সমললৈ যাওক

গুৱাহাটী ৰেল ষ্টেচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুৱাহাটী
ভাৰতীয় ৰেলৰ জংচন ষ্টেচন

গুৱাহাটী ৰেল ষ্টেচনৰ নিশাৰ দৃশ্য
ষ্টেচনৰ তথ্য
ঠিকনা পল্টন বজাৰ, গুৱাহাটী, অসম
ভাৰত
স্থানাংক 26°10′56″N 91°45′01″E / 26.1821°N 91.7504°E / 26.1821; 91.7504
উচ্চতা ৫৬.২২ মিটাৰ (১৮৪.৪ ফুট)[1]
লাইন বাৰাউনী - গুৱাহাটী পথ
গুৱাহাটী -লামডিং শাখা
গঠনৰ প্ৰকাৰ সাধাৰণ মাটিত
প্লে'টফৰ্ম ৭
পাৰ্কিং আছে
চাইকেলৰ সুবিধা আছে
Baggage check আছে
আন তথ্য
মুকলি ১৯০০[1]
Electrified নিৰ্মিয়মান
ষ্টেচন ক'ড GHY
অধিকাৰিত্ব ভাৰতীয় ৰেল
অ'পাৰেটৰ উত্তৰ-পূব সীমান্ত ৰেলৱে
Fare zone উত্তৰ-পূব সীমান্ত ৰেলৱে
ষ্টেচন স্থিতি কাৰ্যক্ষম
পূৰ্বতে আসাম বেংগল ৰেলৱে
অৱস্থান
গুৱাহাটী ৰেল ষ্টেচন is located in অসম
গুৱাহাটী ৰেল ষ্টেচন
অসমৰ মানচিত্ৰত গুৱাহাটী ৰেল ষ্টেচনৰ অৱস্থান
গুৱাহাটী ৰেল ষ্টেচন is located in ভাৰত
গুৱাহাটী ৰেল ষ্টেচন
গুৱাহাটী ৰেল ষ্টেচন (ভাৰত)

গুৱাহাটী ৰেল ষ্টেচন (ষ্টেচন কোড: GHY) গুৱাহাটী চহৰৰ পল্টন বজাৰত অৱস্থিত। ই অসমৰ বৃহত্তম ৰেলৱে ষ্টেচন, আৰু ভাৰতৰ প্ৰথম সম্পূৰ্ণ-ভাবে সৌৰ-শক্তি দি চলুৱা ৰেল ষ্টেচন।[2][3] ইয়াৰ কাষতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থান অৱস্থিত। গুৱাহাটী ৰেল ষ্টেচনৰ ট্ৰেফিক হ্ৰাস কৰিবৰ বাবে মালিগাঁৱত গুৱাহাটীৰ দ্বিতীয়টো ৰেল জংচন কামাখ্যা ৰেল জংচন উপস্থিত। নতুনকৈ ঘোষিত প্ৰায় সকলোবোৰ ট্ৰেইন কামাখ্যা জংচনৰ পৰাই ৰাওনা হয়।[4]

সা-সুবিধা

[সম্পাদনা কৰক]

গুৱাহাটী ৰেল ষ্টেচনত তিনিটা ২খন বিছনাযুক্ত শীত-তাপ নিয়ন্ত্ৰিত ডিলাক্স আৰু দুটা ২খন বিছনাযুক্ত সাধাৰণ শীত-তাপ নিয়ন্ত্ৰিত ৰিটায়াৰিং কোঠা আছে। ইয়াৰোপৰি দুটা ৫খন বিছনাযুক্ত, দুটা ২খন বিছনাযুক্ত আৰু এটা ১২খন বিছনাযুক্ত ডৰমিটৰী আছে।

ট্ৰেইন সেৱা সমূহ

[সম্পাদনা কৰক]

