সমললৈ যাওক

গুৱাহাটী মেট্ৰ' লাইট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুৱাহাটী মেট্ৰ' লাইট
প্ৰাথমিক তথ্য
গৰাকী জিএমডিএ
স্থান গুৱাহাটী, অসম, ভাৰত
পৰিবহনৰ ধৰণ দ্ৰুতগামী পৰিবহণ ব্যৱস্থা
মাৰ্গৰ সংখ্যা ৪ (প্ৰথম পৰ্য্যায়)
ষ্টেচনৰ সংখ্যা ৫৪
মুখ্য কাৰ্যালয় গুৱাহাটী
সেৱা
ট্ৰেইনৰ দৈৰ্ঘ্য ৩টা দবা
কাৰিকৰী
চিষ্টেমৰ দৈৰ্ঘ্য ৬১.৪ কিলোমিটাৰ (প্ৰস্তাৱিত)

গুৱাহাটী মেট্ৰ' লাইট (ইংৰাজী: Guwahati Metro Lite) হৈছে ভাৰতঅসম ৰাজ্যৰ সৰ্ববৃহৎ চহৰ গুৱাহাটীৰ বাবে প্ৰস্তাৱিত দ্ৰুতগামী পৰিবহণ ব্যৱস্থা। প্ৰথম পৰ্য্যায়ত চাৰিাটা কৰিড'ৰযুক্ত এই ছিষ্টেমটোৰ মুঠ দৈৰ্ঘ্য হ'ব ৬১.৪২ কিঃমিঃ।[1]

গুৱাহাটী মেট্ৰ' লাইটৰ প্ৰথম পৰ্য্যায়ৰ বাবে জিএমডিএ-ৰ দ্বাৰা চাৰিটা কৰিড'ৰৰ পৰিকল্পনা কৰা হৈছে:[2]

লাইন প্ৰথম চলাচল অন্তিম সম্প্ৰসাৰণ ষ্টেশ্যনৰ সংখ্যা দৈৰ্ঘ্য (কিঃমিঃ) টাৰ্মিনেল ৰ'লিং ষ্টক্ ট্ৰেক গে'জ
(মিঃমিঃ)
পাৱাৰ
১নং লাইন ২২ ২৬.৬ ধাৰাপুৰ নাৰেংগী ১৪৩৫ মিঃমিঃ ষ্টেণ্ডাৰ্ড গে'জ
২নং লাইন ১০ ১০ এম জি ৰোড খানাপাৰা ১৪৩৫ মিঃমিঃ ষ্টেণ্ডাৰ্ড গে'জ
৩নং লাইন ১৪ ১৯.৮ জালুকবাৰী খানাপাৰা ১৪৩৫ মিঃমিঃ ষ্টেণ্ডাৰ্ড গে'জ
৪নং লাইন ৯.৪ আই এছ বি টি পল্টন বজাৰ ১৪৩৫ মিঃমিঃ ষ্টেণ্ডাৰ্ড গে'জ
মুঠ ৫৪ ৬১.8

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]