চিতল মাছ
Jump to navigation
Jump to search
![]() | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Actinopterygii |
বৰ্গ: | Osteoglossiformes |
পৰিয়াল: | Notopteridae |
গণ: | Chitala |
প্ৰজাতি: | C. chitala |
বৈজ্ঞানিক নাম | |
Chitala chitala F. Hamilton, 1822 |
চিতল মাছ প্ৰধানকৈ ভাৰত, বাংলাদেশ, নেপাল আৰু পাকিস্তান প্ৰভৃতি দেশৰ সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ, মহানদী আদি বিভিন্ন নদীৰ অৱবাহিকা অঞ্চলতপোৱা যায়। ইংৰাজীত ইয়াক এবিধ নাইফ-ফিছ (knifefish) অথবা ইণ্ডিয়ান ফেডাৰবেক (Indian featherback) বুলিও জনা যায়। চিতল মাছৰ বৈজ্ঞানিক নাম ছিতলা ছিতলা (Chitala chitala)।[1][2] [3]
বৰ্ণনা[সম্পাদনা কৰক]
চিতল মাছ দীঘলে খুব বেছি ১২২ ছে.মি.-লৈকে হোৱা দেখা যায়, কিন্তু সাধাৰণতে ইয়াক ৭৫ ছে.মি. দীঘল হোৱাহে দেখা যায়। মাছটোৰ ৰং ৰূপালী। তদুপৰি ইয়াৰ নেজৰ ফালে কিছুমান ঈষৎ ক'লা বৰণীয়া ফোট থাকে। ইয়াৰ লগত বহুত মিল থকা অন্য এক নিকট-সম্পৰ্কীয় প্ৰজাতি Chitala ornata - ৰ ক্ষেত্ৰত এই ফোটবোৰ চকু আকৃতিৰ হোৱা দেখা যায়। এই দুই প্ৰজাতিৰ মাছে চিনাক্তকৰণৰ সময়ত সততে বিভ্ৰান্তিৰ সৃষ্টি কৰা দেখা যায়।
References[সম্পাদনা কৰক]
- ↑ 1.0 1.1 সাঁচ:IUCN2010 উদ্ধৃতি ত্ৰুটি: Invalid
<ref>
tag; name "IUCN" defined multiple times with different content - ↑ 2.0 2.1 Froese, Rainer and Pauly, Daniel, eds. (2014).
- ↑ 3.0 3.1 Seriously Fish: Chitala chitala.
- ↑ Roberts, T.R. (1992).
External links[সম্পাদনা কৰক]
Media related to Chitala chitala at Wikimedia Commons
Data related to Chitala chitala at Wikispecies