সৰভোগ
সৰভোগ | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | বৰপেটা |
উচ্চতা | 50 m (160 ft) |
জনসংখ্যা (2001) | |
• মুঠ | 7,553 |
সৰভোগ {IPA:ˈsə(r)ˌbɒg} (ইংৰাজী: Sarbhog) অসমৰ বৰপেটা জিলাত অৱস্থিত এখন ঠাই৷ এই অঞ্চলটো বেঁকী নৈৰ পাৰত অৱস্থিত৷
ইতিহাস
[সম্পাদনা কৰক]সৰভোগৰ নামটো গাখীৰৰ প্ৰাচুৰ্যতাৰ পৰা অহা বুলি কোৱা হয়৷ এই অঞ্চলত স্থানীয়ভাৱে উৎপাদন কৰা গাখীৰ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীৰ বাবে অঞ্চলটো প্ৰখ্যাত৷
ভৌগোলিক বিৱৰণ
[সম্পাদনা কৰক]ভৌগোলিকভাৱে সৰভোগ 26°30′N 90°52′E / 26.50°N 90.87°E ত অৱস্থিত৷ [1] এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ৫০ মিটাৰ ৷
আন্ত:গাঁথনি
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি,[2] সৰভোগৰ মুঠ জনসংখ্যা ৭৫৫৩ জন৷[3] ইয়াৰে ৫১% পুৰুষ আৰু ৪৯% মহিলা৷ সৰভোগৰ গড় সাক্ষৰতাৰ হাৰ ৭৮% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৮৩% আৰু ৭২% ৷ সৰভোগৰ জনসংখ্যাৰ ১০% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷
যাতায়ত ব্যৱস্থা
[সম্পাদনা কৰক]সৰভোগ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ সৈতে ৰে'লপথ আৰু আলিবাটেৰে সংযোজিত হৈ আছে৷ ইয়াৰ মাজেৰে পাৰ হৈ যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে ইয়াক ভাৰতৰ অন্যন্য অংশ সমূহৰ সৈতে সংযোগ কৰিছে৷
শিক্ষা
[সম্পাদনা কৰক]ৰাজনীতি
[সম্পাদনা কৰক]সৰভোগ কোকৰাঝাৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷.[4]
উল্লেখযোগ্য ঠাই
[সম্পাদনা কৰক]উল্লেখযোগ্য ব্যক্তি
[সম্পাদনা কৰক]১। স্বৰ্গীয় ঘনশ্যাম তালুকদাৰ, জননেতা/বৰনগৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাতা ২৷ সৰভোগ অঞ্চলৰ প্ৰতিষ্ঠিত শিক্ষাবিদ সকলৰ ভিতৰত হ'ল শিক্ষাবিদ কালীনাথ গোস্বামী,হৰমোহন নাথ,গৰ্গেশ্বৰ দাস,অশ্বিনী তালুকদাৰ,সত্যতিংকৰ ভট্টাচাৰ্য আদি মহান ব্যক্তি আৰু শিক্ষাবিদ সকল ৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Falling Rain Genomics, Inc - Sorbhog
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ "Population Finder". Censusindia.gov.in. http://www.censusindia.gov.in/PopulationFinder/Population_Finder.aspx। আহৰণ কৰা হৈছে: 2012-09-30.
- ↑ "List of Parliamentary & Assembly Constituencies". অসম. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05.