বাৰ্তা:অসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

http://kitap.co.in ত থকা শান্তনু কৌশিক বৰুৱাদেৱৰ তালিকাখনৰ পৰা আলোচনীবোৰৰ তালিকা ইয়াত দিব পৰা যাব নেকি? যদি পৰা যায় তেন্তে তালিকাখন ৱিকিপিডিয়াত দিব পৰাকৈ সোনকালে সজাই উলিয়াব পাৰিম। Pankaj Jyoti Mahanta (talk) 16:01, 29 ছেপ্টেম্বৰ 2012 (UTC)

নিশ্চয় পৰা যাব| কিন্তু এটা কাম কৰিলে হয়তো ভাল হব| চলিত আৰু স্থগিত দুখন পৃথক কৰিলে ভাল হ’ব| আপুনি কি ভাৱে ? বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:25, 29 ছেপ্টেম্বৰ 2012 (UTC)
বেয়া নহয়, কিন্তু সেইখিনি তথ্য গোটোৱাটোত সমস্যা আছে। Pankaj Jyoti Mahanta (talk) 16:39, 29 ছেপ্টেম্বৰ 2012 (UTC)
ঠিক আছে| আপুনি আগবাঢ়ক তেনে| ম‍ই চাই আছো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:02, 29 ছেপ্টেম্বৰ 2012 (UTC)

ইংৰাজী নাম[সম্পাদনা কৰক]

আলোচনীসমূহৰ ইংৰাজী নামবোৰ নিদিলেও হ'ব নেকি...। Pankaj Jyoti Mahanta (talk) 16:02, 5 অক্টোবৰ 2012 (UTC)

চলাত চলে| কিন্তু যদি দিয়া হয়, তেনে বেয়া নহয়, কিয়নো ৰাইজে সন্ধান কৰাত সুবিধা হ’ব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:26, 5 অক্টোবৰ 2012 (UTC)

প্ৰথম অসমীয়া মাহ্কীয়া আলোচনী[সম্পাদনা কৰক]

প্ৰথম অসমীয়া মাহেকীয়া আলোচনী জোনাকী(১৮৮৯) নে আসাম বন্ধু(১৮৮৫) ? মই আসাম বন্ধুৰ নগেন শইকীয়াৰ পাতনিত আৰু ইন্টাৰ্নেটত আসাম বন্ধু বুলি পালো। ‍‍‍Drnayanjyoti (talk) 17:58, 21 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]