ঘাম্বৰু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ঘিমৰুৰ পৰা পুনঃনিৰ্দেশিত)
{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Cucumis|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}
ঘামৰু
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Cucumis
প্ৰজাতি: C. Cucumis melo subsp. agrestis
দ্বৈৰাশিক নামকৰণ
Cucumis Cucumis melo subsp. agrestis

ঘাম্বৰু বা ঘিমৰু (বৈজ্ঞানিক নাম: Cucumis melo agrestis) এবিধ লতাজাতীয় একবৰ্ষী সপুষ্কক উদ্ভিদ। ইয়াৰ ফল খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক ঘিমৰুল বা ঘামৰুল নামেৰেও জনা যায়।

বিৱৰণ[সম্পাদনা কৰক]

ঘামৰু এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ কাণ্ড সাধাৰণতে ৰুক্ষ শুঙেৰে আবৃত। পাতবোৰ ত্ৰিকোণীয়, ডিম্বাকৃতিৰ আৰু ইয়াতো ৰুক্ষ আৰু কঠিন শুঙ থাকে। পাতৰ ঠানি ১-৬ চে:মি: দীঘল হয়। ফুলবোৰ সৰু আৰু হালধীয়া ৰঙৰ। ইহঁ‌ত একাকী বা কাচিৎহেযোৰ বা তিনিপাহকৈ দেখা যায়। ফুলৰ থোপাসমূহ ৫-১০ মিলিমিটাৰ দীঘল, ঘন লোমশ ডালত ফুলে। ফুলবোৰ ৬-৮ মিলিমিটাৰ দীঘল, পাহিবোৰ ডিম্বাকৃতিৰ আৰু দীঘলীয়া। ফলবোৰ উপবৃত্তাকাৰ বা কেতিয়াবা সামান্য ত্ৰিকোণীয় হয়। ইয়াৰ উপৰিভাগ মসৃণ আৰু সাধাৰণতে গাঢ় সেউজীয়া ৰেখাযুক্ত। দেখাত ক্ষুদ্ৰ তৰমুজৰ দৰে। পকিলে হালধীয়া বৰণ ধৰে।[1]

ব্যৱহাৰ[সম্পাদনা কৰক]

শুকান ঘাম্বৰুৰ মিহি গুড়ি প্ৰাকৃতিক মাংস নৰমকাৰক হিচাপে ব্যৱহৃত হয়। সতেজ ফলৰ চাটনিও তৈয়াৰ কৰা হয়। ইয়াৰ সোৱাদ টেঙাজাতীয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Wild Melon". flowersofindia.net. http://www.flowersofindia.net/catalog/slides/Wild%20Melon.html। আহৰণ কৰা হৈছে: 22 September 2022.