নন্দিনী
![]() | |
সম্পাদক | মাইনী মহন্ত |
---|---|
প্ৰকাশনৰ হাৰ | মাহেকীয়া |
প্ৰকাশক | যতীন চৌধুৰী জয়ন্ত বৰুৱা |
দেশ | ভাৰত![]() |
ভাষা | অসমীয়া |
নন্দিনী (ইংৰাজী: Nandini) মূলতঃ মহিলাসকলৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী। বৰ্তমান সম্পাদক মাইনী মহন্ত আৰু কাৰ্যবাহী সম্পাদক টুনা গৌতম।[1] ২০১৩ চনৰ ফেব্ৰুৱাৰীত আলোচনীখনে ত্ৰয়োদশ বছৰত ভৰি দিয়ে।[2]
লেখনিসমূহ[সম্পাদনা কৰক]
আলোচনীখনত বিনোদনধৰ্মী বিভিন্ন লেখাৰ লগতে বিভিন্ন প্ৰাসঙ্গিক বিষয়ৰ প্ৰবন্ধ, গল্প, কবিতা, ধাৰাবাহিক উপন্যাস ইত্যাদি প্ৰকাশ পায়।
লগতে চাওক[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- আনুষ্ঠানিক ৱেবছাইট
|