সদস্য:Msasag/ঘঁৰিয়া
অৱয়ব
(ঘঁৰিয়াৰ পৰা পুনঃনিৰ্দেশিত)
| ঘঁৰিয়া মাছ | |
|---|---|
| সংৰক্ষণ স্থিতি | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Animalia |
| পৰ্ব: | Chordata |
| শ্ৰেণী: | Actinopterygii |
| বৰ্গ: | Cypriniformes |
| পৰিয়াল: | Cyprinidae |
| গণ: | Labeo |
| প্ৰজাতি: | L. pangusia |
| বৈজ্ঞানিক নাম | |
| Labeo pangusia এফ. হেমিল্টন, ১৮২২ | |
ঘঁৰিয়া মাছ বা ঘোঁৰামুখীয়া মাছ (বৈজ্ঞানিক নাম: Labeo pangusia) Labeo গণৰ এবিধ মাছ। এই মাছবিধ ভাৰত, বাংলাদেশ, পাকিস্তান আৰু নেপালত পোৱা যায়।