কুঁহি
![]() কুঁহিৰ ল’গ’ | |
সম্পাদক | নিৰুপজ্যোতি বৰুৱা |
---|---|
প্ৰকাৰ | আলোচনী |
প্ৰকাশনৰ হাৰ | ত্ৰিমহীয়া |
প্ৰকাশক | সৃজনী, The Creation |
প্ৰথম সংখ্যা | ১ জানুৱাৰী, ২০১৪ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
ISSN সংখ্যা | 2395-2687 |
কুঁহি আলোচনীখন নামনি অসমৰ সৰভোগৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন ত্ৰিমহীয়া আলোচনী। এই ভিন্নবিষয়ক আলোচনীখন ১ জানুৱাৰী, ২০১৪[1] তাৰিখৰ পৰা প্ৰকাশিত হৈ আছে।
==তথ্য সংগ্ৰহ==
- ↑ "Kunhi – An Assamese quarterly published magazine published from Sorbhog, Assam". Freestyle Post. 19 June 2015. http://www.freestylepost.com/1173-kunhi-an-assamese-quarterly-published-magazine-published-from-sorbhog-assam/। আহৰণ কৰা হৈছে: 23 June 2015.