দৈনিক অগ্ৰদূত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
দৈনিক অগ্ৰদূত
প্ৰকাৰ দৈনিক বাতৰিকাকত
ফৰমেট ডাঙৰ পৃষ্ঠা
গৰাকী অগ্ৰদূত পাব্লিচাৰ্ছ প্ৰা: লি:
প্ৰকাশক অগ্ৰদূত পাব্লিচাৰ্ছ প্ৰা: লি:
সম্পাদক কণকসেন ডেকা
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় গুৱাহাটী
ৱেবছাইট www.dainikagradoot.com

দৈনিক অগ্ৰদূত (ইংৰাজী: Dainik Agradoot) হৈছে অসমৰ এখন অসমীয়া ভাষাৰ বাতৰি কাকত। কাকতখন গুৱাহাটী, যোৰহাট আৰু তেজপুৰৰ পৰা প্ৰকাশিত হয়। দৈনিক অগ্ৰদূতৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ দিছপুৰত অৱস্থিত।

অগ্ৰদূত পাব্লিচাৰ্ছ প্ৰা: লি: হৈছে কাকত খনৰ প্ৰকাশক। এই কাকতখনৰ ইণ্টাৰনেট সংস্কৰণো আছে। কাকতখনত মুঠ ১৬ খন পৃষ্ঠা সন্নিবিষ্ট থাকে, য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ বিভিন্ন প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়।

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]