গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়
অৱয়ব
| গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় | |
| অৱস্থান | |
|---|---|
| গোলাঘাট, অসম | |
| প্ৰাথমিক তথ্যসমূহ | |
| স্কু্লৰ প্ৰকাৰ | ৰাজহুৱা |
| প্ৰতিষ্ঠাকাল | ১৮৮৬ চন |
| বিদ্যালয়ৰ বিভাগ | গোলাঘাট জিলা |
| মাধ্যম | অসমীয়া |
| ভাষা | অসমীয়া |
| কেম্পাছ | Urban |
| অন্তৰ্ভূক্তিসমূহ | SEBA আৰু AHSEC |
গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী: Golaghat Govt. Bezbaruah Higher Secondary School) গোলাঘাটৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াক ১৮৮৬ চনত ব্ৰিটিছ চৰকাৰে স্থাপন কৰিছিল।

