নন্দিনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


নন্দিনী
নন্দিনী আলোচনী.jpg
সম্পাদক মাইনী মহন্ত
মাহেকীয়া/পষেকীয়া মাহেকীয়া
প্ৰকাশক যতীন চৌধুৰী জয়ন্ত বৰুৱা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
ৱেবচাইট www.nandini.biz

নন্দিনী (ইংৰাজী: Nandini) মূলতঃ মহিলাসকলৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী। বৰ্তমান সম্পাদক মাইনী মহন্ত আৰু কাৰ্যবাহী সম্পাদক টুনা গৌতম[1] ২০১৩ চনৰ ফেব্ৰুৱাৰীত আলোচনীখনে ত্ৰয়োদশ বছৰত ভৰি দিয়ে।[2]

লেখনিসমূহ[সম্পাদনা কৰক]

আলোচনীখনত বিনোদনধৰ্মী বিভিন্ন লেখাৰ লগতে বিভিন্ন প্ৰাসঙ্গিক বিষয়ৰ প্ৰৱন্ধ, গল্প, কবিতা, ধাৰাবাহিক উপন্যাস ইত্যাদি প্ৰকাশ পায়। শেষ পৃষ্ঠাৰ ফেচ অব্ দ্য মান্থ বিশেষ আকৰ্ষণ।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. নন্দিনী, জানুৱাৰী ২০১৩
  2. নন্দিনী, ফেব্ৰুৱাৰী ২০১৩

বাহ্যিক সংযোগ[সম্পাদনা কৰক]