সমললৈ যাওক

নতুন আৱিষ্কাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নতুন আৱিষ্কাৰ
সম্পাদক শান্তনু তামূলী
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰকাশক মৌচাক প্ৰকাশন
দেশ ভাৰতভাৰত অসম
ভাষা অসমীয়া

নতুন আৱিষ্কাৰ অসমীয়া ভাষাত শিশুসকলৰ বাবে প্ৰকাশিত এখন বিজ্ঞান আলোচনী। যোৰহাটৰপৰা প্ৰকাশ পোৱা এই আলোচনীখনৰ সম্পাদক শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক শান্তনু তামূলী[1]

উল্লেখযোগ্য শিতানসমূহ

[সম্পাদনা কৰক]
  • বিজ্ঞানৰ আৰ্হি : বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণৰ বৈজ্ঞানিক পদ্ধতিসমূহৰ প্ৰকাশ হয়।
  • দেশে দেশে অভয়াৰণ্য : দেশ বিদেশৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ পৰিচয়মূলক প্ৰবন্ধ প্ৰকাশ।
  • বিজ্ঞান-বিস্ময় : পৃথিৱীৰ অদ্ভুত প্ৰাণী, উদ্ভিদ আদিৰ পৰিচয়মূলক লেখা।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Popular publications in Assam". Assam.net. http://www.assam.org/node/2328 আহৰণ কৰা হৈছে: 16 April 2013.