দৈনিক গণ অধিকাৰ
(গণ অধিকাৰৰ পৰা পুনঃনিৰ্দেশিত)
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
প্ৰকাৰ | দৈনিক বাতৰিকাকত |
---|---|
ফৰমেট | ডাঙৰ পৃষ্ঠা |
সম্পাদক | ড॰ জাকিৰ হুছেইন |
প্ৰতিষ্ঠা | ২০১১ |
ভাষা | অসমীয়া |
মুখ্য কাৰ্যালয় | গুৱাহাটী, অসম |
ৱেবছাইট | ganaadhikar |
দৈনিক গণ অধিকাৰ অসমৰ এখন অসমীয়া দৈনিক বাতৰি কাকত। কাকতখন গুৱাহাটীৰ হাতীগাঁওৰ পৰা প্ৰকাশিত হয়। গণ অধিকাৰ প্ৰথম প্ৰকাশ পায় ১৯৯৪ চনত পষেকীয়া কাকত হিচাপে। কাকত খনৰ মুখ্য সম্পাদক ড॰ জাকিৰ হুছেইন আৰু ইউনিটী মিডিয়া এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড হৈছে কাকত খনৰ প্ৰকাশক।[উদ্ধৃতিৰ প্ৰয়োজন]
দৈনিক গণ অধিকাৰৰ ইণ্টাৰনেট সংস্কৰণ আৰম্ভ হয় ২০১১ চনৰ এপ্ৰিলৰ পৰা। বৰ্তমানেও কাকতখন কোনোধৰণৰ বিৰতি নোহোবাকৈ প্ৰকাশ পাই আছে।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|