গুৱাহাটী ৰেল ষ্টেচনৰ পৰা অহা যোৱা কৰা কিছুমান উল্লেখযোগ্য ট্ৰেইনৰ নং, নাম, আদিস্থান, গন্তব্য স্থান আৰু দিনৰ সূচী তলত দিয়া হৈছে:[5]

ট্ৰেইন নং. ট্ৰেইনৰ নাম আদিস্থান গন্তব্য স্থান দিন
৫৫৮০১/০২মানস ৰাইনো যাত্ৰীবাহীনিউ বঙাইগাঁও (ৰঙিয়া হৈ)গুৱাহাটীদৈনিক
৫৫৬০৭/০৮শিলঘাট যাত্ৰীবাহীশিলঘাট টাউনগুৱাহাটীদৈনিক
৫৫৬০৩/০৪কলংপাৰ যাত্ৰীবাহীমৈৰাবাৰীগুৱাহাটীদৈনিক
৫৫৬১৫/১৬গুৱাহাটী-শিলচৰ দ্ৰূত যাত্ৰীবাহীগুৱাহাটীশিলচৰদৈনিক
৫৫৮১৫/১৬কপিলী দ্ৰূত যাত্ৰীবাহীহয়বৰগাঁওগুৱাহাটীদৈনিক
৫৫৮০৯/১০বহাগী যাত্ৰীবাহীনিউ বঙাইগাঁও (ৰঙিয়া হৈ)গুৱাহাটীদৈনিক
৫৫৮০৫/০৬চিলাৰায় যাত্ৰীবাহীনিউ বঙাইগাঁও (গোৱালপাৰা হৈ)গুৱাহাটীদৈনিক
১২০৬৭/৬৮গুৱাহাটী - যোৰহাট টাউনজন শতাব্দী এক্সপ্ৰেছগুৱাহাটীযোৰহাট টাউনদেওবাৰৰ বাহিৰে সদায়
১২৩৪৫/৪৬শৰাইঘাট এক্সপ্ৰেছহাওৰাগুৱাহাটীদৈনিক
১২২৩৫/৩৬ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছডিব্ৰুগড়নতুন দিল্লীসাপ্তাহিক
১২৪২৩/২৪ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছডিব্ৰুগড় টাউননতুন দিল্লীদৈনিক
১২৫০১/০২পূ্ৰ্বোত্তৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছগুৱাহাটীনতুন দিল্লীত্ৰি সাপ্তাহিক
১২৫০৫/০৬নৰ্থ-ইষ্ট এক্সপ্ৰেছগুৱাহাটীআনন্দ বিহাৰ টাৰ্মিনেলদৈনিক
১২৫০৭/০৮গুৱাহাটী - ত্ৰিবান্দ্ৰম এক্সপ্ৰেছগুৱাহাটীত্ৰিবান্দ্ৰমসাপ্তাহিক
১২৫০৯/১০গুৱাহাটী - বাংগালোৰ এক্সপ্ৰেছগুৱাহাটীবাংগালোৰ চিটি জংচনত্ৰি সাপ্তাহিক
১২৫১৩/১৪গুৱাহাটী - ছেকেন্দ্ৰাবাদ এক্সপ্ৰেছছেকেন্দ্ৰাবাদগুৱাহাটীসাপ্তাহিক
১২৫১৫/১৬গুৱাহাটী - ত্ৰিবান্দ্ৰম এক্সপ্ৰেছত্ৰিবান্দ্ৰম ছেণ্ট্ৰেলগুৱাহাটীসাপ্তাহিক
১২৫১৭/১৮কলকাতা - গুৱাহাটী গৰীব ৰথ এক্সপ্ৰেছকলকাতাগুৱাহাটীদ্বি সাপ্তাহিক
১২৫২৫/২৬ডিব্ৰুগড় - কলকাতা এক্সপ্ৰেছকলকাতাডিব্ৰুগড়সাপ্তাহিক
