প্ৰিয় সখী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
প্ৰিয় সখী
সম্পাদক শশী ফুকন
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰকাশক বিস্ময় প্ৰকাশন
দেশ ভাৰতভাৰত অসম
ভাষা অসমীয়া
ৱেবচাইট www.priyosakhhi.com

প্ৰিয় সখী (ইংৰাজী: Priyo Sakhi) মহিলাসকলৰ উদ্দেশ্যে প্ৰকাশিত[1] অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী। বৰ্তমান গুৱাহাটীৰপৰা প্ৰকাশিত আলোচনীখনৰ মুখ্য সম্পাদক শশী ফুকন[1] ২০১৩ চনৰ জানুৱাৰীত আলোচনীখনে চতুৰ্দশ বছৰত ভৰি দিয়ে। মহিলাসকলৰ বিনোদন, স্বাস্থ্য, আইন, পৰ্যটন, ফেশ্বন আদি বিভিন্ন বিষয় ই সামৰি লয়। ইয়াৰ লগতে ধাৰাবাহিক উপন্যাস, গল্প, কবিতা, সখীৰ আখল, কিনো লয়লাসে আদিও প্ৰিয় সখীৰ বিশেষ আকৰ্ষণ।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 প্ৰিয় সখী, ফেব্ৰুৱাৰী ২০১৩, পৃ. ১০

বাহ্যিক সংযোগ[সম্পাদনা কৰক]