কৰ্কট ক্ৰান্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


কৰ্কট ক্ৰান্তি(tropic of cancer) প্ৰতি বছৰৰ ২১ জুনৰ দিনা পৃথিৱীৰ যিবোৰ বিন্দুত সূৰ্যৰশ্মি লম্বভাৱে পৰে,সেই বিন্দুবোৰ সংযোগী ৰেখা;২৩ডিগ্ৰী ৩০ মিনিট উত্তৰ অক্ষৰেখা৷ইয়েই সুৰ্যৰ উত্তৰায়ণৰ শেষ সীমা৷ভাৰতৰ প্ৰায় সোঁমাজেদি কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে৷এই ৰেখাই চুই যোৱা ভাৰতৰ ৰাজ্যকেইখন হʼল গুজৰাট,মধ্যপ্ৰদেশ,ছত্তিছ্গড়,ঝাৰখণ্ড,পশ্চিমবংগ,ত্ৰিপুৰা,মিজোৰাম৷[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ(প্ৰথম খণ্ড),শান্তনু কৌশিক বৰুৱা