১৪০৫৫/৫৬ব্ৰহ্মপুত্ৰ মেইলডিব্ৰুগড়দিল্লীদৈনিক
১৫৬০৩/০৪কামাখ্যা - লীডু ইণ্টাৰচিটি এক্সপ্ৰেছকামাখ্যা জংচনলীডুদৈনিক
১৫৬০৫/০৬কামাখ্যা - মৰিয়নি ইণ্টাৰচিটি এক্সপ্ৰেছকামাখ্যা জংচনমৰিয়নিদৈনিক
১৫৬০৯/১০অৱধ অসম এক্সপ্ৰেছনিউ তিনিচুকীয়ালালগড়দৈনিক
১৫৬২৯/৩০চেন্নাই এগমোৰ এক্সপ্ৰেছচেন্নাই এগমোৰগুৱাহাটীসাপ্তাহিক
১৫৬৩১/৩২বাৰমেৰ - গুৱাহাটী এক্সপ্ৰেছবাৰমেৰগুৱাহাটীদ্বি সাপ্তাহিক
১৫৬৩৫/৩৬দ্বাৰকা এক্সপ্ৰেছওখাগুৱাহাটীসাপ্তাহিক
১৫৬৩৯/৪০পুৰী - গুৱাহাটী এক্সপ্ৰেছপুৰীগুৱাহাটীসাপ্তাহিক
১৫৬৪৫/৪৬মুম্বাই লোকমান্য তিলক - গুৱাহাটী এক্সপ্ৰেছমুম্বাই লোকমান্য তিলকগুৱাহাটীদ্বি সাপ্তাহিক
১৫৬৪৭/৪৮মুম্বাই লোকমান্য তিলক গুৱাহাটী এক্সপ্ৰেছমুম্বাইগুৱাহাটীসাপ্তাহিক
১৫৬৫১/৫২লোহিত এক্সপ্ৰেছগুৱাহাটীজম্মু তাৱীসাপ্তাহিক
১৫৬৫৩/৫৪অমৰনাথ এক্সপ্ৰেছগুৱাহাটীজম্মু তাৱীসাপ্তাহিক
১৫৬৫৭/৫৮কাঞ্চনজংঘা এক্সপ্ৰেছশিয়ালদহগুৱাহাটীদৈনিক
১৫৬৬৫/৬৬বি.জি. এক্সপ্ৰেছকামাখ্যাডিমাপুৰদৈনিক
১৫৯০১/০২ডিব্ৰুগড়-বাংগালোৰ এক্সপ্ৰেছবাংগালোৰডিব্ৰুগড়সাপ্তাহিক
১৫৯০৩/০৪ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছডিব্ৰুগড়চণ্ডীগড়সাপ্তাহিক
১৫৯০৫/০৬ডিব্ৰুগড়-কন্যাকুমাৰী বিবেক এক্সপ্ৰেছডিব্ৰুগড়কন্যাকুমাৰীসাপ্তাহিক
১৫৯২৯/৩০ডিব্ৰুগড় - চেন্নাই এগমোৰ এক্সপ্ৰেছচেন্নাই এগমোৰডিব্ৰুগড়সাপ্তাহিক
১৫৯৩৩/৩৪অমৃতসৰ-ডিব্ৰুগড় এক্সপ্ৰেছডিব্ৰুগড়অমৃতসৰসাপ্তাহিক
১৫৯৪১/৪২ঝাঝা ডিব্ৰুগড় এক্সপ্ৰেছঝাঝাডিব্ৰুগড়সাপ্তাহিক
১৫৯৫৯/৬০কামৰূপ এক্সপ্ৰেছহাওৰাডিব্ৰুগড়দৈনিক
২৫৬১০জীৱাছ লিংক এক্সপ্ৰেছদাৰভাংগাগুৱাহাটীদৈনিক
২৫৬৩১বিকানেৰ গুৱাহাটী এক্সপ্ৰেছবিকানেৰগুৱাহাটীদ্বি সাপ্তাহিক

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]