সমললৈ যাওক

সমুদ্ৰ বৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সমুদ্ৰবৰ্মাৰ পৰা পুনঃনিৰ্দেশিত)
বৰ্মণ ৰাজবংশ
পুষ্যবৰ্মা৩৫০৩৭৪
সমুদ্ৰবৰ্মা৩৭৪৩৯৮
বলবৰ্মা৩৯৮৪২২
কল্যাণ বৰ্মা৪২২৪৪৬
গণপতি বৰ্মা৪৪৬৪৭০
মহেন্দ্ৰ বৰ্মা৪৭০৪৯৪
নাৰায়ণ বৰ্মা৪৯৪৫১৮
ভূতি বৰ্মা৫১৮৫৪২
চন্দ্ৰমুখ বৰ্মা৫৪২৫৬৬
১০স্থিত বৰ্মা৫৬৬৫৯০
১১সুস্থিত বৰ্মা৫৯০৫৯৫
১২সুপ্ৰতিস্থিত বৰ্মা৫৯৫৬০০
১৩কুমাৰ ভাস্কৰ বৰ্মা৬০০৬৫০
১৪অৱন্তী বৰ্মা৬৫০৬৫৫

সমুদ্ৰ বৰ্মা (ইংৰাজী: Samudra Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ দ্বিতীয়জন ৰজা আছিল। এওঁ বৰ্মণ ৰাজবংশৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৩৭৪ খ্ৰীষ্টাব্দৰ পৰা ৩৯৮ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত তেওঁৰ পুত্ৰ বল বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল। তেওঁ দত্তদেৱীক বিয়া কৰাইছিল।

লগতে চাওক

[সম্পাদনা কৰক]

লগতে পঢ়ক

[সম্পাদনা কৰক]
  • The Social History of Kamarupa by Nagendranath Vasu
  • Kāmarūpa-Kaliṅga-Mithilā:a politico-cultural alignment in Eastern India : history, art, traditions by Chandra Dhar Tripathi, Indian Institute of Advanced Study