চান্দমাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চান্দমাৰী
Chandmari
—  বসতিস্থল  —
Chandmari, Guwahati.jpg
নিশাৰ চান্দমাৰী
, গুৱাহাটী
দেশ  ভাৰত
ৰাজ্য অসম
জিলা গুৱাহাটী
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
PIN ৭৮১০০৩
যানবাহনৰ নম্বৰ AS

চান্দমাৰী (ইংৰাজী: Chandmari) হৈছে অসমগুৱাহাটীত থকা পুৰণি বসতিস্থলৰ ভিতৰত অন্যতম৷ চান্দমাৰী কামৰূপ মহানগৰ জিলাৰ পৰা পূব দিশত অৱস্থিত৷ অল ইণ্ডিয়া ৰেডিঅ', গুৱাহাটীৰ লগতে কেইখনমান শৈক্ষিক প্ৰতিষ্ঠান চান্দমাৰীত আছে৷ তাৰে ভিতৰত হ'লি চাইল্ড কনভেণ্ট, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ সমীপত অৱস্থিত ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নাম ল'ব পাৰি৷ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান হৈছে চান্দমাৰীত থকা অন্যতম গুৰুত্বপূৰ্ণ শৈক্ষিক প্ৰতিষ্ঠান৷[1][2] ১৯৬১ চনৰ পৰাই ব'হাগ বিহুকে ধৰি একাধিক উৎসৱ-পাৰ্বন চান্দমাৰীত সময়ে সময়ে উদযাপিত হৈ থাকে৷[3] ইয়াৰ বাবে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰখন সততে ব্যৱহাৰ কৰা হয়৷ এইখন পথাৰক সেয়ে চান্দমাৰী বিহুতলী বুলিও জনা যায়৷ [4] পূব গুৱাহাটী বিহু সন্মিলনৰ দ্বাৰা বিহুৰ সময়ৰ সাংস্কৃতিক অনুষ্ঠানটিৰ আয়োজন কৰা হয়৷ ইয়াৰ লগতে চান্দমাৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে নিয়মীয়াকৈ দুৰ্গা পূজা পাতি থাকে৷ চান্দমাৰীৰ প্ৰতিৱেশী ঠাইসমূহ হৈছে মিলনপুৰ, নিজৰাপাৰ, বামুণীমৈদাম, পূব-শৰণীয়া, ভাস্কৰ নগৰ আদি৷ [5] অসমৰ পুৰণি ছবিগৃহৰ ভিতৰত অন্যতম অনুৰাধা ছবিগৃহ চান্দমাৰীতেই আছে৷[6]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Assam Engineering Institute at Chandmari". assamspider.com. http://www.assamspider.com/business/1351-Assam-Engineering-Institute-Chandmari-Guwahati.aspx। আহৰণ কৰা হৈছে: 2011-12-25. 
  2. "Chandmari Locality". locationary.com. Archived from the original on 2012-05-08. https://web.archive.org/web/20120508082208/http://www.locationary.com/place/en/IN/Assam/Guwahati/Chandmari-p1022333960.jsp। আহৰণ কৰা হৈছে: 2011-12-25. 
  3. Staff Reporter (16 April 2012). "Bohag Bihu celebrated". The Assam Tribune (Guwahati). Archived from the original on 7 April 2014. https://web.archive.org/web/20140407080159/http://www.assamtribune.com/scripts/detailsnew.asp?id=apr1612%2Fat07। আহৰণ কৰা হৈছে: 14 June 2012. 
  4. "Artistes performing Bihu at Chandmari Bihutoli". The Assam Tribune (Guwahati): পৃষ্ঠা 1. 18 April 2011. Archived from the original on 7 April 2014. https://web.archive.org/web/20140407080603/http://www.assamtribune.com/scripts/detailsnew.asp?id=apr1811। আহৰণ কৰা হৈছে: 14 June 2012. 
  5. Goswami, Manashree (Compiled by) (13 April 2012). "Prize catch". The Telegraph (Northeast). http://www.telegraphindia.com/1120413/jsp/northeast/story_15369543.jsp#.T9m1K5IXn-s. 
  6. Staff Reporter (9 March 2010). "State Film Fest on March 10–18". The Assam Tribune (Guwahati). Archived from the original on 7 April 2014. https://web.archive.org/web/20140407080354/http://www.assamtribune.com/scripts/detailsnew.asp?id=mar0910/city07.