সমললৈ যাওক

বৰ্মণ ৰাজবংশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বৰ্মণ বংশৰ পৰা পুনঃনিৰ্দেশিত)
কামৰূপ ৰাজ্য
বৰ্মণ বংশ

৩৫০ খ্ৰীষ্টাব্দ–৬৫৫ খ্ৰীষ্টাব্দ
ৰাজধানী প্ৰাগজ্যোতিষপুৰ (বৰ্তমানৰ গুৱাহাটী) [1]
সাধাৰণ ভাষা Kamarupi Prakrit, সংস্কৃত
ধৰ্ম
হিন্দু ধৰ্ম
Government Monarchy

মহাৰাজাধিৰাজ  
 ৩৫০ - ৩৭৪ খ্ৰীষ্টাব্দ
পুষ্য বৰ্মা
 ৫১৮ – ৫৪২ খ্ৰীষ্টাব্দ
ভূতি বৰ্মা
 ৬০০ - ৬৫০ খ্ৰীষ্টাব্দ
ভাস্কৰ বৰ্মন

ঐতিহাসিক যুগ Classical India
 Established
৩৫০ খ্ৰীষ্টাব্দ
 Disestablished
৬৫৫ খ্ৰীষ্টাব্দ
ক্ৰমিক নংৰজাৰাজত্বকাল
পুষ্যবৰ্মা৩৫০–৩৭৪
সমুদ্ৰবৰ্মা৩৭৪–৩৯৮
বলবৰ্মা৩৯৮–৪২২
কল্যাণ বৰ্মা৪২২–৪৪৬
গণপতি বৰ্মা৪৪৬–৪৭০
মহেন্দ্ৰ বৰ্মা৪৭০–৪৯৪
নাৰায়ণ বৰ্মা৪৯৪–৫১৮
ভূতি বৰ্মা৫১৮–৫৪২
চন্দ্ৰমুখ বৰ্মা৫৪২–৫৬৬
১০স্থিত বৰ্মা৫৬৬–৫৯০
১১সুস্থিত বৰ্মা৫৯০–৫৯৫
১২সুপ্ৰতিস্থিত বৰ্মা৫৯৫–৬০০
১৩কুমাৰ ভাস্কৰ বৰ্মা৬০০–৬৫০
১৪অৱন্তী বৰ্মা৬৫০–৬৫৫

বৰ্মণ বংশ (ইংৰাজী: Varman dynasty) খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত পুষ্যবৰ্মা নামৰ ৰজা এজনে কামৰূপত প্ৰতিষ্ঠা কৰে।[2][3] এই বংশই ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল। এই বংশ সেই সময়ৰ গুপ্ত বংশৰ সমসাময়িক আছিল।

তেওঁলোকক কেতিয়াবা নৰক বংশৰ বুলি কোৱা হয়। কাৰণ, তেওঁলোকৰ বংশৰ তথ্যসমূহ নৰকাসুৰ, ভগদত্ত আৰু বজ্ৰদত্তৰ লগত সাদৃশ্য দেখা যায়।[4]

পুষ্যবৰ্মা মগধৰ বিখ্যাত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল।[3] তেওঁ সমুদ্ৰগুপ্তৰ লগত মিত্ৰতা কৰি তেওঁক ৰাজ চক্ৰৱৰ্তী বুলি স্বীকাৰ কৰিছিল। বৰ্মণ বংশী ৰজাসকলৰ মাজত ভাস্কৰ বৰ্মাই প্ৰসিদ্ধ আছিল। পুষ্যবৰ্মা আৰু ভাস্কৰ বৰ্মাৰ মাজত এই বংশৰ এঘাৰজন ৰজাই ৰাজত্ব কৰিছিল।[3] ৰজাসকলৰ নাম একাদিকক্ৰমে হৈছে:

ক্ৰমৰজাকাৰ্য্যকালপূৰ্বপুৰুষৰাণী
পুষ্য বৰ্মা৩৫০ - ৩৭৪ভগদত্তৰ বংশধৰ বুলি চিনাকিঅজ্ঞাত
সমুদ্ৰবৰ্মা৩৭৪ - ৩৯৮পুষ্য বৰ্মাৰ পুত্ৰদত্তদেৱী
বল বৰ্মা৩৯৮ - ৪২২সমুদ্ৰবৰ্মাৰ পুত্ৰৰত্নাৱতী
কল্যাণ বৰ্মা৪২২ - ৪৪৬বল বৰ্মাগন্ধৰ্বৱতী
গণপতি বৰ্মা (গণেন্দ্ৰ বৰ্মা)৪৪৬ - ৪৭০কল্যাণ বৰ্মায়জনাৱতী
মহেন্দ্ৰ বৰ্মা (সুৰেন্দ্ৰ বৰ্মা)৪৭০-৪৯৪গণপতি বৰ্মাসুব্ৰতা
নাৰায়ন বৰ্মা৪৯৪ - ৫১৮মহেন্দ্ৰ বৰ্মাদেৱৱতী
ভূতি বৰ্মা (মহাভূতি বৰ্মা)৫১৮ - ৫৪২নাৰায়ন বৰ্মাবিজনায়াৱতী
চন্দ্ৰমুখ বৰ্মা৫৪২ - ৫৬৬ভূতি বৰ্মাভাগৱতী
১০স্থিত বৰ্মা৫৬৬ - ৫৯০চন্দ্ৰমুখ বৰ্মানয়নাদেৱী
১১সুস্থিত বৰ্মা (মৃগাঙ্ক)৫৯০ - ৫৯৫স্থিত বৰ্মাশ্যামদেৱী
১২সুপ্ৰতিস্থিত বৰ্মা৫৯৫ - ৬০০সুস্থিত বৰ্মাঅজ্ঞাত
১৩ভাস্কৰ বৰ্মা৬০০ - ৬৫০সুপ্ৰতিস্থিত বৰ্মাৰ ভাতৃঅজ্ঞাত
১৪অৱন্তী বৰ্মা[5]৬৫০ - ৬৫৫অজ্ঞাতঅজ্ঞাত

বৰ্মণ বংশৰ পতন

[সম্পাদনা কৰক]

বৰ্মণ বংশৰ পতন হোৱাৰ পাছত সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰে।[6]

  • Sharma, Mukunda Madhava (1978). Inscriptions of Ancient Assam. Gauhati University, Assam. 

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
    • Prakash, Col Ved, Encyclopedia of North-East India
  1. (Sharma 1978, পৃষ্ঠা xxix)
  2. 1 2 3 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃষ্ঠা. ১৬.
  3. (Sharma 1978, পৃষ্ঠা xxix)
  4. Though there exists no direct evidence, there are indirect evidence of a king who ruled for a short period after Bhaskarvarman, but was ousted by Salasthamba (Sharma 1978, পৃষ্ঠা xxxi-xxxii)
  5. ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃষ্ঠা. ১৯.