নিয়মীয়া বাৰ্তা
অৱয়ব
প্ৰকাৰ | দৈনিক বাতৰিকাকত |
---|---|
ফৰমেট | ডাঙৰ পৃষ্ঠা |
প্ৰকাশক | প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড (আৰ্কাশীষ পাব্লিকেচন প্ৰাইভেট লিমিটেড) |
সম্পাদক | নৰেশ কলিতা |
প্ৰতিষ্ঠা | ৪ মাৰ্চ ২০১১ |
ভাষা | অসমীয়া |
মুখ্য কাৰ্যালয় | গুৱাহাটী |
ৱেবছাইট | niyomiyabarta.com |
নিয়মীয়া বাৰ্তা এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। ২০১১ চনৰ ৪ মাৰ্চত বাতৰিকাকতখন প্ৰথম প্ৰকাশ পায়[1]। কাকতখনৰ বৰ্তমান সম্পাদক নৰেশ কলিতা আৰু অমল দাস কাৰ্যবাহী সম্পাদক। বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি আৰু গোৱালপাৰাৰ পৰা একেসময়তে প্ৰকাশ পায়।
প্ৰকাশ
[সম্পাদনা কৰক]নিয়মীয়া বাৰ্তাৰ প্ৰকাশক হৈছে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড। এই কাকতখনৰ ইণ্টাৰনেট সংস্কৰণো উপলব্ধ।
কাৰ্যালয়
[সম্পাদনা কৰক]বাতৰি কাকত খনৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ নিউজ লাইভ বিল্ডিঙত অৱস্থিত। ইয়াৰোপৰি দুটা শাখা কাৰ্যালয় যোৰহাট আৰু ডিব্ৰুগড়ত আছে।
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "About". https://niyomiyabarta.org/05072018/। আহৰণ কৰা হৈছে: ৬ মে ২০২০.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|