ক'ৰডাটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ক'ৰডাটা
সাময়িক পৰিসৰ:
TerreneuvianHolocene, ৫৪০–০ নিযুত বছৰ
এক্স-ৰে টেট্ৰা (Pristella maxillaris) এবিধ দৃশ্যমান পৃষ্ঠৰজ্জু যুক্ত ক'ৰডাটা, পৃষ্ঠৰজ্জুৰ ভিতৰতে স্নায়ুৰজ্জু থাকে।
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
ৰাজ্য: Animalia
পৰ্ব: Chordata
Haeckel, 1874[1]
Subgroups

ক'ৰডাটাবোৰ (Chordates, /ˈkɔrdts/) হ'ল প্ৰাণী যিবোৰৰ, এডাল পৃষ্ঠ ৰজ্জু, এডাল ফোপোলা পৃষ্ঠীয় স্নায়ু ৰজ্জু, pharyngeal slit, এডাল endostyle, আৰু অন্ততঃ জীৱন চক্ৰৰ কিছু কালৰ বাবে এডাল নেজ থাকে । বৰ্গানুসৰি, এই পৰ্বটোৱে উপপৰ্ব মেৰুদণ্ডী (Vertebrata), যেনে- স্তন্যপায়ী, মৎস, উভচৰ, সৰিসৃপ, চৰাই; টিউনিকাটা (Tunicata), যেনে - salp আৰু sea squirt; আৰু চেফালকৰডাটাক (Cephalochordata) সাঙুৰি লয় ।

ক'ৰডাটাৰ ৭৫,০০০ জীৱীত সদস্যৰ, প্ৰায় অৰ্ধেকেই Osteichthyes শ্ৰেণীৰ অন্তৰ্গত বনী ফিছ (bony fish) । পৃথিৱীৰ, আটাইতকৈ বৃহৎ আৰু ক্ষিপ্ৰতৰ প্ৰাণী, ক্ৰমে নীলা তিমি (blue whale) আৰু peregrine falcon,মানুহৰ দৰেই ক'ৰডাটাৰ অন্তৰ্গত[2]


1 = মগজু সদৃশ চামনি
2 = পৃষ্ঠৰজ্জু
3 = পৃষ্ঠীয় স্নায়ুৰজ্জু
4 = পায়ুৰ পাছৰ নেজ
5 = পায়ু
6 = খাদ্য নলী
7 = ৰক্ত পৰিবহন তন্ত্ৰ
8 = উদৰীয় ছিদ্ৰ
9 = কণ্ঠৰ ওপৰফালৰ অন্তৰাল
10 = ফুলৰ টুকুৰা
11 = কণ্ঠ/ডিঙি
12 = মুখত থকা চিলিয়া
13 = মুখ গহ্বৰ
14 = মুখৰ প্ৰৱেশদ্বাৰ
15 = জননগ্ৰন্থি (ডিম্বাশয়/অণ্ডাশয়)
16 = পোহৰ সংবেদক
17 = স্নায়ু
18 = উদৰীয় তৰপ
19 = যকৃৎ সদৃশ থলী (হেপাটিক চিকাম)
cephalochordate Amphioxusৰ বিবচ্ছেদ । সকলো ক'ৰডাটাৰ জীৱনৰ কিছুমান বিন্দুৰ উপাদান বোৰ দেখুওৱা হৈছে, যিবোৰে ইহঁতক অন্য পৰ্বৰ পৰা পৃথক কৰে ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Haeckel, E. (1874). Anthropogenie oder Entwicklungsgeschichte des Menschen. Leipzig: Engelmann.
  2. AccessScience.com. Retrieved 23 December 2012.