গুৱাহাটী মেট্ৰ' লাইট
অৱয়ব
প্ৰাথমিক তথ্য | |
---|---|
গৰাকী | জিএমডিএ |
স্থান | গুৱাহাটী, অসম, ভাৰত |
পৰিবহনৰ ধৰণ | দ্ৰুতগামী পৰিবহণ ব্যৱস্থা |
মাৰ্গৰ সংখ্যা | ৪ (প্ৰথম পৰ্য্যায়) |
ষ্টেচনৰ সংখ্যা | ৫৪ |
মুখ্য কাৰ্যালয় | গুৱাহাটী |
সেৱা | |
ট্ৰেইনৰ দৈৰ্ঘ্য | ৩টা দবা |
কাৰিকৰী | |
চিষ্টেমৰ দৈৰ্ঘ্য | ৬১.৪ কিলোমিটাৰ (প্ৰস্তাৱিত) |
গুৱাহাটী মেট্ৰ' লাইট (ইংৰাজী: Guwahati Metro Lite) হৈছে ভাৰতৰ অসম ৰাজ্যৰ সৰ্ববৃহৎ চহৰ গুৱাহাটীৰ বাবে প্ৰস্তাৱিত দ্ৰুতগামী পৰিবহণ ব্যৱস্থা। প্ৰথম পৰ্য্যায়ত চাৰিাটা কৰিড'ৰযুক্ত এই ছিষ্টেমটোৰ মুঠ দৈৰ্ঘ্য হ'ব ৬১.৪২ কিঃমিঃ।[1]
ইতিহাস
[সম্পাদনা কৰক]মাৰ্গ
[সম্পাদনা কৰক]গুৱাহাটী মেট্ৰ' লাইটৰ প্ৰথম পৰ্য্যায়ৰ বাবে জিএমডিএ-ৰ দ্বাৰা চাৰিটা কৰিড'ৰৰ পৰিকল্পনা কৰা হৈছে:[2]
লাইন | প্ৰথম চলাচল | অন্তিম সম্প্ৰসাৰণ | ষ্টেশ্যনৰ সংখ্যা | দৈৰ্ঘ্য (কিঃমিঃ) | টাৰ্মিনেল | ৰ'লিং ষ্টক্ | ট্ৰেক গে'জ (মিঃমিঃ) |
পাৱাৰ | |
---|---|---|---|---|---|---|---|---|---|
১নং লাইন | ২২ | ২৬.৬ | ধাৰাপুৰ | নাৰেংগী | ১৪৩৫ মিঃমিঃ ষ্টেণ্ডাৰ্ড গে'জ | ||||
২নং লাইন | ১০ | ১০ | এম জি ৰোড | খানাপাৰা | ১৪৩৫ মিঃমিঃ ষ্টেণ্ডাৰ্ড গে'জ | ||||
৩নং লাইন | ১৪ | ১৯.৮ | জালুকবাৰী | খানাপাৰা | ১৪৩৫ মিঃমিঃ ষ্টেণ্ডাৰ্ড গে'জ | ||||
৪নং লাইন | ৮ | ৯.৪ | আই এছ বি টি | পল্টন বজাৰ | ১৪৩৫ মিঃমিঃ ষ্টেণ্ডাৰ্ড গে'জ | ||||
মুঠ | ৫৪ | ৬১.8 |
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Guwahati to get metro rail and feeder Bus Rapid Transit System". 22 June 2017. http://economictimes.indiatimes.com/news/news-by-industry/transportation/railways/guwahati-to-get-metro-rail-and-feeder-bus-rapid-transit-system/articleshow/17984521.cms?intenttarget=no। আহৰণ কৰা হৈছে: 22 June 2017.
- ↑ "Assam Cabinet Approves Rs 18,020 cr 61.4 km Guwahati Metro – The Metro Rail Guy". themetrorailguy.com. http://themetrorailguy.com/2016/02/24/assam-cabinet-approves-rs-18020-cr-61-4-km-guwahati-metro/। আহৰণ কৰা হৈছে: 22 June 2017.