ক্ৰণচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ক্ৰণচ (Cronus/Kronos)
অধিষ্ঠান পৃথিৱী
প্ৰতীক কাঁ‌চি
প্ৰণয়ী/দাম্পত্যসঙ্গী ৰীয়া
পিতৃমাতৃ গেইয়া আৰু ইউৰেনাচ
ভাতৃ-ভগ্নী ৰীয়া, অচিনাচ, হাইপেৰীয়ন, থেইয়া, ক'য়েআচ, ফিবী, লেপিটাচ, ক্ৰাইয়াচ, নীম'চিনী, টেথীচ আৰু থেমিচ
সন্তান জ্যুচ, হীৰা, প'জাইডন, হেডিচ, হেষ্টীয়া, ডীমিটাৰ, চিৰণ

গ্ৰীক কিংবদন্তিৰ পৌৰাণিক তথা সৰ্বমান্য ভাষ্যমতে ক্ৰণচ (ইংৰাজী: Cronus বা Kronos)[1] (প্ৰাচীন গ্ৰীক: Κρόνος Kronos), টাইটানসকলৰ প্ৰথম পুৰুষৰ সৰ্বকনিষ্ঠ আৰু নেতা আছিল। টাইটান সমূহ গেইয়া (পৃথিৱী) আৰু ইউৰেনাচ অৰ্থাৎ আকাশৰ দৈৱিক বংশধৰ আছিল। তেওঁ নিজৰ পিতৃক সিংহাসনচ্যুত কৰে আৰু পাচত তেওঁৰেই সন্তান জ্যুচে তেওঁক সিংহাসনচ্যুত কৰি টাৰটাৰাচত বন্দী কৰি থয়।





তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Andrew Lang habitually called him Cronos, a form neither Greek nor Latin, as Robert Brown observed in Semitic Influence in Hellenic Mythology, 1898:112-13.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • TheoiProject: Kronos in classical literature, a collection of translated source texts confirming most of the statements in this article.