সমললৈ যাওক

চুইগী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চুইগী
Type of business Private
Available in ইংৰাজী
Founded জুলাই ২০১৪; ১০ বছৰ  আগতে (2014-07)
Headquarters বাংগালোৰ, কৰ্ণাটক, ভাৰত
Area served ৫০০তকৈ অধিক ভাৰতৰ চহৰ
Owner Naspers (৩৬.০১%)[1]
Founder(s) শ্ৰীহৰ্ষ মজেটি
নন্দন ৰেড্ডী
ৰাহুল জৈমিনি
Key people শ্ৰীহৰ্ষ মজেটি (CEO)
ৰাহুল বোথ্ৰা(CFO)
দেল ভেজ(CTO)
Industry অনলাইন খাদ্য ব্যৱসায়
Services খাদ্য বিতৰণ
অনলাইন খাদ্য সামগ্ৰীৰ ব্যৱসায়
কুৰিয়াৰ
Revenue বৃদ্ধি ২,৭৭৬ কোটি (৩৮৯.২ মিলিয়ন ডলাৰ) (2020)[2]
Profit সাঁচ:Negative increase −৩,৭৬৮ কোটি (−০.৫৩ বিলিয়ন ডলাৰ) (2020)[3]
Parent Bundl Technologies[4]
Subsidiaries SuprDaily
URL www.swiggy.com
Advertising হয়
Registration বৈকল্পিক
Current status সক্ৰিয়
Native client(s) on Android, iOS, website

চুইগী (ইংৰাজী: Swiggy) হৈছে গ্ৰাহকে অনলাইন মাধ্যমেৰে খাদ্য অৰ্ডাৰ কৰিব পৰা আৰু ঘৰতে পাব পৰা এটা ৱেব প্লেটফৰ্ম। ২০১৪ চনত প্ৰতিষ্ঠা হোৱা চুইগীয়ে, ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ তথ্য মতে ৫০০ খনতকৈও অধিক ভাৰতৰ চহৰত ব্যৱসায় কৰে৷[5][6] খাদ্য বিতৰণৰ লগতে চুইগী-এ Instamart নামেৰে খাদ্য সামগ্ৰী বিতৰণ কৰে আৰু "Swiggy Genie" নামেৰে ক্ষিপ্ৰভাৱে বিভিন্ন পেকেট বিতৰণ কৰে।

বিত্তীয় দিশ

[সম্পাদনা কৰক]
বৰ্ষ আয় (কোটিৰ হিচাপত) লাভ/লোকচান (কোটিৰ হিচাপত)
বিত্তীয় বৰ্ষ ২০১৫ বৃদ্ধি ০.১১ decrease -২.১
বিত্তীয় বৰ্ষ ২০১৬ বৃদ্ধি ২০.০১ decrease -১৩৭
বিত্তীয় বৰ্ষ ২০১৭ বৃদ্ধি ১৩২.২ decrease -২০৫.১
বিত্তীয় বৰ্ষ ২০১৮ বৃদ্ধি ৪৪২ decrease -৩৯৩
বিত্তীয় বৰ্ষ ২০১৯ বৃদ্ধি ১১২৮.৩ decrease -২৩৬১.৮
বিত্তীয় বৰ্ষ ২০২০ বৃদ্ধি ২৬৯৩ decrease-৩৯০৮.৫
বিত্তীয় বৰ্ষ ২০২১ decrease ২১৪৫ বৃদ্ধি -১৩১৪

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Exclusive: Swiggy to capitalize reserves worth Rs 16,310 Cr to allot bonus shares". 17 January 2022. https://entrackr.com/2022/01/exclusive-swiggy-to-capitalize-reserves-worth-rs-16310-cr-to-allot-bonus-shares/. 
  2. Peerzada, Abrar (28 January 2021). "Swiggy's revenue jumps 115% to Rs ২,৭৭৬ কোটি, losses up 61% to Rs ৩,৭৬৮ কোটি". Business Standard. https://www.business-standard.com/article/companies/swiggy-s-revenue-jumps-115-to-rs-2-776-cr-losses-up-61-to-rs-3-768-cr-121012800027_1.html. 
  3. "Swiggy's FY 2020 Losses Widen 61% To Rs 3,768 Crore". Moneycontrol. https://www.moneycontrol.com/news/business/startup/swiggys-fy-2020-losses-widen-61-to-rs-3768-crore-6406421.html। আহৰণ কৰা হৈছে: 2021-05-06. 
  4. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; tnc নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  5. Madhav Chanchani (17 March 2019). "Online food delivery wars are moving from India to Bharat". https://timesofindia.indiatimes.com/companies/online-food-delivery-wars-are-moving-from-india-to-bharat/articleshow/68447011.cms। আহৰণ কৰা হৈছে: 13 August 2019. 
  6. IANS (2019-10-07). "Swiggy now in 500 Indian cities, targets 100 more this year" (en ভাষাত). National Herald. https://www.nationalheraldindia.com/national/swiggy-now-in-500-indian-cities-targets-100-more-this-year। আহৰণ কৰা হৈছে: 2021-09-16.