খাজা মইনুদ্দিন চিষ্টি
মুইন আল-দিন হাছান চিষ্টি ছিজ্জী (ফাৰ্চী : معین الدین چشتی, ৰোমানীকৃত: মুইন আল-দীন চিষ্টি ; ফেব্ৰুৱাৰী ১১৪৩ – মাৰ্চ ১২৩৬), যাক শ্ৰদ্ধাৰে খাজা ঘৰীব নৱাজ নামেৰে জনাজাত, বিস্তাৰ এজন ফাৰ্চী ইছলামিক পণ্ডিত আৰু ৰহস্যবাদী আছিল, যি শেষত ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে ভাৰত উপমহাদেশত বসতি স্থাপন কৰে, য'ত তেওঁ চুন্নী ৰহস্যবাদৰ চিষ্টিয়া শৃংখলা প্ৰচাৰ কৰে। তেখেতে একমাত্ৰ আৰু প্ৰথম ভাৰতবৰ্ষত ইছলাম ধৰ্মৰ প্ৰচাৰ কাৰক। বিশেষ মধ্যযুগীয় ভাৰতত প্ৰধান ইছলামিক আধ্যাত্মিক শৃংখলাত পৰিণত হয়। ভাৰতীয় চুন্নী সন্ত বেছিভাগেই চিষ্টি য'ত নিজামুদ্দিন আৱলিয়া (মৃত্যু ১৩২৫) আৰু আমিৰ খুছৰু' (মৃত্যু ১৩২৫) আদি অন্তৰ্ভুক্ত।[1]
- ↑ খাজা মইনুদ্দিন চিষ্টি
ইতিহাস
[সম্পাদনা কৰক]খাজা মইনুদ্দিন চিষ্টি তেওঁ খৃঃষ্টা পূৰ্ব১২০০ চনত ভাৰতলৈ আগমন কৰে আৰু ৰাজস্থান ৰাজ্যত বাস কৰিবলৈ লয়। তেওঁ ছৌদি আৰবৰ পৰা ইছলাম ধৰ্মৰ বাৰ্তা লৈ আহে। তেওঁ ছুন্নী চোফিবাদৰ আছিল আৰু ৰহস্যময়ী এক খলিফা বা পীৰ বুলিও জনাজাত। যিটো ৰহস্য আইনা সাগৰৰ লগত জড়িত হৈ আছে।[1]
- ↑ সংগ্ৰহীত