গংগা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
অৱয়ব
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। গংগা বা গঙ্গা শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:
- গঙ্গা নদী - ভাৰত আৰু বাংলাদেশত প্ৰবাহিত এখন আন্তঃৰ্জাতিক নদী
- গংগা দেৱী - হিন্দুধৰ্মৰ এগৰাকী দেৱী
- গঙ্গা পূজা - ভাৰতৰ ত্ৰিপুৰা ৰাজ্যত পালন কৰা এক ধৰ্মীয় উৎসৱ
- গংগা দেৱী (চিত্ৰশিল্পী) - এগৰাকী ভাৰতীয় চিত্ৰশিল্পী
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |