পুষ্য বৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰ্মণ ৰাজবংশ
পুষ্যবৰ্মা ৩৫০–৩৭৪
সমুদ্ৰবৰ্মা ৩৭৪–৩৯৮
বলবৰ্মা ৩৯৮–৪২২
কল্যাণ বৰ্মা ৪২২–৪৪৬
গণপতি বৰ্মা ৪৪৬–৪৭০
মহেন্দ্ৰ বৰ্মা ৪৭০–৪৯৪
নাৰায়ণ বৰ্মা ৪৯৪–৫১৮
ভূতি বৰ্মা ৫১৮–৫৪২
চন্দ্ৰমুখ বৰ্মা ৫৪২–৫৬৬
১০ স্থিত বৰ্মা ৫৬৬–৫৯০
১১ সুস্থিত বৰ্মা ৫৯০–৫৯৫
১২ সুপ্ৰতিস্থিত বৰ্মা ৫৯৫–৬০০
১৩ কুমাৰ ভাস্কৰ বৰ্মা ৬০০–৬৫০
১৪ অৱন্তী বৰ্মা ৬৫০–৬৫৫

পুষ্য বৰ্মা (ইংৰাজী: Pushya Varman)(ৰাজত্ব ৩৫০-৩৭৪) হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা। তেওঁ ৩৫০ খ্ৰীষ্টাব্দত কামৰূপত এই বংশৰ প্ৰতিষ্ঠা কৰিছিল।[1] তেওঁৰ সময়তে ব্ৰাহ্মণ সকলৰ প্ৰভাৱ ৰাজ্যখনত বৃদ্ধি পাইছিল। তেওঁ মগধৰ বিখ্যাত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। তেওঁ সমুদ্ৰগুপ্তৰ লগত মিত্ৰতা কৰি তেওঁক ৰাজ চক্ৰৱৰ্তী বুলি স্বীকাৰ কৰিছিল। অৱশ্যে অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ প্ৰথম খণ্ডত তেখেতৰ সময়সীমা ৩৫৫ৰপৰা ৬৫০ লৈকে ধৰা হৈছে৷ নালন্দা পোৰা মাটিৰ মোহৰত তেওঁক ‘মহাৰাজাধিৰাজ’ বুলি কোৱা হৈছে৷[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Sen, Sailendra (2013). A Textbook of Medieval Indian History. Primus Books. পৃষ্ঠা. 37. ISBN 978-9-38060-734-4. 
  2. শোভা ব্ৰহ্ম আৰু বিশ্বেশ্বৰ হাজৰিকা (২০০৩). অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰথম খণ্ড. প্ৰকাশক উত্তৰ গুৱাহাটী: এবিলাক. পৃষ্ঠা. ১০. 

লগতে চাওক[সম্পাদনা কৰক]

লগতে পঢ়ক[সম্পাদনা কৰক]

  • Vasu, Nagendranath (1922). The Social History of Kamarupa. 
  • Tripathi, Chandra Dhar (2008). Kamarupa-Kalinga-Mithila politico-cultural alignment in Eastern India : history, art, traditions. Indian Institute of Advanced Study. পৃষ্ঠা. 197. 
  • Wilt, Verne David (1995). Kamarupa. V.D. Wilt. পৃষ্ঠা. 47. 
  • Majumdar, Ramesh Chandra (1977). Ancient India. Motilal Banarsidass Publications. পৃষ্ঠা. 538. 
  • Kapoor, Subodh (2002). Encyclopaedia of ancient Indian geography. Cosmo Publications. পৃষ্ঠা. 364. 
  • Sen, Sailendra Nath (1999). Ancient Indian History and Civilization. New Age International. পৃষ্ঠা. 668. 
  • Kapoor, Subodh (2002). The Indian encyclopaedia: biographical, historical, religious,administrative, ethnological, commercial and scientific. Genesis Publishing Pvt Ltd. পৃষ্ঠা. 320. 
  • Sarkar, Ichhimuddin (1992). Aspects of historical geography of Pragjyotisha-Kamarupa (ancient Assam). Naya Prokash. পৃষ্ঠা. 295. 
  • Deka, Phani (2007). The great Indian corridor in the east. Mittal Publications. পৃষ্ঠা. 404. 
  • Pathak, Guptajit (2008). Assam's history and its graphics. Mittal Publications. পৃষ্ঠা. 211. 
  • Samiti, Kamarupa Anusandhana (1984). Readings in the history & culture of Assam. Kamrupa Anusandhana Samiti. পৃষ্ঠা. 227. 
  • Lahiri, Nayanjot (1991). Pre-Ahom Assam: Studies in the Inscriptions of Assam between the Fifth and the Thirteenth Centuries AD. Munshiram Manoharlal Publishers Pvt Ltd.