প্ৰিয় সখী| সম্পাদক |
শশী ফুকন |
|---|
| প্ৰকাশনৰ হাৰ |
মাহেকীয়া |
|---|
| প্ৰকাশক |
বিস্ময় প্ৰকাশন |
|---|
| দেশ |
ভাৰত অসম |
|---|
| ভাষা |
অসমীয়া |
প্ৰিয় সখী (ইংৰাজী: Priyo Sakhi) মহিলাসকলৰ উদ্দেশ্যে প্ৰকাশিত[1] অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী। বৰ্তমান গুৱাহাটীৰপৰা প্ৰকাশিত আলোচনীখনৰ মুখ্য সম্পাদক শশী ফুকন।[1] ২০১৩ চনৰ জানুৱাৰীত আলোচনীখনে চতুৰ্দশ বছৰত ভৰি দিয়ে। মহিলাসকলৰ বিনোদন, স্বাস্থ্য, আইন, পৰ্যটন, ফেশ্বন আদি বিভিন্ন বিষয় ই সামৰি লয়। ইয়াৰ লগতে ধাৰাবাহিক উপন্যাস, গল্প, কবিতা, সখীৰ আখল, কিনো লয়লাসে আদি বিভিন্ন নিয়মীয়া লেখা আৰু শিতান ইয়াত দেখা যায়।
- ↑ 1.0 1.1 প্ৰিয় সখী, ফেব্ৰুৱাৰী ২০১৩, পৃ. ১০
|
|---|
| | বাতৰি কাকত | |
|---|
| | আলোচনী | |
|---|
| | শিশু আলোচনী | |
|---|
|