চন্দ্ৰ এক্স-ৰশ্মি মানমন্দিৰ
চন্দ্ৰ এক্স-ৰে' মানমন্দিৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা মহাকাশ দূৰবীক্ষণ যন্ত্ৰ। ভাৰতীয়-আমেৰিকান জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী সুব্ৰমনিয়ম চন্দ্ৰশেখৰৰ নামৰে ৰখা এই দূৰবীক্ষণ যন্ত্ৰটো ১৯৯৯ চনত ইয়াৰ কক্ষপথলৈ নিক্ষেপ কৰা হয়। ইয়াৰ দাপোণখনৰ ছিদ্ৰ ১.২ মিটাৰ (৪ ফুট) আৰু ফ'কেল দৈৰ্ঘ্য ১০ মিটাৰ (৩৩ ফুট)। কেমেৰাৰ উপৰিও চন্দ্ৰৰ এটা ট্ৰেন্সমিটাৰ আছে যি ০.০৭-১০ KeV পৰিসৰত উচ্চ-ৰিজল্যুচনৰ সংকেত পঠিয়াব পাৰে। এই দূৰবীক্ষণেৰে ঘাইকৈ কৃষ্ণ গহ্বৰ, চুপাৰন'ভাৰ অৱশেষ, ষ্টাৰবাৰ্ষ্ট তাৰকাৰাজ্য আদি অধ্যয়ন কৰা হয়।[1] পূৰ্বে এই মানমন্দিৰটো ‘এডভাঞ্চড্ এক্স-ৰে' এষ্ট্ৰ'ফিজিক্স ফেচিলিটি’ (সংক্ষেপে AXAF) হিচাপে জনাজাত আছিল।
ছবি[সম্পাদনা কৰক]
প্লুটোৰ পৰা এক্স-ৰে'
M31 Core in X-ray light.
PSR B1509-58 - red, green and blue/max energy.
Turbulence may prevent galaxy clusters from cooling.
Bright X-ray flare from Sagittarius A*, supermassive black hole in the Milky Way.
SNR 0519-69.0 - remains of an exploding star in the Large Magellanic Cloud.
Images released to celebrate the International Year of Light 2015.
GK Persei: Nova of 1901.
X-ray light rings from a neutron star in Circinus X-1.
চিগনাছ এক্স-১, প্ৰথম আৱিষ্কৃত শক্তিশালী কৃষ্ণ গহ্বৰ
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Hoiberg Dale H. (Editor) (2013). Britannica Reference Encyclopedia. Britannica Encyclopaedia Inc.. পৃষ্ঠা. 133. ISBN 978-1-6-61535-687-4.
বাহ্যিক লিংক[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত চন্দ্ৰ এক্স-ৰে' মানমন্দিৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |