এই কাকতখনে অসমক কেন্দ্ৰ কৰি সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বিষয়ে লগতে কিছু পৰিমাণে আন্তঃৰাষ্ট্ৰীয় বা-বাতৰি, আলোকচিত্ৰ আদি পৰিবেশন কৰি আহিছে। এই কাকতখনে ইণ্টাৰনেট সংস্কৰণো মুকলি কৰিছে। কাকতখনত সাধাৰণতে ১৬ পৃষ্ঠা সন্নিবিষ্ট থাকে, য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়। পৃষ্ঠাসমূহ সাধাৰণতে আঞ্চলিক বাতৰি, সম্পাদনা মেজ, সাহিত্য, আন্তঃৰাষ্ট্ৰীয় বাতৰি, প্ৰতিদিনৰ খেলপথাৰ, ব্যৱসায়-বাণিজ্য আদিৰ দৰে ভাগত বিভক্ত থাকে।[1]
- 1 2 [১৯ মে',২০২২ সংখ্যা অসমীয়া প্ৰতিদিন বাতৰিকাকত]. ১৯ মে',২০২২ সংখ্যা.
|
|---|
| | বাতৰি কাকত |
- অৰুণোদই,
- অসম বাণী,
- অসমীয়া খবৰ,
- অসমীয়া প্ৰতিদিন,
- আজি,
- আজিৰ অসম,
- আমাৰ অসম,
- জনসাধাৰণ,
- জনমভূমি,
- দৈনন্দিন বাৰ্তা,
- দৈনিক অগ্ৰদূত,
- দৈনিক অসম,
- দৈনিক গণ অধিকাৰ,
- দৈনিক জনমভূমি,
- দ্যা ছেণ্টিনেল,
- দ্যা আছাম ট্ৰিবিউন,
- সাদিন,
- নিয়মীয়া বাৰ্তা,
- আমি অসমৰ জনগণ,
- অসম আদিত্য,
|
|---|
| | আলোচনী |
- জোনাকী,
- বাঁহী,
- আসাম বন্ধু,
- ৰামধেনু,
- বিজুলী,
- জয়ন্তী,
- পছোৱা,
- প্ৰান্তিক,
- বিস্ময়,
- গৰীয়সী,
- মায়া,
- ৰহস্য,
- সাতসৰী,
- প্ৰিয় সখী,
- নন্দিনী,
- স্বাস্থ্য আৰু দীৰ্ঘ জীৱন,
- আইনা জীৱনৰ,
- বিচ্চুৰিত বৰ্ণালী,
|
|---|
| | শিশু আলোচনী | |
|---|
|