সমললৈ যাওক

চন্দ্ৰমুখ বৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰ্মণ ৰাজবংশ
পুষ্যবৰ্মা৩৫০৩৭৪
সমুদ্ৰবৰ্মা৩৭৪৩৯৮
বলবৰ্মা৩৯৮৪২২
কল্যাণ বৰ্মা৪২২৪৪৬
গণপতি বৰ্মা৪৪৬৪৭০
মহেন্দ্ৰ বৰ্মা৪৭০৪৯৪
নাৰায়ণ বৰ্মা৪৯৪৫১৮
ভূতি বৰ্মা৫১৮৫৪২
চন্দ্ৰমুখ বৰ্মা৫৪২৫৬৬
১০স্থিত বৰ্মা৫৬৬৫৯০
১১সুস্থিত বৰ্মা৫৯০৫৯৫
১২সুপ্ৰতিস্থিত বৰ্মা৫৯৫৬০০
১৩কুমাৰ ভাস্কৰ বৰ্মা৬০০৬৫০
১৪অৱন্তী বৰ্মা৬৫০৬৫৫

চন্দ্ৰমুখ বৰ্মা (ইংৰাজী: Chandramukha Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ নৱমতম ৰজা আছিল। এওঁ ভূতি বৰ্মা আৰু বিজনানাৱতীৰ পুত্ৰ আছিল। এওঁ ৫৪২খ্ৰীষ্টাব্দৰ পৰা ৫৬৬ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁ ভগাৱতীক বিয়া কৰাইছিল। তেওঁৰ পিছত স্থিত বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।

লগতে চাওক

[সম্পাদনা কৰক]

লগতে পঢ়ক

[সম্পাদনা কৰক]
  • Vasu, Nagendranath, The Social History of Kamarupa 
  • Tripathi, Chandra Dhar, Kāmarūpa-Kaliṅga-Mithilā:a politico-cultural alignment in Eastern India : history, art, traditions, Indian Institute of Advanced Study 
  • Wilt, Verne David, Kamarupa 
  • Gorakhpuri, Raghupatisahaya, Kamarupa 
  • Majumdar, Ramesh Chandra, Ancient India 
  • Kapoor, Subodh, Encyclopaedia of ancient Indian geography 
  • Sen, Sailendra Nath, Ancient Indian History and Civilization 
  • Kapoor, Subodh, The Indian encyclopaedia: biographical, historical, religious,administrative, ethnological, commercial and scientific 
  • Sarkar, Ichhimuddin, Aspects of historical geography of Prāgjyotiṣa-Kāmarūpa (ancient Assam) 
  • Deka, Phani, The great Indian corridor in the east 
  • Pathak, Guptajit, Assam's history and its graphics 
  • Samiti, Kāmarūpa Anusandhāna, Readings in the history & culture of Assam