ছংক্ৰান
অৱয়ব
ছংক্ৰান | |
---|---|
এক ক্ষ্মেৰ চিত্ৰত নৱবৰ্ষৰ সূচনা দি সূৰ্য দেৱতাই সূৰ্যক দিয়া অৱস্থানৰ দৃশ্য | |
সম্পূৰ্ণ নাম | আঞ্চলিক নাম
|
অন্য নাম | দক্ষিণ এছিয়াৰ নৱবৰ্ষ |
পালন কৰে | বাৰ্মিজ, কঅম্বোডিয়ান, ডাই, লাওছিয়াম, থাই, বআংলাদেশী, শ্ৰীলংকান, টাই ডাম আৰু উত্তৰ-পূব ভাৰতৰ কিছুসংখ্যক জনগোষ্ঠী |
প্ৰকাৰ | এছিয়াৰ উৎসৱ |
মহত্ব | নৱবৰ্ষ |
তাৰিখ | সাধাৰণতে ১৩–১৪ এপ্ৰিল |
সম্পৰ্কিত | মেষ সংক্ৰান্তি |
সংঘটন | বাৰ্ষিক |
ছংক্ৰান (ইংৰাজী: Songkran) হৈছে থাইলেণ্ড, লাওচ, কম্বোডিয়া, ম্যানমাৰ, শ্ৰীলংকা, উত্তৰ-পূব ভাৰতৰ কিছু অংশ, ভিয়েটনামৰ কিছু অংশ আৰু চীনৰ জিচুয়াংবান্নাত উদযাপন কৰা পৰম্পৰাগত নৱবৰ্ষৰ উৎসৱ।[1][2] ছংক্ৰান শব্দটোৰ মূল হৈছে সংস্কৃত ভাষাৰ সংক্ৰান্তি। পাৰ্শ্বীয় জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি যেতিয়া সূৰ্যই মেষ ৰাশিৰ নক্ষত্ৰমণ্ডলীলৈ গতি কৰে তেতিয়াই ছংক্ৰানৰ আৰম্ভণি হয়।[3] দক্ষিণ এছিয়াৰ অধিকাংশ অঞ্চলৰ হিন্দু দিনপঞ্জী-আধাৰিত নৱবৰ্ষ উৎসৱ বা মেষ সংক্ৰান্তিৰ সৈতে ছংক্ৰানৰ সম্পৰ্ক দেখা যায়।
বিভিন্ন দেশত
[সম্পাদনা কৰক]- চৌল চাম মে, কম্বোডিয়া
- পি মাই, লাওছ
- আলুথ আভুৰুড্ডা, শ্ৰীলংকা
- ছংক্ৰান, থাইলেণ্ড
- থিংয়ান, ম্যানমাৰ
- চাংকেন, অৰুণাচল প্ৰদেশ আৰু অসম
- পানী ছটিওৱা উৎসৱ, চীনৰ জিশ্বুৱাংবানা আৰু ভিয়েটনামৰ উত্তৰাঞ্চল[4][5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "制造传统 关于傣族泼水节及其相关新年话语的研究". Open Times. February 2010. Archived from the original on 14 October 2017. https://web.archive.org/web/20171014084408/http://www.opentimes.cn/Abstract/1223.html। আহৰণ কৰা হৈছে: 17 January 2017.
- ↑ "Donald K. Swearer The Buddhist World of Southeast Asia". Ahandfulofleaves.org. Archived from the original on 12 June 2018. https://web.archive.org/web/20180612144423/http://www.ahandfulofleaves.org/documents/The%20Buddhist%20World%20of%20Southeast%20Asia_Swearer.pdf। আহৰণ কৰা হৈছে: 7 January 2019.
- ↑ "Archived copy". http://www.chiangmai-chiangrai.com/origins_of_songkran.html। আহৰণ কৰা হৈছে: 2017-01-16.
- ↑ Planet, Lonely (21 March 2011). "The Dai water-splashing festival: where China meets Southeast Asia". Lonely Planet. https://www.lonelyplanet.com/china/yunnan/xishuangbanna-region/travel-tips-and-articles/the-dai-water-splashing-festival-where-china-meets-southeast-asia/40625c8c-8a11-5710-a052-1479d277dd75। আহৰণ কৰা হৈছে: 7 January 2019.
- ↑ "Archived copy". Archived from the original on 2016-08-09. https://web.archive.org/web/20160809132125/http://pattayadailynews.com/sawatdee-pee-mai-happy-new-year-to-all-our-devoted-wet-readers/। আহৰণ কৰা হৈছে: 2016-06-05.