সৰভোগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰভোগ
—  নগৰ  —
সৰভোগ is located in Assam
সৰভোগ
অসমত অৱস্থান
ভৌগোলিক স্থানাংক: 26°30′N 90°52′E / 26.50°N 90.87°E / 26.50; 90.87স্থানাংক: 26°30′N 90°52′E / 26.50°N 90.87°E / 26.50; 90.87
দেশ  ভাৰত
ৰাজ্য অসম
জিলা বৰপেটা
উচ্চতা ৫০ মিটাৰ (১৬৪.০৪ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ৭,৫৫৩ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)

সৰভোগ {IPA:ˈsə(r)ˌbɒg} (ইংৰাজী: Sarbhog) অসমবৰপেটা জিলাত অৱস্থিত এখন ঠাই৷ এই অঞ্চলটো বেঁকী নৈৰ পাৰত অৱস্থিত৷

ইতিহাস[সম্পাদনা কৰক]

সৰভোগৰ নামটো গাখীৰৰ প্ৰাচুৰ্যতাৰ পৰা অহা বুলি কোৱা হয়৷ এই অঞ্চলত স্থানীয়ভাৱে উৎপাদন কৰা গাখীৰ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীৰ বাবে অঞ্চলটো প্ৰখ্যাত৷

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

ভৌগোলিকভাৱে সৰভোগ 26°30′N 90°52′E / 26.50°N 90.87°E / 26.50; 90.87 ত অৱস্থিত৷ [1] এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ৫০ মিটাৰ ৷

আন্ত:গাঁথনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি,[2] সৰভোগৰ মুঠ জনসংখ্যা ৭৫৫৩ জন৷[3] ইয়াৰে ৫১% পুৰুষ আৰু ৪৯% মহিলা৷ সৰভোগৰ গড় সাক্ষৰতাৰ হাৰ ৭৮% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৮৩% আৰু ৭২% ৷ সৰভোগৰ জনসংখ্যাৰ ১০% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷

যাতায়ত ব্যৱস্থা[সম্পাদনা কৰক]

সৰভোগ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ সৈতে ৰে'লপথ আৰু আলিবাটেৰে সংযোজিত হৈ আছে৷ ইয়াৰ মাজেৰে পাৰ হৈ যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে ইয়াক ভাৰতৰ অন্যন্য অংশ সমূহৰ সৈতে সংযোগ কৰিছে৷

শিক্ষা[সম্পাদনা কৰক]

ৰাজনীতি[সম্পাদনা কৰক]

সৰভোগ কোকৰাঝাৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷.[4]

উল্লেখযোগ্য ঠাই[সম্পাদনা কৰক]

উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]

১। স্বৰ্গীয় ঘনশ্যাম তালুকদাৰ, জননেতা/বৰনগৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাতা ২৷ সৰভোগ অঞ্চলৰ প্ৰতিষ্ঠিত শিক্ষাবিদ সকলৰ ভিতৰত হ'ল শিক্ষাবিদ কালীনাথ গোস্বামী,হৰমোহন নাথ,গৰ্গেশ্বৰ দাস,অশ্বিনী তালুকদাৰ,সত্যতিংকৰ ভট্টাচাৰ্য আদি মহান ব্যক্তি আৰু শিক্ষাবিদ সকল ৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]