কনক চন্দ্ৰ চহৰীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কনক চন্দ্ৰ চহৰীয়া
জন্ম ১২ নৱেম্বৰ, ১৯৬৫
ফুট্‌কিতলী, বৰদৌল গুৰি, দৰং জিলা, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়


কনক চন্দ্ৰ চহৰীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আৰু ভাষা সাহিত্যৰ এগৰাকী আলোচক।

প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

  1. অসমীয়া সাহিত্যৰ বিচাৰ (১৯৯৬)
  2. অসমীয়া লোক সংস্কৃতিৰ ৰেঙণি (১৯৯৬)
  3. ছিপাঝাৰৰ সমাজ আৰু সংস্কৃতি (২০০৫)
  4. দৰঙী লোকসাহিত্যৰ ৰূপৰেখা (২০০৭)
  5. অসমীয়া লোক সাহিত্যৰ ৰহঘৰা (২০১৩)
  6. অসমীয়া সাহিত্যৰ সমীক্ষা (২০১৫)
  7. অসমৰ বৈষ্ণৱ ধৰ্ম আৰু সাহিত্য (২০১৫)
  8. অসমীয়া সংস্কৃতি অধ্যয়ন (২০১৬)
  9. পুৰণি অসমীয়া কাব্য (২০১৯)
  10. অসমীয়া লিপিৰ পৰিচয় (২০২০)

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

  1. অসমৰ সংস্কৃতি সমীক্ষা, (২০০০)
  2. বৰদৌলগুৰিৰ বুৰঞ্জী আৰু সংস্কৃতি (২০০১)
  3. দৰং জেউতি: চতুৰ্থ খণ্ড (২০০২)
  4. দৰঙৰ পৰিৱেশ্য কলা (২০০৩)
  5. দৰঙৰ বসন্ত উৎসৱ দেউল (২০০৩)
  6. কীৰ্ত্তন ঘোষাৰ সমীক্ষাত্মক অধ্যয়ন (২০০৪)
  7. দৰঙী লোকগীত সংগ্ৰহ (২০০৫)
  8. ডক্টৰ নবীন চন্দ্ৰ শৰ্মাৰ জীৱন আৰু সাধনা

(২০০৮)

  1. অসমৰ বাঁহ-সংস্কৃতি (২০১১)
  2. প্ৰাচ্যতত্ত্ববিদ ডক্টৰ মহেশ্বৰ নেওগ (২০১৪)
  3. শিয়ালা গোসাঁইৰ বংশাৱলী (২০১৫)

জীবনী গ্ৰন্থ[সম্পাদনা কৰক]

  1. হেডমাষ্টৰণী ৰোহেশ্বৰী
  2. বৰুৱাৰ জীৱন আৰু আদৰ্শ (২০১৫)

কবিতা সংকলন[সম্পাদনা কৰক]

  1. নিৰ্জনতাৰ গান (২০১৫)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

https://gauhati.ac.in/member/kanak-chandra-saharia?aid=Mg==&did=Mg== Archived 2021-08-04 at the Wayback Machine