কলকাতাৰ দুৰ্গা পূজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


কলকাতাৰ দুৰ্গা পূজা হৈছে ছেপ্টেম্বৰ বা অক্টোবৰ মাহত পালন কৰা বাৰ্ষিক উৎসৱ। ইয়াত হিন্দু মাতৃ দেৱী দুৰ্গাৰ পূজা চিহ্নিত কৰা হয়।[1][2] এই উৎসৱ পশ্চিমবংগৰ ৰাজধানী কলকাতাত বঙালীসকলৰ বৃহত্তম উৎসৱৰ লগতে বৃহত্তম ধৰ্মীয় উৎসৱ।[3][4] লগতে, ই কলকাতাৰ বঙালী হিন্দু বা হিন্দুৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱ।[4]

কলকাতাত প্ৰায় ৩ হাজাৰ বাৰোৱাৰী পূজা অনুষ্ঠিত হয়। বৃহৎ বাজেট (কোটি কোটি টকা)ৰে মহানগৰীত ২০০ৰো অধিক পূজাৰ আয়োজন কৰা হয়।[5]

২০২১ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা - ইউনেস্ক’ৰ দ্বাৰা ‘মানৱতাৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য’ৰ তালিকাত কলকাতাৰ দুৰ্গা পূজা সন্নিবিষ্ট কৰা হৈছে।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "The Goddess Durga: The Mother of the Hindu Universe". www.learnreligions.com. Learn Religions. https://www.learnreligions.com/goddess-durga-1770363। আহৰণ কৰা হৈছে: 9 October 2022. 
  2. "Devi". www.worldhistory.org. World History. https://www.worldhistory.org/Devi/। আহৰণ কৰা হৈছে: 9 October 2022. 
  3. "Kolkata’s biggest religious festival Durga Puja reframed as international art experience" (en ভাষাত). The World from PRX. https://theworld.org/media/2022-09-29/kolkata-s-biggest-religious-festival-durga-puja-reframed-international-art। আহৰণ কৰা হৈছে: 2022-12-16. 
  4. 4.0 4.1 (en ভাষাত). প্ৰকাশক Kolkata. 5 September 2022. https://www.hindustantimes.com/photos/news/durga-puja-2022-city-of-joy-kolkata-gears-up-for-biggest-festival-101662375005823-1.html. 
  5. Shiv Sahay Singh. "I-T notices to Durga Pujas even as festival seeks UNESCO status" (en ভাষাত). The Hindu. প্ৰকাশক Kolkata: www.thehindu.com. https://www.thehindu.com/news/cities/kolkata/i-t-notices-to-durga-pujas-even-as-festival-seeks-unesco-status/article25980616.ece. 
  6. "UNESCO – Durga Puja in Kolkata" (en ভাষাত). ich.unesco.org. https://ich.unesco.org/en/RL/durga-puja-in-kolkata-00703। আহৰণ কৰা হৈছে: 9 October 2022.