জীৱবৈজ্ঞানিক বৰ্গীকৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জীৱবিজ্ঞানৰ শ্ৰেণীবিভাজনৰ পৰা পুনঃনিৰ্দেশিত)


জীৱবৈজ্ঞানিক বৰ্গীকৰণ (ইংৰাজী: biological taxonomy) এক প্ৰকাৰৰ বৈজ্ঞানিক শ্ৰেণীবিন্যাস (scientific classification) পদ্ধতি যাৰ মাধ্যমত মহাবিশ্বৰ সকলো জীৱকে বিভিন্ন গোষ্ঠী বা শ্ৰেণীত সজোৱা হয়। কেৰলাছ লিনিয়াছক আধুনিক জীৱবৈজ্ঞানিক শ্ৰেণীবিন্যাসৰ জনক বুলি কোৱা হয়। তেৱেই পোনপ্ৰথমে বৈজ্ঞানিক ভাৱে জীৱৰ শ্ৰেণীবিভাগ কৰিছিল। চাৰ্লছ ডাৰউইনৰ সাধাৰণ পূৰ্বপুৰুষ (Principle of common descent)ৰ তত্ত্বৰ স’তে খাপ খোৱাকৈ লিনিয়াছৰ এই শ্ৰেণীবিভাজন পদ্ধতিক পৰৱৰ্তী কালত বিভিন্নভাবে সংশোধন কৰা হৈছে। বৰ্তমানৰ শ্ৰেণীবিভাজনত ডি.এন.এ. চিকুৱেন্স (DNA sequences) ব্যৱহাৰে এই পদ্ধতিৰ শুদ্ধতা অধিক বৃদ্ধি কৰিছে।

জীৱবৈজ্ঞানিক বৰ্গীকৰণৰ ধাৰাক্ৰম[সম্পাদনা কৰক]

জীববিজ্ঞানৰ প্ৰধান শ্ৰেণীবিন্যাসগত পদসমূহ
জীববিজ্ঞানৰ প্ৰধান শ্ৰেণীবিন্যাসগত পদসমূহ




তথ্য সংগ্ৰহ[সম্পাদনা কৰক]