈনিক অগ্ৰদূত,
- দৈনিক অসম,
- দৈনিক গণ অধিকাৰ,
- দৈনিক জনমভূমি,
- দ্যা ছেণ্টিনেল,
- দ্যা আছাম ট্ৰিবিউন,
- সাদিন,
- নিয়মীয়া বাৰ্তা,
- আমি অসমৰ জনগণ,
- অসম আদিত্য,
|
|---|
| | আলোচনী |
- জোনাকী,
- বাঁহী,
- আসাম বন্ধু,
- ৰামধেনু,
- বিজুলী,
- জয়ন্তী,
- পছোৱা,
- প্ৰান্তিক,
- বিস্ময়,
- গৰীয়সী,
- মায়া,
- ৰহস্য,
- সাতসৰী,
- প্ৰিয় সখী,
- নন্দিনী,
- স্বাস্থ্য আৰু দীৰ্ঘ জীৱন,
- আইনা জীৱনৰ,
- বিচ্চুৰিত বৰ্ণালী,
|
|---|
| | শিশু আলোচনী | |
|---|
|