চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী

সংসদীয় এলেকা কোকৰাঝাৰ লোকসভা সমষ্টি

জন্ম জানুৱাৰী ১, ১৯৬০
কোকৰাঝাৰ, অসম
ৰাজনৈতিক দল বড়োলেণ্ড পিপুলছ ফ্ৰন্ট
দাম্পত্য সঙ্গী উত্তৰা বিচমূতিয়াৰী
সন্তান ৪ পুত্ৰ
বাসস্থান কোকৰাঝাৰ
ধৰ্ম বাথৌ
উত্সৰ September 25, 2006
স্থান: [2]


চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী (বড়ো: संसुमा खंगर बासुमतारी জন্ম ১ জানুৱাৰী ১৯৬০) চতুৰ্দশ ভাৰতৰ লোকসভাৰ সাংসদ। তেওঁ অসমকোকৰাঝাৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। [1] তেওঁ বড়োলেণ্ড পিপুলছ ফ্ৰন্ট দলৰ সদস্য।

বিচমূতিয়াৰী কোকৰাঝাৰ সমষ্টিৰ পৰা ১৯৯৮, ১৯৯৯ আৰু ২০০৪ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল। বিচমূতিয়াৰী এজন বড়ো জাতীয়তাবাদী আৰু সুকীয়া বড়োলেণ্ড ৰাজ্য গঠনৰ সমৰ্থক। তেওঁক সদৌ বড়ো ছাত্ৰ সন্থা আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই সমৰ্থন জনায়।

সংসদত বিচমূতিয়াৰীয়ে ভাৰত-আমেৰিকা নিউক্লীয় চুক্তি (ইংৰাজী: Indo-US nuclear deal) সমৰ্থন কৰিছিল। [2][সংযোগবিহীন উৎস]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]