নিয়মীয়া বাৰ্তা |
প্ৰকাৰ |
দৈনিক বাতৰিকাকত |
---|
ফৰমেট |
ডাঙৰ পৃষ্ঠা |
---|
প্ৰকাশক |
প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড (আৰ্কাশীষ পাব্লিকেচন প্ৰাইভেট লিমিটেড) |
---|
সম্পাদক |
নৰেশ কলিতা |
---|
সম্পাদক প্ৰধান |
হোমেন বৰগোহাঞি |
---|
প্ৰতিষ্ঠা |
৪ মাৰ্চ ২০১১ |
---|
ভাষা |
অসমীয়া |
---|
মুখ্য কাৰ্যালয় |
গুৱাহাটী |
---|
ৱেবছাইট |
niyomiyabarta.org |
নিয়মীয়া বাৰ্তা এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। ২০১১ চনৰ ৪ মাৰ্চত বাতৰিকাকখন প্ৰথম প্ৰকাশ পায়[1]। কাকতখনৰ বৰ্তমান মুখ্য সম্পাদক হোমেন বৰগোহাঞি আৰু সম্পাদক নৰেশ কলিতা। বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি আৰু গোৱালপাৰাৰ পৰা একেসময়তে প্ৰকাশ পায়।
নিয়মীয়া বাৰ্তাৰ প্ৰকাশক হৈছে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড। এই কাকতখনৰ ইণ্টাৰনেট সংস্কৰণো উপলব্ধ।
বাতৰি কাকত খনৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ নিউজ লাইভ বিল্ডিঙত অৱস্থিত। ইয়াৰোপৰি দুটা শাখা কাৰ্যালয় যোৰহাট আৰু ডিব্ৰুগড়ত আছে।
|
---|
| বাতৰি কাকত | |
---|
| আলোচনী | |
---|
| শিশু আলোচনী | |
---|
|