সমললৈ যাওক

ঘাম্বৰু

অসমীয়া ৱিকিপিডিয়াৰ পৰা

{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Cucumis|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}

ঘামৰু
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Cucumis
প্ৰজাতি: C. Cucumis melo subsp. agrestis
দ্বৈৰাশিক নামকৰণ
Cucumis Cucumis melo subsp. agrestis

ঘাম্বৰু বা ঘিমৰু (বৈজ্ঞানিক নাম: Cucumis melo agrestis) এবিধ লতাজাতীয় একবৰ্ষী সপুষ্কক উদ্ভিদ। ইয়াৰ ফল খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক ঘিমৰুল বা ঘামৰুল নামেৰেও জনা যায়।

ঘামৰু এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ কাণ্ড সাধাৰণতে ৰুক্ষ শুঙেৰে আবৃত। পাতবোৰ ত্ৰিকোণীয়, ডিম্বাকৃতিৰ আৰু ইয়াতো ৰুক্ষ আৰু কঠিন শুঙ থাকে। পাতৰ ঠানি ১-৬ চে:মি: দীঘল হয়। ফুলবোৰ সৰু আৰু হালধীয়া ৰঙৰ। ইহঁ‌ত একাকী বা কাচিৎহেযোৰ বা তিনিপাহকৈ দেখা যায়। ফুলৰ থোপাসমূহ ৫-১০ মিলিমিটাৰ দীঘল, ঘন লোমশ ডালত ফুলে। ফুলবোৰ ৬-৮ মিলিমিটাৰ দীঘল, পাহিবোৰ ডিম্বাকৃতিৰ আৰু দীঘলীয়া। ফলবোৰ উপবৃত্তাকাৰ বা কেতিয়াবা সামান্য ত্ৰিকোণীয় হয়। ইয়াৰ উপৰিভাগ মসৃণ আৰু সাধাৰণতে গাঢ় সেউজীয়া ৰেখাযুক্ত। দেখাত ক্ষুদ্ৰ তৰমুজৰ দৰে। পকিলে হালধীয়া বৰণ ধৰে।[1]

ব্যৱহাৰ

[সম্পাদনা কৰক]

শুকান ঘাম্বৰুৰ মিহি গুড়ি প্ৰাকৃতিক মাংস নৰমকাৰক হিচাপে ব্যৱহৃত হয়। সতেজ ফলৰ চাটনিও তৈয়াৰ কৰা হয়। ইয়াৰ সোৱাদ টেঙাজাতীয়।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Wild Melon". flowersofindia.net. http://www.flowersofindia.net/catalog/slides/Wild%20Melon.html আহৰণ কৰা হৈছে: 22 September 2022.